লেটিন ভাষা: ইটালিক শাখাৰ ইণ্ডো-ইউৰোপীয় ভাষা

লেটিন ভাষা (Latin: lingua latīna) ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে।

লেটিন ভাষা
lingua latīna
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
ইটালীৰ ৰোমৰ ক'ল'ছিয়ামত লেটিন লিপি
থলুৱা অঞ্চল
  • লেটিয়াম
  • ৰোমান সম্ৰাজ্য / গণতন্ত্ৰ / সম্ৰাজ্য
    • প্ৰাক আধুনিক ইউৰোপ
  • ছিলিছিয়াৰ আৰ্মেনিয়ান সম্ৰাজ্য (সংযোগী ভাষা)
  • লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ ভেটিকান চিটি
জাতীয়তা লেটিন
যুগ খ্ৰীষ্টীয় ষষ্ঠৰ পৰা নৱম খ্ৰীষ্টাব্দৰ সময়ছোৱাত বিৰূপ লেটিন পিছলৈ ৰোমাঞ্চ ভাষালৈ বিকশিত হৈছিল; বিশুদ্ধ ভাষা মধ্য ইউৰোপ আৰু কেথলিক দেশ সমূহৰ বিদ্বান লেখনি আৰু কেথলিক গীৰ্জা সমূহৰ পৱিত্ৰ ভাষাৰূপে ব্যৱহাৰ হৈছিল
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয় ভাষা
  • ইটালীক
    • লেটিন' ফালিস্কান ভাষা
      • লেটিন ভাষা
লিখন প্ৰণালী লেটিন বৰ্ণমালা 
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ হলি চি
নিয়মাধীন হয়
  • প্ৰাচীন: ব্যাকৰণ আৰু অলংকাৰশাস্ত্ৰৰ ৰোমান স্কুল
  • বৰ্তমান: পন্তিফিকেল একাডেমী অফ লেটিন
ভাষা সংকেত
ISO 639-1 la
ISO 639-2 lat
ISO 639-3 lat
গ্লোটোলগ impe1234
lati1261
লিংগোৱাস্ফেয়াৰ 51-AAB-aa to 51-AAB-ac
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
১১৭ খ্ৰীষ্টাব্দৰ ৰোমান সম্ৰাজ্য আৰু লেটিন ভাষী সকলে শাসন কৰা অঞ্চল (ৰঙা)। সম্ৰাজ্যৰ ভিতৰত লেটিনৰ বাহিৰেও আন বহুতো ভাষাৰ প্ৰচলন আছিল।
লেটিন ভাষা: তথ্য উৎস, বাহ্যিক সংযোগ
ৰোমাঞ্চ ভাষাৰ বিস্তৃতি, আধুনিক লেটিনৰ উত্তৰপুৰুষ

লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল। ৰোমান গণতন্ত্ৰৰ শক্তি বিস্তাৰৰ লগে লগে ই এক প্ৰভাৱশালী ভাষালৈ পৰিনীত হয়। প্ৰথমে ই ইটালী আৰু পিছলৈ গোটেই ৰোমান সাম্ৰাজ্যত বিয়পি পৰে। বিৰূপীত লেটিন ভাষা ৰোমাঞ্চ ভাষালৈ বিকশিত হয়। সেই সমূহ হ'ল ইটালীয়ান ভাষা, পৰ্তুগীজ ভাষা, স্পেনীছ ভাষা, ফৰাচী ভাষা, আৰু ৰোমানিয়ান ভাষা। লেটিন, গ্ৰীক আৰু ফ্ৰেন্স ভাষাৰ বহু শব্দয়ে ইংৰাজী শব্দসম্ভাৰ টনকিয়াল কৰিছে। তাৰে ভিতৰত লেটিন আৰু গ্ৰীক শব্দ মূল সমূহ ইংৰাজী ভাষাত সূত্ৰ, জীৱবিজ্ঞান, বিজ্ঞান, ঔষধ আৰু আইনী বিষয়ত ব্যৱহাৰ হয়।

৭৫ খ্ৰীষ্টপূৰ্বত ৰোমান গণতন্ত্ৰয়ে পুৰণি লেটিনক বিধিসন্মতভাবে শাস্ত্ৰীয়কৰণ কৰে। বৰ্তমান লেটিন বিশ্বৰ বহুতো শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত শিকোৱা হয়। ই ৰোমান কেথলিক গীৰ্জা সমূহ আৰু হলি চিৰ চৰকাৰী ভাষা।

তথ্য উৎস

বাহ্যিক সংযোগ

ভাষা সঁজুলি

শিক্ষা

ব্যাকৰণ আৰু অধ্যয়ন

ফনেটিক

লেটিন ভাষাৰ বাতৰিকাকত

লেটিন ভাষাৰ অনলাইন সমাজ

Tags:

লেটিন ভাষা তথ্য উৎসলেটিন ভাষা বাহ্যিক সংযোগলেটিন ভাষাভাৰত-ইউৰোপীয় ভাষা পৰিয়াল

🔥 Trending searches on Wiki অসমীয়া:

চ'মাংকানসংখ্যাহস্তীবিদ্যাৰ্ণৱসতী সাধনীঅসমৰ শাক-পাচলিৰ তালিকাভাৰতৰ জাতীয় পতাকাবাজেটঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅগ্নিগড়অণুগল্পকৰ'নাভাইৰাছ ৰোগ ২০১৯দুৰ্যোগমণিকৰ্ণেশ্বৰ দেৱালয়নলিনীবালা দেৱীৰাজিয়া চুলতানাজৱাহৰলাল নেহৰুগুৱাহাটী (লোকসভা সমষ্টি)দৈনিক বাতৰিঅতুল চন্দ্ৰ হাজৰিকাঅপাৰেটিং চিষ্টেমশিক্ষা মনোবিজ্ঞানসপ্তকাণ্ড ৰামায়ণভাৰতীয় জাতীয় কংগ্ৰেছজীৱনৰ বাটতঅসমৰ জনগোষ্ঠীচাইকেলঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাচৰিত পুথিঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫থাই ভাষাউদ্বিগ্নতামানচিত্ৰযোৰহাট জিলাকলাবৰপেটা সত্ৰভাৰতীয় ৰেলকীৰ্তন ঘোষা সংকলনঅসমৰ জিলাসমূহজন গণ মনহিমবাহৰাষ্ট্ৰসংঘঅসমীয়া গীতি সাহিত্যশকুন্তলাবিহু নৃত্যযৌন সংগমমাৰ্ঘেৰিটা মহকুমাভূমিস্খলনভাৰতীয় ভাষামই আৰু নেফাউত্তৰ-পূব ভাৰতএকলব্যসাম্যবাদী সমাজবহনক্ষম উন্নয়নৰ লক্ষ্যভাৰতৰ উপৰাষ্ট্ৰপতিভাষাবিজ্ঞানব’হাগসাপলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীপৰিৱেশ বিজ্ঞানঅষ্ট্ৰেলিয়ালুৰিন জ্যোতি গগৈকৃষ্ণচূড়াঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলশব্দইয়াত এখন অৰণ্য আছিলবিশ্বকোষঅসমৰ তেল শোধনাগাৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য🡆 More