ঙ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৫ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ঙ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঙ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ঙ'-ক এনেদৰে লিখা যায়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ঙ'ৰ লগত যোগ হ'লে
ঙা
ঙি
ঙী
ঙু
ঙূ
ঙৃ
ঙে
ঙৈ
ঙো
ঙৌ

যুক্তবৰ্ণ (ঙ যোগ)

ঙ + ক = ঙ্ক = অঙ্ক
ঙ + খ = ঙ্খ = শঙ্খ
ঙ + গ = ঙ্গ = গঙ্গা
ঙ + ঘ = ঙ্ঘ = সঙ্ঘ
ঙ + ম = ঙ্ম = বাঙ্ময়

'ঙ'যুক্ত শব্দ

  • নাঙল
  • মঙহ
  • কঙাল
  • গঙা-চিলনী
  • চুঙা আদি।
  • বঙাল
  • খঙাল
  • মঙল
  • বঙহ

তথ্যসংগ্ৰহ

Tags:

ঙ স্বৰবৰ্ণৰ লগত যোগ হলেঙ যুক্তবৰ্ণ ( যোগ)ঙ যুক্ত শব্দঙ তথ্যসংগ্ৰহব্যঞ্জনবৰ্ণ মালাব্ৰেইল্মুখহাওঁফাওঁ⠬ (braille pattern dots-346) U+282C

🔥 Trending searches on Wiki অসমীয়া:

অসম আৰক্ষীজিকিৰধানভাৰতৰ উপৰাষ্ট্ৰপতিহোমেন বৰগোহাঞিৰামশ্ৰীমদ্ভগৱতগীতাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদআনন্দ চন্দ্ৰ আগৰৱালাঅভিযাত্ৰী২৬ এপ্ৰিলৰুবুল মাউতবনফুলৰাজ্যসভাসাঁথৰসূৰ্যআনন্দৰাম ঢেকিয়াল ফুকনচামগুৰি সত্ৰএশিঙীয়া গঁড়মেখেলা চাদৰভূগোলবেটুপাতঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাবেদমৌখিক পৰম্পৰামোপিন উত্‍সৱপিম্পৰা গুচোৱাযোৰানামচৰিত পুথিআহোম-মোগলৰ সংঘৰ্ষসমাজনীলমণি ফুকন (জ্যেষ্ঠ)বৃহস্পতি গ্ৰহঅসম আন্দোলনপিঠাবেণুধৰ শৰ্মাতাল (বাদ্যযন্ত্ৰ)উপভাষাবৰপেটা সত্ৰভাৰতীয় জনতা পাৰ্টিমাছনদী২৩ এপ্ৰিলবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমুগা (ৰেচম)অসমীয়া যুক্তাক্ষৰহলায়ুধভাৰতীয় শিল্পকলাআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিউমানন্দদৌল গোবিন্দ মন্দিৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাচকলংবিপৰীতাৰ্থক শব্দৰাজহুৱা ক্ষেত্ৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাবসন্ত ৰোগসাহিত্য সমালোচনাভিটামিনবিহুৰ খাদ্যবৰপেটা (লোকসভা সমষ্টি)শিৱসাগৰৰ শিৱদৌলনামচিংবাজেটসাগৰ দেখিছা (কবিতা সংকলন)পৰম্পৰাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)গোলকীয় উষ্ণতা বৃদ্ধি🡆 More