ওড়িয়া ভাষা: ভাৰত-আৰ্য ভাষা

ওড়িয়া বা উৰিয়া (ଓଡ଼ିଆ oṛiā) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটি ভাষা। অসমীয়া আৰু বাংলা ভাষাৰ লগত ভাষাটোৰ যথেষ্ট মিল আছে। এই ভাষাটো প্ৰায় ৩ কোটি ১০ লাখ (১৯৯৬ চনৰ হিচাব অনুযায়ী) লোকৰ মাতৃভাষা, যাৰ ভিতৰত অধিকাংশই ওড়িশা ৰাজ্যৰ অধিবাসী। ইয়াৰ উপৰিও পশ্চিমবঙ্গ আৰু ঝাড়খণ্ড ৰাজ্যতো উড়িয়া ভাষা প্ৰচলিত। উড়িয়া ভাৰতৰ ২২টা স্বীকৃতিপ্ৰাপ্ত ভাষাৰ মাজত এটা; ই উৰিষ্যাৰ চৰকাৰী ভাষা আৰু ঝাৰখণ্ডৰ দ্বিতীয় চৰকাৰী ভাষা।

ওড়িয়া
Odia
ଓଡ଼ିଆ (ওড়িআ) oṛiā
ওড়িয়া ভাষা: ইতিহাস, উপভাষা, ওড়িয়া বৰ্ণ আৰু সংখ্যা
উচ্চাৰণ [oːɖiaː]
থলুৱা অঞ্চল ভাৰত
অঞ্চল ওড়িশা, ঝাৰখণ্ড, পশ্চিম বংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ। লগতে চুৰাট, বেংগালুৰু, নতুন দিল্লী, মুম্বাই, পুণে, হায়দৰাবাদ আৰু চেন্নাই
জাতীয়তা ওড়িয়া
স্থানীয় ভাষিক
ভাষা পৰিয়াল
Indo-European
  • ইণ্ডো-ইৰাণীয়
    • ইণ্ডো-আৰ্য
      • পূৰ্বীয়
        • ওড়িয়া ভাষাসমূহ
          • ওড়িয়া
লিখন প্ৰণালী ওড়িয়া (ব্ৰাহ্মীয়)
ওড়িয়া ব্ৰেইলী
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
ওড়িশা, ঝাৰখণ্ড
ভাষা সংকেত
ISO 639-1 or
ISO 639-2 ori
ISO 639-3 ori – inclusive code
Individual codes:
ory – Oriya
spv – Sambalpuri
bgw – Bhatri
ort – Adivasi Oriya
dso – Desiya

ইতিহাস

  • প্ৰাচীন ওড়িয়া (১০ম শতাব্দী-১৩০০),
  • প্ৰাৰম্ভিক মধ্য ওড়িয়া (১৩০০-১৫০০),
  • মধ্য ওড়িয়া (১৫০০-১৭০০),
  • নতুন মধ্য ওড়িয়া (১৭০০-১৮৫০), আৰু
  • আধুনিক ওড়িয়া (১৮৫০-বৰ্তমান)।

উপভাষা

ওড়িয়া ভাষাৰ মূল উপভাষাবিলাক হ'ল:

  • মুঘলবন্দী; ইয়াক মান্য ওড়িয়া-ও বোলা হয়।
  • দক্ষিণীয় ওড়িয়া
  • উত্তৰ-পশ্চিমীয় ওড়িয়া
  • পশ্চিমীয় ওড়িয়া
  • বালেশ্বৰী ওড়িয়া
  • মেদিনীপুৰী ওড়িয়া
  • হালবি
  • সিংহভূমীয় ওড়িয়া
  • গঞ্জামী ওড়িয়া
  • কালাহাণ্ডী ভাষা
  • দেশিয়া ওড়িয়া
  • সম্বলপুৰী
  • ভাত্ৰী

ওড়িয়া বৰ্ণ আৰু সংখ্যা

ଅ ଆ ଇ ଈ অ আ ই ঈ ଉ ଊ ଋ ୠ উ ঊ ঋ ৠ ଏ ଐ ଓ ଔ এ ঐ ও ঔ ଌ ୡ ৳ ৸ କ ଖ ଗ ଘ ଙ ক খ গ ঘ ঙ ଚ ଛ ଜ ଝ ଞ চ ছ জ ঝ ঞ ଟ ଠ ଡ ଢ ଣ ট ঠ ড ঢ ণ ତ ଥ ଦ ଧ ନ ত থ দ ধ ন ପ ଫ ବ ଵ ଭ ମ প ফ ব ব ভ ম ଯ ର ଳ ୱ য ৰ ল ৱ ଶ ଷ ସ ହ ୟ ଲ শ ষ স হ ক্ষ ল କା କି କୀ କୁ କୂ କୃ কা কি কী কু কূ কূ କେ କୈ କୋ କୌ কে কৈ কো কৌ କଁ କଂ କଃ କ୍ কঁ কং কঃ ক্ ୦ ୧ ୨ ୩ ୪ ୫ ୬ ୭ ୮ ୯ ০ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯

