গুগল ট্ৰান্সলেট

গুগল ট্ৰান্সলেট হৈছে এটা ভাষাৰ পৰা আন এটা ভাষালৈ লিখনি ভাঙনি কৰিবলৈ গুগলে সজা এবিধ বিনামূলীয়া বহুভাষিক যান্ত্ৰিক ভাঙনি সেৱা। ই এণ্ড্ৰইড আৰু আই.অ’.এছ.ত মোবাইল এপ আৰু ৱেব আন্তঃপৃষ্ঠ হিচাপে আছে। মে',২০২২ লৈকে গুগল ট্ৰান্সলেটত ১৩৩ টা ভাষা সংযোগ কৰা হৈছে।

গুগল ট্ৰান্সলেট
গুগল ট্ৰান্সলেট soft2i
ইউ আৰ এল translate.google.com
বাণিজ্যক হয়
প্ৰকাৰ সাংখ্যিক আৰু নিউৰেল যান্ত্ৰিক অনুবাদ
পঞ্জীয়ন ঐচ্ছিক
ভাষা ১৩৩টা ভাষা, তলত চাওক es-us
পঞ্জীকৃত সদস্য নিতৌ ৫০০ মিলিয়নতকৈ বেছি মানুহ
স্বত্বাধিকাৰী গুগল
মুকলি ২৮ এপ্ৰিল ২০০৬; ১৭ বছৰ আগত (2006-04-28) (পৰিসাংখ্যিক যান্ত্ৰিক অনুবাদ হিচাপে)
১৫ নৱেম্বৰ ২০১৬; ৭ বছৰ আগত (2016-11-15) (নিউৰেল যান্ত্ৰিক অনুবাদ হিচাপে)
বৰ্তমান স্থিতি সক্ৰিয়

ভাষা

তলত দিয়া ভাষাবিলাক গুগল ট্ৰান্সলেটত বৰ্তমান উপলব্ধ।

  1. আফ্ৰিকান ভাষা
  2. আলবেনিয়ান
  3. আমহাৰিক
  4. আৰবী
  5. আৰ্মেনিয়ান
  6. অসমীয়া
  7. আইমাৰা
  8. আজাৰবাইজানী
  9. বংবাৰা
  10. বাস্ক
  11. বেলাৰুছিয়ান
  12. বাংলা
  13. ভোজপুৰী
  14. বছনিয়ান
  15. বুলগেৰিয়ান
  16. কেটালান
  17. চেবুয়ানো
  18. চেৱা
  19. চীনা(সৰলীকৃত)
  20. চীনা (পৰম্পৰাগত)
  21. কৰ্চিকান
  22. ক্ৰ'ৱেচিয়ান
  23. চেক
  24. ডেনিছ
  25. দিভেহি
  26. ডোগৰী
  27. ডাচ্চ
  28. ইংৰাজী
  29. এস্পেৰাণ্টো
  30. ইষ্টোনিয়ান
  31. ৱে
  32. ফিলিপাইন
  33. ফিনিছ
  34. ফৰাচী
  35. ফ্ৰিজিয়ান
  36. গেলিচিয়ান
  37. জৰ্জিয়ান
  38. জাৰ্মান
  39. গ্ৰীক
  40. গুৱাৰানী
  41. গুজৰাটী
  42. হাইটিয়ান ক্ৰিয়েল
  43. হাউছা
  44. হাৱাইয়ান
  45. হিব্ৰু
  46. হিন্দী
  47. হ্মং
  48. হাংগেৰিয়ান
  49. আইচলেণ্ডিক
  50. ইগবো
  51. ইলোকানো
  52. ইণ্ডোনেছিয়ান
  53. আইৰিছ
  54. ইটালীয়
  55. জাপানী
  56. জাভানিজ
  57. কন্নড়
  58. কাজাখ
  59. খামেৰ
  60. কিনিয়াৰৱাণ্ডা
  61. কোংকণী
  62. কোৰিয়ান
  63. ক্ৰিযো
  64. কুৰ্দি (কুৰমানজী)
  65. কুৰ্দি (সোৰাণী)
  66. কিৰ্গিজ
  67. লাও
  68. লেটিন
  69. লাটভিয়ান
  70. লিংগালা
  71. লিথুৱেনিয়ান
  72. লুগাণ্ডা
  73. লাক্সেমবাৰ্গীয়
  74. মেচিডোনিয়ান
  75. মৈথিলী
  76. মালাগাচী
  77. মালয়
  78. মালয়ালম
  79. মাল্টীজ
  80. মাওৰী
  81. মাৰাঠী
  82. মেইটেইলন (মণিপুৰী)
  83. মিজো
  84. মংগোলীয়
  85. ম্যানমাৰ (বাৰ্মিজ)
  86. নেপালী
  87. নৰৱেজিয়ান
  88. ওড়িয়া
  89. ওৰোমো'
  90. পষ্টো
  91. পাৰ্চী
  92. পোলিশ
  93. পৰ্তুগীজ
  94. পঞ্জাৱী
  95. কেঁচুৱা
  96. ৰোমানিয়ান
  97. ৰাছিয়ান
  98. সামোয়ান
  99. সংস্কৃত
  100. স্কটছ গেইলিক
  101. সেপেডী
  102. ছাৰ্বিয়ান
  103. শোনা
  104. সিন্ধী
  105. সিংহলী
  106. শ্লোভাক
  107. স্লোভেনিয়ান
  108. ছোমালি
  109. সোথো
  110. স্পেনিছ
  111. চুণ্ডানীজ
  112. শ্বাহিলী
  113. ছুইডিছ
  114. তাজিক
  115. তামিল
  116. টাটাৰ
  117. তেলেগু
  118. থাই
  119. টিগৰিন্যা
  120. চংগা
  121. তুৰ্কী
  122. তুৰ্কমেন
  123. ত্বি
  124. ইউক্ৰেইনিয়ান
  125. উৰ্দু
  126. য়োঘোৰ
  127. উজবেক
  128. ভিয়েটনামী
  129. ৱেলছ
  130. ঝোছা
  131. য়িদ্দিছ
  132. য়োৰুবা
  133. জুলু

