ন: অসমীয়া ব্যঞ্জবৰ্ণৰ অ্যতম

ন অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ন'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ন' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ন'ৰ লগত যোগ হ'লে
না
নি
নী
নু
নূ
নৃ
নে
নৈ
নো
নৌ

যুক্তবৰ্ণ (ন যোগ)

ন্ + ত + ৱ = ন্ত্ব = সান্ত্বনা
ন্ + থ = ন্থ = গ্ৰন্থ
ন্ + দ = ন্দ = মন্দ
ন্ + ধ = ন্ধ = অন্ধ
ন্ + ন = ন্ন = অন্ন
ন্ + ব = ন্ব = অন্বেষণ
ন্ + ম = ন্ম = জন্ম
ন্ + য় = ন্য = মান্য
ন্ + স = ন্স = ফ্ৰান্স

'ন'ৰে আৰম্ভ শব্দ

  • নদী
  • নৈ
  • নৰ
  • নমস্কাৰ
  • নখ
  • নাক
  • নম্ৰ
  • নায়ক
  • নৌসেনা
  • নকুল
  • নৰনাৰায়ণ
  • নাৰায়ণ
  • নক্সা
  • ননৈ

আদি।

তথ্যসংগ্ৰহ

Tags:

ন স্বৰবৰ্ণৰ লগত যোগ হলেন যুক্তবৰ্ণ ( যোগ)ন ৰে আৰম্ভ শব্দন তথ্যসংগ্ৰহব্যঞ্জনবৰ্ণ মালামুখহাওঁফাওঁ

🔥 Trending searches on Wiki অসমীয়া:

কবিৰত্ন সৰস্বতীৰাজনৈতিক দলশিৱসাগৰফাকুৱালিংগ (জৈৱিক)ভাৰতীয় দৰ্শনমধ্যাহ্ন ভোজন আঁচনিঅনাভেদী যৌনক্ৰিয়াচলচ্চিত্ৰমামণি ৰয়ছম গোস্বামীদানৱ ৰাজবংশশিৱসাগৰৰ শিৱদৌলশকুন্তলা (চলচ্চিত্ৰ)ৰাজ্যসভাঅসমৰ ধান খেতিৰ সঁজুলিসমূহঅসমৰ ৰেচম শিল্পবব্ৰুবাহনৰ যুদ্ধদিখৌ নদীমাটি২৪ এপ্ৰিলসংগীতঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলযতীন্দ্ৰ নাথ দুৱৰাকামৰূপী লিপিফুলগান্ধীবাদএইচ.আই.ভি/এইড্‌ছশিক্ষাভট্টদেৱপ্ৰাকৃতিক দুৰ্যোগসাঁচিপাতবৃহস্পতি গ্ৰহপৰিৱেশ তন্ত্ৰডাকৰ বচনখামটি জনগোষ্ঠীঅসমৰ তেল শোধনাগাৰনেপালী জনগোষ্ঠীপৃথিৱীঅসমীয়া ভাষা আন্দোলনবড়ো জনগোষ্ঠীমনোবিজ্ঞানন'বেল বঁটাউত্তৰ গুৱাহাটীভাৰতৰ সংবিধানঅসমীয়া ভাষাৰ শব্দসম্ভাৰযুধিষ্ঠিৰইলিয়াডআত্মসহায়ক গোটপ্ৰথম বিশ্বযুদ্ধমাছবিশ্বকোষইতিহাসফলৰ তালিকাবেটুপাতভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচৰাইআলি আঃয়ে লৃগাংভগৱানৱিকিপিডিয়াআউনীআটী সত্ৰব্ৰহ্মপুত্ৰ নদভীমৰাও ৰামজী আম্বেদকাৰবিহুৰ খাদ্যঅসমপৰিমেয় সংখ্যাশোণিত কুঁৱৰীপাচন তন্ত্ৰঅব্যয় পদঅসমৰ মন্ত্ৰ-সাহিত্যপালি ভাষাভটিমাঅসমৰ মাছজাতনাম🡆 More