মহেন্দ্ৰনাথ ডেকা ফুকন

এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।

মহেন্দ্ৰনাথ ডেকা ফুকন অসমৰ এগৰাকী শিল্পী, কবি আৰু সাংবাদিক হিচাপে পৰিচিত।
জন্ম ঃ ১৯০৩ চনত গুৱাহাটীত।
পিতৃ ঃ লক্ষ্মীনাথ ফুকন
ছদ্মনাম ঃ মনাই বৈৰাগী ( নিজে মহেন্দ্ৰ নাথ মৈ হেংদাং ডেকা ফুকন বুলি লিখিছিল)
দাম্পত্য সংগী - মিছ ক্লেৰিছ (পাছলৈ জ্যোতিৰ্ময়ী দেৱী নাম গ্ৰহণ কৰে)
মৃত্যু ঃ ১৯৭৩

শিক্ষা

কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কটন কলেজত নামভৰ্তি কৰে যদিও পঢ়া আধাতে এৰে।

কৰ্মজীৱন

পঢ়া সমাপ্ত নকৰাকৈ তেওঁ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে। এনেদৰে ঘূৰি ফুৰোঁতে তেওঁ ৰেংগুনত উপস্থিত হয় আৰু তাতেই ‘ৰেংগুন মেইল’ কাকতখনৰ সহকাৰী সম্পাদক হয়। তাত থাকোঁতেই তেওঁৰ সৈতে লণ্ডন আৰ্ট কোম্পানীৰ সম্পৰ্ক হয়। তেতিয়াই তেওঁ কেইবাখনো পৰীক্ষামূলক চিনেমা নিৰ্মাণ কৰে। তাৰ পাছত তেওঁ কলিকতালৈ আহি ‘আচাম বংগল প্ৰেছ’ৰ মেনেজাৰ হয়। কটন কলেজ (বৰ্তমান কটন বিশ্ববিদ্যালয়)-ৰ প্ৰতীক চিহ্নটো তেওঁ অংকন কৰিছিল। তেওঁ অসমৰ বিভিন্ন সাহিত্যিক-সামাজিক-সাংস্কৃতিক কাম-কাজৰ লগত জড়িত আছিল। তেওঁৰ কবিতাসমূহ ‘অস্থিব্ৰজ আৰু অন্যান্য কবিতা’ নামেৰে নগাঁও সাহিত্য সভাই প্ৰকাশ কৰি উলিয়াইছে। মহেন্দ্ৰ নাথ ডেকা ফুকনৰ নামত কটন কলেজত এটি ছাত্ৰাবাসৰ নামকৰণ কৰা আছে।

তথ্য সংগ্ৰহ

https://nilacharai.com/moihengdan-dekaphukanar-charitra/
ৰংমন (শিশু আলোচনী) Vol. 10, Issue 8, জানুৱাৰী, ২০২০

Tags:

🔥 Trending searches on Wiki অসমীয়া:

যোগাসনহাঁচতিঅসম বিধানসভাঅসমৰ সাহিত্যিকসকলৰ তালিকাসূৰ্যঅসম সাহিত্য সভাবিহুৰ খাদ্যবিশেষ্য পদভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাছাইমন কমিশ্যনব্ৰজাৱলী ভাষালোকভাষালীলা গগৈঅসমঅম্বিকাগিৰি ৰায়চৌধুৰীব-দ্বীপঅসমৰ পৰম্পৰাগত খেল-ধেমালিবুৰঞ্জীইন্দিৰা মিৰিৰমন্যাসবাদবাল্য বিবাহঅসমীয়া বৰ্ণমালামণিৰাম দেৱানফাট বিহুঅসমীয়া লিপিৰ বুৰঞ্জীমৌ-মাখিহাড়দশাৱতাৰত্ৰিপুৰাচামগুৰি সত্ৰশ্ৰীনিবাস ৰামানুজনকেশৱ মহন্তৰুদ্ৰ কন্দলীনাৰী সবলীকৰণধেমাজি জিলাউদয় শংকৰত্ৰিভুজঅসমীয়া কবিতাজোনাকী (আলোচনী)মহাসাগৰগোলাঘাট জিলাভক্তি ৰত্নাৱলীপিয়লি ফুকনচকলংতোলনি বিয়াযৌন সংগমহৰিবৰ বিপ্ৰগণৰাজ্য দিৱস (ভাৰত)বানপানীমহিলাৰ বিৰুদ্ধে হিংসাডিব্ৰুগড় জিলাচুটিগল্পবিপন্ন প্ৰজাতিমাতৃভাষাঅসম চুক্তিঅণুবীক্ষণ যন্ত্ৰচন্দ্ৰকুমাৰ আগৰৱালাহেমচন্দ্ৰ বৰুৱাপায়ু সংগমবাল্মীকিকলিকতাভাৰতীয় জাতীয় কংগ্ৰেছইয়াত এখন অৰণ্য আছিলনীলমণি ফুকন (কনিষ্ঠ)ভাৰতত মহিলা শিক্ষাৰজনীকান্ত বৰদলৈমুগা (ৰেচম)ৰাজনীতিগোলকীয় উষ্ণতা বৃদ্ধিপিঠাশিৱভৌতিক সংস্কৃতিমাটিৰ হিচাপজৈন ধৰ্মশীতল যুদ্ধঅসমৰ পুৰণি স্থাপত্য🡆 More