ছ: অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৭ম আখৰ

ছ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৭ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ছ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ছ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ছ'ৰ লগত যোগ হ'লে
ছা
ছি
ছী
ছু
ছূ
ছৃ
ছে
ছৈ
ছো
ছৌ

'ছ'ৰে আৰম্ভ শব্দ

  • ছোৱালী
  • ছাগলী
  • ছকোৱা
  • ছবি
  • ছাঁ
  • ছিঁৰাল
  • ‌ ছয়
  • ছাৰ আদি।

তথ্যসংগ্ৰহ

Tags:

ব্যঞ্জনবৰ্ণ মালামুখহাওঁফাওঁ

🔥 Trending searches on Wiki অসমীয়া:

কালিদাসঅংগনবাদীব্ৰহ্মপুত্ৰ নদহিউৱেন-চাংআজান পীৰৰ দৰগাহউটনলবাৰী জিলানগাঁও কুইজ ফ'ৰামচাহেবপুৰাৰ বৰষুণডাকৰ বচনকাৰ্বি ভাষাভগ্নাংশএশিঙীয়া গঁড়দিহানামস্বাধীনতা দিৱস (ভাৰত)শকুন্তলাঋকবেদঅসমীয়া বৰ্ণমালামুহাম্মাদহিমা দাসবাণীকান্ত কাকতিঅসমীয়া ভাষা আন্দোলনমনপৰিস্থিতি বিজ্ঞানডালিমীগদী ভাষাহিমালয়ভাষাবিজ্ঞাননাট্য শাস্ত্ৰবাঁহমানস ৰাষ্ট্ৰীয় উদ্যানৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগবৰাক নদীনৱ-বৈষ্ণৱ ধৰ্মমৌখিক সাহিত্যনগাঁওইয়াণ্ডাবু সন্ধিচ্যু-খ্ৰং-ফালোকগীতবৌদ্ধ ধৰ্মইউনিয়ন বেংক অৱ ইণ্ডিয়ামায়ংসংগীতমাঘ বিহুকামৰূপ ৰাজ্যঝুমুৰআলি আঃয়ে লৃগাংচীনা সাম্যবাদী বিপ্লৱমাৰ্কাছ টুলিয়াছ চিচেৰোলোকবিশ্বাসমে ডাম মে ফিমৌৰ্য সাম্ৰাজ্যহেমকোষনৱকান্ত বৰুৱালাভলীনা বৰগোহাঁইৰুক্মিণী হৰণ নাটঅসমৰ সাধুকথাভাৰতীয় ৰিজাৰ্ভ বেংকঅসমীয়া ভাষাৰ শব্দসম্ভাৰডিমাছা ভাষাচন্দ্ৰগুপ্ত মৌৰ্যকল্পনা চাওলাঅসমৰ মন্ত্ৰ-সাহিত্যউত্তৰ-পূব ভাৰতভাৰতত নাৰীবাদপঞ্জাৱ নেচনেল বেংকচ'মাংকানআৱাহন (আলোচনী)অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাসনজীদা খাতুনঅসম বিধানসভাআনন্দৰাম ঢেকিয়াল ফুকনব’হাগঅংকীয়া নাটFale sootagaঅসমৰ জিলাসমূহআৰ্লিং হালেণ্ড🡆 More