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

w:en:Mobile appw:en:iosw:en:web appএণ্ড্ৰইডগুগল

🔥 Trending searches on Wiki অসমীয়া:

মিডিয়াৱিকিম’বাইল ফোনভাৰতীয় জনতা পাৰ্টিকৃষ্ণ ভূঞাভাৰতৰ নিৰ্বাচন আয়োগচন্দ্ৰকুমাৰ আগৰৱালাভাৰতীয় ৰেলদশাৱতাৰকৰতল কমল কমল দল নয়নতথ্য জনাৰ অধিকাৰ আইন, ২০০৫শ্ৰীনিবাস ৰামানুজনঅসমৰ তেল শোধনাগাৰৰাজ্যসভাভবেন্দ্ৰ নাথ শইকীয়াব্লগঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাউইলিয়াম শ্বেইকছপীয়েৰগগনাৱিকিঅসমীয়া সাহিত্যত মালিতাবসন্ত ঋতুছনেটসমাৰ্থক শব্দপাইথাগোৰাছৰ উপপাদ্যঅনাভেদী যৌনক্ৰিয়াঁ (চন্দ্ৰবিন্দু)অসমৰ জাতীয় গীতএডাম স্মিথঅসমৰ লোকবাদ্যপাচনএডল্ফ হিটলাৰব্যৱস্থাপনাচৰকাৰবিহুৰ খাদ্যমানৰ অসম আক্ৰমণকানাই বৰশী বোৱা শিলালিপিকম্পিউটাৰ হাৰ্ডৱেৰশিৱসাগৰঋতুহাড়ভগদত্তবাঁহী (আলোচনী)কলজয় দৌলভটিমাশূন্যঅসমৰ চিত্ৰকলাৰ ইতিহাসআহোম ৰাজ্যৰফিকুল হুছেইনগুণমালাঅসমীয়া ভাষা আন্দোলনসোণোৱাল কছাৰীনীলমণি ফুকন (কনিষ্ঠ)ৰাসায়নিক মৌলমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকানৱকান্ত বৰুৱাসাক্ষৰতাপৃথিৱীপুঁজিবাদঈয়াৰুইঙ্গমজীৱনীঅসমৰ সমস্যাকমলাবাৰী সত্ৰসতী সাধনীঘৰ শালিকাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহআয়তক্ষেত্ৰপৰ্যটনসৰস্বতী পূজাঅসমীয়া যুক্তাক্ষৰভাৰত-আৰ্য ভাষা পৰিয়াল🡆 More