অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা

অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।

অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।

আচল নামৰ সৈতে ছদ্ম নাম

উপাধি

বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধি

বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰদ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ তালিকা দিয়া হ'ল।

ক্ৰম ব্যক্তিৰ নাম উপাধি/উপাধিসমূহ
শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ, জগতগুৰু
শ্ৰীশ্ৰী মাধৱদেৱ বঢ়াৰ পো
জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ
বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু
অম্বিকাগিৰী ৰায়চৌধুৰী অসম কেশৰী
তৰুণৰাম ফুকন দেশভক্ত
ব্ৰজনাথ শৰ্মা অভিনয়াচাৰ্য
নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি
লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰথী, ৰসৰাজ
১০ ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট
১১ কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি
১২ অম্বেশ্বৰ চেতিয়া ফুকন কবিতা কোঁৱৰ
১৩ নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ
১৪ বিক্ৰম সিং য়েইন গণ শিল্পী
১৫ পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি
১৬ দেৱেশ্বৰ শৰ্মা জননায়ক
১৭ মফিজুদ্দিন আহমেদ হাজৰিকা জ্ঞান মালিনীৰ কবি
১৮ হেমচন্দ্ৰ বৰুৱা ত্যাগবীৰ
১৯ লক্ষ্মীধৰ শৰ্মা দেশপ্ৰাণ
২০ বিনন্দ চন্দ্ৰ বৰুৱা ধ্বনি কবি
২১ ফণী শৰ্মা নটসূৰ্য
২২ সত্যপ্ৰসাদ বৰুৱা নাট্য প্ৰভাকৰ
২৩ শৈলধৰ ৰাজখোৱা নিজৰাৰ কবি
২৪ গণেশ চন্দ্ৰ গগৈ পাপৰিৰ কবি
২৫ চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ
২৬ হীৰেন ভট্টাচাৰ্য প্ৰেম আৰু ৰ'দালিৰ কবি
২৭ আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি
২৮ ৰঘুনাথ চৌধাৰী বিহগী কবি
২৯ যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কবি
৩০ আনন্দিৰাম দাস বনকোঁৱৰ
৩১ প্ৰসন্নলাল চৌধুৰী বিদ্ৰোহী কবি
৩২ নীলমণি ফুকন বাগ্মীবৰ, ককা
৩৩ কনকলতা বীৰবালা
৩৪ আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ
৩৫ ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ
৩৬ অমিয় কুমাৰ দাস লোকনায়ক
৩৭ মতিৰাম বৰা লোকপ্ৰাণ
৩৮ গোপীনাথ বৰদলৈ লোকপ্ৰিয়
৩৯ ডা: ভুৱনেশ্বৰ বৰুৱা লোকবন্ধু
৪০ ৰত্নকান্ত বৰকটকী শেৱালি কবি
৪১ গজেন বৰুৱা শোণিত কোঁৱৰ
৪২ লক্ষ্মীৰাম বৰুৱা সংগীতাচাৰ্য
৪৩ চন্দ্ৰধৰ বৰুৱা সাহিত্য ৰত্ন
৪৪ ভীমবৰ দেউৰী জননেতা

লগতে চাওক

তথ্যসূত্ৰ

Tags:

অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা আচল নামৰ সৈতে ছদ্ম নামঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা উপাধিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা লগতে চাওকঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা তথ্যসূত্ৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমীয়া সাহিত্যচৰ্যাপদ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাতথ্যবিশেষ্য পদসংগীতভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যথাই ভাষামাটিৰ হিচাপভূমিস্খলনউদ্ভিদবেণুধৰ শৰ্মাপিঠাশ্বিলংকীৰ্তন-ঘোষামৌ-মাখিউত্তৰ-পূব ভাৰতইংলেণ্ডমহাদেশশব্দসৰ্বেপল্লী ৰাধাকৃষ্ণণঅম্বিকাগিৰি ৰায়চৌধুৰীঅলিম্পিকবিত্তীয় ব্যৱস্থাবৃত্তহস্তীবিদ্যাৰ্ণৱবিবাহজীৱনীশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘজুবিন গাৰ্গমাঘ বিহুসন্ধিভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাৱিকিমিডিয়া ফাউণ্ডেশ্যন২০২৩ জি-২০ নতুন দিল্লী সন্মিলনভূমিকম্পপদ্মধৰ চলিহাশিৱসাগৰৰ শিৱদৌলসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা২৭ এপ্ৰিললুই পেষ্ট'ৰদিল্লীবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসজল প্ৰদূষণসদৌ অসম ছাত্ৰ সন্থাঅসমীয়া ব্যাকৰণবসন্ত ৰোগৰূপালীমঅসম গণ পৰিষদমৌখিক ইতিহাসঅযোধ্যা (পৌৰাণিক নগৰ)g987zচামেলি মেমচা'বঅসমৰ জাতীয় গীতব্ৰজাৱলী ভাষাপৃথিৱীদেউৰী জনগোষ্ঠীঅসমনামনি অসমলুৰিন জ্যোতি গগৈশিশু সাহিত্যমামণি ৰয়ছম গোস্বামীআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅণুবীক্ষণ যন্ত্ৰনাৰী সবলীকৰণফলৰ তালিকাভাৰত-আৰ্য ভাষা পৰিয়ালঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিহিউমাছঅসমৰ পুৰণি স্থাপত্যশেলাইগুৱাহাটী (লোকসভা সমষ্টি)অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাআনন্দৰাম বৰুৱা🡆 More