অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত হৈছে সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত অসমীয়া ভাষা সাহিত্যৰ ইতিহাস বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৮১ চনত৷ এই গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংক্ষিপ্ত বুৰঞ্জী বুলি অসমীয়া সাহিত্যত স্বীকৃতি দিয়া হৈছে৷ গ্ৰন্থখনৰ দশম সংস্কৰণত মুঠ সপ্তদশ অধ্যায় আছে৷ দশম সংস্কৰণটো প্ৰকাশ কৰিছে সৌমাৰ প্ৰকাশে৷ মুঠ পৃষ্ঠা-৪৯৬

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত  
লেখক সত্যেন্দ্ৰনাথ শৰ্মা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী বিষয়ক গ্ৰন্থ
প্ৰকাশ ৮, ১২, ১৯৮১
মিডিয়া প্ৰকাৰ মুদ্ৰণ

বিষয়বস্তু

  • প্ৰথম অধ্যায়ঃ অসমীয়া ভাষাৰ উৎপত্তি আৰু সাহিত্যৰ যুগ বিভাগ
  • দ্বিতীয় অধ্যায়ঃ মৌখিক লোক সাহিত্য
  • তৃতীয় অধ্যায়ঃ চৰ্যাপদ আৰু অন্যান্য ৰচননা
  • চতুৰ্থ অধ্যায়ঃ প্ৰাক্শংকৰী যুগৰ সাহিত্য
  • পঞ্চম অধ্যায়ঃ বঙলা অসমীয়া উমৈহতীয়া সাহিত্য
  • ষষ্ঠ অধ্যায়ঃ বৈষ্ণৱ সাহিত্য
  • সপ্তম অধ্যায়ঃ বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবি আৰু সাহিত্য
  • অষ্টম অধ্যায়ঃ বৈষ্ণৱ সাহিত্যঃ শংকৰী যুগ
  • নৱম অধ্যায়ঃ বৈষ্ণৱ সাহিত্যঃ শংকৰোত্তৰ যুগ
  • দশম অধ্যায়ঃ বিস্তাৰ আৰু অৱসাদ কাল (খ্ৰীঃ১৭০০-১৮২৬)
  • একাদশ অধ্যায়ঃ বৰ্তমান যুগ
  • দ্বাদশ অধ্যায়ঃ হেমচন্দ্ৰ গুণাভিৰামৰ অভ্যুদয়
  • ত্ৰয়োদশ অধ্যায়ঃ ৰমন্যাসৰ যুগ
  • চতুৰ্দশ অধ্যায়ঃ কাব্য-সাহিত্য
  • পঞ্চদশ অধ্যায়ঃ আধুনিক নাটকৰ উৎপত্তি আৰু বিকাশ
  • ষোড়শ অধ্যায়ঃ গদ্য সাহিত্য
  • সপ্তদশ অধ্যায়ঃ উত্তৰ স্বাধীনতা কালৰ সাহিত্য
  • পৰিশিষ্টঃ গীতি সাহিত্য, শিশু সাহিত্য, সংবাদপত্ৰ আৰু আলোচনী, অসমীয়া লিপি, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ কালানুক্ৰমণিকা

বাহ্যিক সংযোগ

Tags:

সত্যেন্দ্ৰনাথ শৰ্মা

🔥 Trending searches on Wiki অসমীয়া:

ডিব্ৰুগড় জিলাভাৰত-আৰ্য ভাষা পৰিয়ালজ্যোতিপ্ৰসাদ আগৰৱালাজিকিৰকাৰ্বি ভাষামৰিগাঁও জিলাআধুনিকতাবাদভাৰতৰ স্বাধীনতা আন্দোলনযোৰানামসাহিত্যসংমিশ্ৰিত মীন-পালনহিন্দী ভাষাধুবুৰী (লোকসভা সমষ্টি)হনুমানপাতঅসমৰ চলচ্চিত্ৰস্বাভাৱিক সংখ্যাবৃত্তগণতন্ত্ৰমৃত্যুপ্ৰাকৃতিক দুৰ্যোগতগৰগণিতক্ৰা দাদি জিলাজাপিপ্ৰেমচন্দসাগৰপ্ৰাচীন গ্ৰীচতামোলভাস্কৰ (প্ৰথম)ইষ্ট ইণ্ডিয়া কোম্পানীখোলমিচিং জনগোষ্ঠীৰ সাজপাৰঅপভ্ৰংশপদাৰ্থৰ অৱস্থাবিৰিঞ্চি কুমাৰ বৰুৱাপুতলা নাচবিশ্ব গ্ৰন্থ দিৱসকপৌ ফুললক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানৰাধাগোবিন্দ বৰুৱাগঙ্গা নদীঘৰচিৰিকাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহনেপালী জনগোষ্ঠীযোগ দৰ্শনশিক্ষক দিৱসভাৰতীয় ৰেলপৰিৱেশ বিজ্ঞানকলিকতামানৱ ভূগোলসূৰ্যডিমাছা জনগোষ্ঠীতথ্য প্ৰযুক্তিভিটামিনসমাজআত্মজীৱনীবিয়া নামহিমন্ত বিশ্ব শৰ্মাচকৰি ফেঁটী বুৰঞ্জীহীৰেন্দ্ৰ নাথ দত্তশব্দ (অভিধান)ৰাম বিজয়মামৰে ধৰা তৰোৱালআউনীআটী সত্ৰৰামমোহন ৰায়ঢোলঅসমীয়া ব্যাকৰণযতীন্দ্ৰ নাথ দুৱৰাইলিয়াডচীনভাৰতীয় শিল্পকলাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকা🡆 More