ণ: অসমীয়া ব্যঞ্জনবৰ্ মালাৰ পঞ্চদশ আখৰ

ণ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ পঞ্চদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ণ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ণ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ণ'ৰ লগত যোগ হ'লে
ণা
ণি
ণী
ণু
ণূ
ণৃ
ণে
ণৈ
ণো
ণৌ

যুক্তবৰ্ণ (ণ যোগ)

ণ্‌ + ট = ণ্ট = কণ্টক
ণ্‌ + ঠ = ণ্ঠ = কণ্ঠ
ণ্‌ + ড = ণ্ড = মণ্ডল
ণ্‌ + য় = ণ্য = অৰণ্য

'ণ'ৰে আৰম্ভ শব্দ

  • ণত্ববিধি

'ণ'যুক্ত শব্দ

  • কাণ
  • কণ
  • কণা
  • কণমানি আদি।

তথ্যসংগ্ৰহ

Tags:

ণ স্বৰবৰ্ৰ লগত যোগ হলেণ যুক্তবৰ্ ( যোগ)ণ ৰে আৰম্ভ শব্দণ যুক্ত শব্দণ তথ্যসংগ্ৰহব্যঞ্জনবৰ্ণ মালামুখহাওঁফাওঁ

🔥 Trending searches on Wiki অসমীয়া:

মালালা ইউছুফজাইতীৰ্থনাথ শৰ্মাগায়ত্ৰী মহন্তবিষ্ণুপ্ৰসাদ ৰাভাঅসমৰ চিত্ৰকলাৰ ইতিহাসলাভলীনা বৰগোহাঁইআলি আঃয়ে লৃগাংকাল সংহতিমোহনদাস কৰমচান্দ গান্ধীসত্ৰআৰ্দ্ৰতাচৰ্যাপদগাঁঠিয়ন খুন্দাযক্ষ্মাঅসমীয়া জাতিডাকৰ বচনঅৰ্কিডভৌতিক সংস্কৃতিভবেন্দ্ৰ নাথ শইকীয়াসাক্ষৰতাগঙ্গা নদীশিশু সাহিত্যওজাপালিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যশংকৰদেৱ শিশু নিকেতন, ঘিলামৰামালিনী থানকামৰূপ ৰাজ্যগোৱালপাৰা জিলানাৰী সবলীকৰণজনপ্ৰব্ৰজনঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ৰাতি বিহুৰাছিয়াশৰ্মা মন্ত্ৰীসভাএহাত ডাবাভৰদেৱতা (হিন্দু ধৰ্ম)অসমৰ লোকবাদ্যতামোলছট পূজাসৌৰ শক্তিতলাতল ঘৰসালোক সংশ্লেষণতিনিচুকীয়া জিলামাটি আখৰাআজান পীৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰমালিতাভূপেন হাজৰিকাব্ৰহ্মপুত্ৰ উপত্যকাগেলিলিঅ’ গেলিলিনৰকাসুৰবড়ো ভাষাকমলাবাৰী সত্ৰবৰ্ণালী কলিতাকোকৰাঝাৰ জিলাশ্ৰীমদ্ভগৱতগীতাপদ্মনাথ গোহাঞি বৰুৱাকাতি বিহুঅম্বিকাগিৰি ৰায়চৌধুৰীৰাষ্ট্ৰীয় বিজ্ঞান দিৱসকৰবী ডেকা হাজৰিকাপাচন নলীভাৰত ৰত্নদ্বিতীয় বিশ্বযুদ্ধতাজমহলগৱেষণাদৰঙী খুলীয়া ভাউৰীয়াৱিকিপিডিয়াবড়ো জনগোষ্ঠীভক্তি ৰত্নাৱলীদীপলিনা ডেকা🡆 More