নাক: শ্বাস তন্ত্ৰৰ অংগ

নাক (ইংৰাজী: nose) হৈছে মেৰুদণ্ডীৰ দেহত থকা একপ্ৰকাৰৰ সংবেদক অংগ। নাকৰ ন্যাসৰন্ধ্ৰইদি শ্বাসক্ৰিয়াৰ বায়ু প্ৰৱেশ আৰু প্ৰস্থান কৰে। নাকৰ পাছফালে অলফেক্টৰি মিউকছা আৰু ছাইনাছ থাকে। নাসিকা গহ্বৰৰ পৰা বায়ু ফেৰিংছৰ মাজেৰে হাঁওফাঁওত প্ৰৱেশ কৰে।

নাক
নাক: শ্বাস তন্ত্ৰৰ অংগ
কুকুৰৰ নাক অতি সংবেদনশীল
সবিশেষ
চিনাক্তকাৰক
লেটিন নেছাছ (Nasus)
MeSH D009666
TA98 A06.1.01.001
A01.1.00.009
TA2 117
দেহতাত্ত্বিক পৰিভাষা

বায়ু সৰবৰাহ

নাক হৈছে শ্বাস তন্ত্ৰৰ এটা অংশ। ই বায়ুৰ পৰা অক্সিজেন গ্ৰহন কৰা আৰু কাৰ্বন ডাই অক্সাইড নিস্কাসন কৰাৰ পথ হিচাপে কাৰ্য কৰে। বাহ্যিক পৃথিৱী আৰু দেহৰ মাজৰ সমন্বয় ৰক্ষাকাৰী হিচাপে ই আৰু ইয়াৰ সংলগ্ন গঠনসমূহে বায়ুৰ সৈতে জড়িত অন্য কিছুমান কামো কৰে; যেনে- গন্ধ লোৱা, দেহলৈ প্ৰৱেশ কৰা বায়ু গৰম কৰা/সেমেকা কৰা আদি। যিকোনো অবাঞ্চিত কণা হাঁওফাঁওত প্ৰৱেশ কৰাত বাধা দিবৰ বাবে নাকৰ ভিতৰফালে অসংখ্য নোম থাকে।

দিক্ নিৰ্ণয়

কুকুৰৰ সেমেকা নাক দিক নিৰ্ণয়ৰ বাবেও উপযোগী। চালত থকা সংবেদনশীল সংগ্ৰাহকে কোনো এটা গন্ধ কোন দিশৰ পৰা আহিছে, সেইটো নিৰ্ণয় কৰিব পাৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষামেৰুদণ্ডী

🔥 Trending searches on Wiki অসমীয়া:

গৱেষণাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমীয়া বৰ্ণমালাঅসমীয়া কবিতামানৱ ভূগোলঅসম আন্দোলনইষ্ট ইণ্ডিয়া কোম্পানীনামঘোষাগঙ্গা নদীশক্তিদুৰ্যোগসাঁথৰহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)এচিদ বৰষুণমানুহমণিৰাম দেৱান (চলচ্চিত্ৰ)পাচন তন্ত্ৰত্ৰিভুজশিৱসাগৰৰ শিৱদৌলঅসমৰ গামোচাভাৰতৰ সংবিধানতোলনি বিয়াকিতাপকপৌ ফুলমামণি ৰয়ছম গোস্বামীজল প্ৰদূষণমাটিৰ হিচাপভাৰতীয় ভাষাঅযোধ্যা (পৌৰাণিক নগৰ)সংস্কৃত ভাষাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)বেণুধৰ শৰ্মালক্ষ্মীনাথ বেজবৰুৱাবড়ো জনগোষ্ঠীঅৰ্কিডকৰতল কমল কমল দল নয়নআনন্দৰাম ঢেকিয়াল ফুকনবাণিজ্যশিক্ষা মনোবিজ্ঞানৰাজ্যসভাআয়ুৰ্বেদদশাৱতাৰদিনকামৰূপী লোকগীতঅসমৰ চিত্ৰকলাৰ ইতিহাসফাকে জনগোষ্ঠীকৃষ্ণচূড়াযোগাসনহেমচন্দ্ৰ গোস্বামীঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভাৰত-আৰ্য ভাষা পৰিয়ালছিৰিমাভো বন্দৰনাইকেঅসমৰ মুখা শিল্পঘিলাধাৰী ঘাটৰ সন্ধিঔষধি উদ্ভিদভাৰতউপন্যাসপাৰ চৰাইশালস্তম্ভ ৰাজবংশস্বাভাৱিক সংখ্যাঅসমীয়া সাহিত্যত মালিতাগগনাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবিশ্বকোষমানস ৰাষ্ট্ৰীয় উদ্যানহেমচন্দ্ৰ বৰুৱাবিশেষ্য পদউচ্চ ৰক্তচাপনলিনীবালা দেৱীউদ্ভিদযৌগিক সংখ্যাপ্ৰাকৃতিক পৰিৱেশযতীন বৰা🡆 More