ৰুদ্ৰ কন্দলী: অসমীয়া সাহিত্যিক

ৰুদ্ৰ কন্দলী (ইংৰাজী: Rudra Kandali) প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে ৰজা শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।

সাহিত্য কৰ্ম

কবি ৰুদ্ৰ কন্দলীয়ে 'সাত্যকি প্ৰৱেশ' ৰচনা কৰিছিল। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধ অংশৰ ভিতৰুৱা শিনিপুত্ৰ সাত্যকিৰ যুদ্ধ যাত্ৰা আৰু বীৰত্বৰ বৰ্ণনাখিনিৰ অনুবাদেৰে ৰুদ্ৰ কন্দলীয়ে সাত্যকি প্ৰৱেশ ৰচনা কৰিছে।

সাহিত্যৰ বৈশিষ্ট্য

  1. প্ৰয়োজন অনুসৰি মূলৰ(মহাভাৰত)কথা সংক্ষিপ্ত কৰিছে, প্ৰয়োজন অনুসৰি বহলাইছে আৰু প্ৰয়োজন অনুসৰি মূলক সম্পূৰ্ণ অনুসৰণ কৰিছে।
  2. অনুবাদখিনি যুদ্ধৰ বিৱৰণেৰে পৰিপূৰ্ণ। বৈষ্ণৱ যুগৰ বধকাব্য সমূহৰ লগত ইয়াৰ ৰীতিগত সাদৃশ্য লক্ষ্য কৰিব পাৰি।
  3. ঠায়ে ঠায়ে মূলৰ ভাৱ অক্ষুণ্ণ ৰাখিয়ো ঘৰুৱা চিত্ৰ বা পৰিৱেশৰ সৃষ্টি কৰি পাঠকৰ মনোগ্ৰাহী কৰিছে।
  4. বৈয়াকৰণিক দিশত কবি ৰুদ্ৰ কন্দলিয়ে সমসাময়িক কবি মাধৱ কন্দলি, হৰিবৰ বিপ্ৰই অনুসৰণ কৰা বৈয়াকৰণিক ৰীতিকে আৰ্হি হিচাপে লৈছিল।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকামাঘ বিহুপৰিয়ালদৌল গোবিন্দ মন্দিৰমহাসাগৰঅপাৰেটিং চিষ্টেমএকচেটীয়া বজাৰমুদ্ৰা২৪ এপ্ৰিলসমাজশিক্ষক দিৱসপাইথেগাৰাছধুবুৰী (লোকসভা সমষ্টি)ভাৰত-আৰ্য ভাষা পৰিয়ালনীলমণি ফুকন (কনিষ্ঠ)বিহু নৃত্যৰামধেনু (আলোচনী)শিৱগুৱাহাটী বিশ্ববিদ্যালয়বিৰিঞ্চি কুমাৰ বৰুৱাপুৰুষোত্তম দাসশালস্তম্ভ ৰাজবংশঅৰুণাচল প্ৰদেশআহোম-মোগলৰ সংঘৰ্ষমহামায়া ধামলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীজয় দৌলপৰিৱেশ বিজ্ঞানঅসম আৰক্ষীকৃষিঅসম চাহঅসমৰ জিলাসমূহগায়ন-বায়নগঙ্গা নদীভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানপ্ৰাকৃতিক সম্পদদেউৰী জনগোষ্ঠীশ্ৰীমদ্ভগৱতগীতাব্ৰজাৱলী ভাষা২৬ এপ্ৰিলবাৰ ভূঞাচুটিগল্পভাৰতীয় ৰেলকাৰ্বি জনগোষ্ঠীভগদত্ত২৭ এপ্ৰিলইলিয়াডহেম বৰুৱাটকা (বাদ্য)ৰাষ্ট্ৰসংঘ দিৱস২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনকোষ (জীৱবিজ্ঞান)দুৰ্যোগঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তমোৱামৰীয়া বিদ্ৰোহঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাআন্তৰ্জাতিক শ্ৰমিক দিৱসপূৰবী বৰমুদৈসতীভাষামনোবিজ্ঞানবুঢ়া চাপৰি অভয়াৰণ্যলোকবিশ্বাসনীলমণি ফুকন (জ্যেষ্ঠ)অণুবীক্ষণ যন্ত্ৰবাথৌ পূজাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যকৃষ্ণকান্ত সন্দিকৈবৌদ্ধ ধৰ্মঘৰ শালিকাতগৰসমাজবাদকলিতা জনগোষ্ঠীপাৰিজাত হৰণ নাট🡆 More