ষ: অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩১ নং আখৰ

ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩১ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ষ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ষ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ষ'ৰ লগত যোগ হ'লে
ষা
ষি
ষী
ষু
ষূ
ষৃ
ষে
ষৈ
ষো
ষৌ

যুক্তবৰ্ণ (ষ যোগ)

ষ্ + ক = ষ্ক = শুষ্ক
ষ্ + ট = ষ্ট = কষ্ট
ষ্ + ঠ = ষ্ঠ = ওঁষ্ঠ
ষ্ + ণ = ষ্ণ = উষ্ণতা
ষ্ + প = ষ্প = পুষ্প
ষ্ + ফ = ষ্ফ = নিষ্ফল
ষ্ + ম = ষ্ম = উষ্ম
ষ্ + য় = ষ্য = বিশেষ্য

'ষ'ৰে আৰম্ভ শব্দ

  • ষটপদ
  • ষট্‌ত্ৰিংশ
  • ষষ্ঠ
  • ষণ্ড
  • ষষ্ঠিক আদি।

তথ্যসংগ্ৰহ

Tags:

ষ স্বৰবৰ্ণৰ লগত যোগ হলেষ যুক্তবৰ্ণ ( যোগ)ষ ৰে আৰম্ভ শব্দষ তথ্যসংগ্ৰহব্যঞ্জনবৰ্ণ মালামুখহাওঁফাওঁ

🔥 Trending searches on Wiki অসমীয়া:

স্বামী বিবেকানন্দঅসমৰ মন্ত্ৰ-সাহিত্যমৰিগাঁও জিলান'বেল বঁটাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকালভিতাউদয় শংকৰকাৰ্বি ভাষাএকচেটীয়া বজাৰভাৰতৰ ৰাষ্ট্ৰপতিবনফুলভাৰতৰ উপৰাষ্ট্ৰপতিনিচুকনি গীতবিশ্বনাথ ঘাটঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাভাষামণিপুৰঅসমৰ মুখা শিল্পফাকুৱাপাৰিপাৰ্শ্বিক সংঘাতবিচূৰ্ণীভৱনভাৰতীয় জাতীয় কংগ্ৰেছক্ষমূৰাৰা, ৰঙিয়াসৰ্বেপল্লী ৰাধাকৃষ্ণণমোহনদাস কৰমচান্দ গান্ধীৱিকিমিডিয়া ফাউণ্ডেশ্যনভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাগোলকীকৰণপাৰিজাত হৰণ নাটঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাবচন (ব্যাকৰণ)অপাৰেটিং চিষ্টেমযতি-চিনকলিমাবৰপেটামৌখিক ইতিহাসশাল গছযোগেশ দাসবিষ্ণুআহোম জনগোষ্ঠীচীনচ্যু-কা-ফাঅলিম্পিকআহোম বিবাহ পৰম্পৰাঅৰুণ শৰ্মাপ্ৰকৃতিমৰাণ জনগোষ্ঠীমঙ্গলদৈ (লোকসভা সমষ্টি)শামুকসংবিধান দিৱস (ভাৰত)বাজেটতথ্য প্ৰযুক্তিসাম্যবাদবৰপেটা সত্ৰঅসমৰ লোকবাদ্যঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমীয়া কবিতাবকুল ফুলৰ দৰে (গ্ৰন্থ)ৰেখাকৃষ্ণচূড়াগুমৰাগযোৰহাটচি++বড়ো ভাষাজাভাশীতল যুদ্ধটুক্ৰেশ্বৰী দেৱালয়ব-দ্বীপযতীন গোস্বামীঢোলআন্তৰ্জাতিক শ্ৰমিক দিৱসসাঁথৰএহাত ডাবা🡆 More