আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা

ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ (ISBN) (আই.এচ.বি.এন.) বা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সকলো ধৰনৰ বাৰকোড চিহ্নিতকৰণৰ বাবে ব্যৱহৃত এক সংখ্যায়ন পদ্ধতি যিটো বাণিজ্যিক দিশত ব্যৱহৃত হৈ আহিছে। ১৯৬৬ খ্ৰীষ্টাব্দত যুক্তৰাজ্যত এই সংখ্যায়ন পদ্ধতি প্ৰৱৰ্তন কৰা হয়। ইয়াৰ অনুৰূপ আৰু এক সংখ্যায়ন পদ্ধতি হৈছে আই.এচ.এচ.এন. যি মূলতঃ পত্ৰ-পত্ৰিকা আৰু সাময়িকীৰ ক্ষেত্ৰত ব্যৱহৃত হয়। ২০০৭ খ্ৰীষ্টাব্দৰ ১ জানুৱাৰী তাৰিখৰ পৰা আই.এচ.বি.এনক ১৩-ডিজিটৰ সংখ্যালৈ উন্নীত কৰা হৈছে। এই সংখ্যায়নৰ সকলো দায়িত্ব বহনকাৰী হৈছে টিচি ৪৬/এচচি ৯।

আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা
A 13-digit ISBN, 978-3-16-148410-0, as represented by an EAN-13 bar code.

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ধৰিত্ৰী দিৱসভাৰতীয় জাতীয় কংগ্ৰেছহৰেকৃষ্ণ ডেকাপৃথিৱীমিচিং ভাষাবতৰঋতুনৱকান্ত বৰুৱাবিহু নৃত্যমহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেডৱেবছাইটঅশোকৰ অনুশাসনৰাতি বিহুঅসমীয়া প্ৰতিদিনমাৰাঠা সাম্ৰাজ্যমৌলিক সংখ্যাচৰিত পুথিকপাহমৌখিক ইতিহাসশিৱইণ্টাৰনেটমহেন্দ্ৰ বৰাঅসমত দেখা চৰাইবোৰৱিকিপিডিয়াহিমা দাসগোৱালপাৰা জিলামানচিত্ৰঅসম সাহিত্য সভাভাৰতৰ জাতীয় পতাকাভাৰত ৰত্নঅংগৰাগ মহন্তসত্ৰলুৰিন জ্যোতি গগৈলক্ষ্মীধৰ শৰ্মাডাকৰ বচনআদ্য শৰ্মাহিমন্ত বিশ্ব শৰ্মালিঅ'নাৰ্ড' দা ভিন্সিমানৱ শৰীৰডিমাছা ভাষাগোপীনাথ বৰদলৈনেপালী জনগোষ্ঠীসাপনগাঁও (লোকসভা সমষ্টি)সমাজশিক্ষা মনোবিজ্ঞানহাবুংনিউটনৰ গতিৰ সূত্ৰঅসমীয়া লোক-সংস্কৃতিঅঘৰী আত্মাৰ কাহিনীহৰ্ণবিল উৎসৱতিৱা জনগোষ্ঠীঅসমৰ গামোচাৰাজিয়া চুলতানাঅসমৰ সাধুকথাগদ্যশৰাইঘাট অভিধানমিচিং জনগোষ্ঠীৰ সাজপাৰবেটুপাতআধুনিকতাবাদচুতীয়া ৰাজ্যশালস্তম্ভ ৰাজবংশনাগালেণ্ডগঙ্গা নদীকৃষ্ণচূড়াবানপানীনীলপৱন বৰুৱাপায়ু সংগমডিমাছা জনগোষ্ঠীঅসমীয়া ভাষা উন্নতি সাধিনী সভাৰোগপৰ্যাবৃত্ত তালিকাআয়ুৰ্বেদ🡆 More