ধ্বনি-সংশ্ৰয়

উড়িয়াত ২৮টা ব্যঞ্জনধ্বনি আৰু ৬টা স্বৰধ্বনি আছে।

স্বৰধ্বনি
  সম্মুখ পশ্চাৎ
উচ্চ i u
মধ্য e o
নিম্ন a ɔ
ব্যঞ্জনধ্বনি
  ওষ্ঠ্য দন্ত্য দন্তমূলীয় মূৰ্ধন্য তালব্য কণ্ঠ্য কণ্ঠনালীয়
অঘোষ স্পৰ্শধ্বনি p

t̪ʰ
  ʈ
ʈʰ
ʧ
ʧʰ
k
 
ঘোষ স্পৰ্শধ্বনি b

d̪ʰ
  ɖ
ɖʰ
ʤ
ʤʰ
ɡ
ɡʰ
 
অঘোষ উষ্মধ্বনি     s       h
নাসিক্যধ্বনি m   n ɳ      
তৰল     l, r ɭ      

শ্বাসাঘাত

উড়িয়াত সাধাৰণতে শব্দৰ শেষ আখৰৰ আগৰ আখৰত শ্বাসাঘাত পৰে।

তথ্যসূত্ৰ

Tags:

ওড়িয়া ভাষা ইতিহাসওড়িয়া ভাষা উপভাষাওড়িয়া ভাষা ওড়িয়া বৰ্ণ আৰু সংখ্যাওড়িয়া ভাষা ধ্বনি-সংশ্ৰয়ওড়িয়া ভাষা তথ্যসূত্ৰওড়িয়া ভাষা

🔥 Trending searches on Wiki অসমীয়া:

লখিমপুৰ জিলাহিমবাহপুঁজিবাদপাৰিজাত হৰণ নাটসালোক সংশ্লেষণনৰকাসুৰব্যৱস্থাপনাদৰ্শনবৈচাগুসত্যনাথ বৰাদক্ষিণপাট সত্ৰচৰক সংহিতাৰাতি বিহুভাৰতীয় ভাষাশ্বিলংজাভাকৰ্কট ক্ৰান্তিঅসমৰ ধান খেতিৰ সঁজুলিসমূহস্বামী বিবেকানন্দবংগ বিভাজন (১৯০৫)ছ'ভিয়েট সংঘকলাখাৰঅনিৰুদ্ধদেৱব্ৰহ্মগুপ্তবতৰউপনিষদকাঞ্চন (উপন্যাস)প্ৰাকৃতিক দুৰ্যোগজাতীয়তাবাদগৱেষণাঅস্বাভাৱিক মনোবিজ্ঞানগড়গাঁওগান্ধাৰীধ্যান চান্দইষ্ট ইণ্ডিয়া কোম্পানীনেলছন মেণ্ডেলাঢ়কৃত্ৰিম বুদ্ধিমত্তাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাআনন্দৰাম বৰুৱাবুঢ়ী আইৰ সাধুবিহুগীতগায়ন-বায়নপঞ্চভুজঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমৰ ৰেচম শিল্পচাইকেলআহোম ৰাজ্যনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাশূন্যভাৰত-চীন যুদ্ধএৰিষ্ট'টলকেশৱ মহন্ত৭ ফেব্ৰুৱাৰীনাগৰিকত্বঅসমৰ নদীসমূহৰ তালিকাসপ্তকাণ্ড ৰামায়ণফকৰা যোজনাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাশাল গছঅসমৰ ৰাজ্যপালসকলৰ তালিকাগোলকীকৰণহেমচন্দ্ৰ বৰুৱাহীৰেন ভট্টাচাৰ্যপৰিৱেশ অধ্যয়নঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকানীলমণি ফুকন (জ্যেষ্ঠ)সংবিধান দিৱস (ভাৰত)কাৰেংঘৰঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকানীলমণি ফুকন (কনিষ্ঠ)কমলাবাৰী সত্ৰযতি-চিনসম্পাদনা🡆 More