ঊ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ ষষ্ঠ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঊ'-ক এনেদৰে লিখা যায়।

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঊ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঊ'ৰ গৌণ প্ৰতীক। 'ঊ'ৰ এই ৰূপ হ'ল 'ূ'। যেনে ক্+ঊ= কূ আদি।

ইউনিক’ড

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ
স্বতন্ত্ৰ ৰূপ U+098A U+098A BENGALI LETTER UU
গৌণ ৰূপ U+09C2 U+09C2 BENGALI VOWEL SIGN UU

'ঊ'ৰ পৰা আৰম্ভ হোৱা শব্দ

কিছু উদাহৰণ হ'ল:-

  • ঊষা
  • ঊধা-মূধা
  • ঊধস্য
  • ঊদফাই
  • ঊণী
  • ঊণহাৰ
  • ঊনবিংশ
  • ঊণ
  • ঊষাপুৰ

আদি।

ঊ-কাৰ যুক্ত শব্দৰ উদাহৰণ

  • ভূমি
  • ভূমিকা
  • ৰূপ
  • ৰূপকাৰ
  • কূঁচিফুল
  • কূটনীতি
  • ভূপেন
  • সূৰ্য
  • চূণপোৰা
  • পূব
  • মূল আদি।

তথ্য সংগ্ৰহ

Tags:

ঊ ব্যঞ্জন বৰ্ণৰ লগত যোগ হলেঊ ইউনিক’ডঊ ৰ পৰা আৰম্ভ হোৱা শব্দঊ -কাৰ যুক্ত শব্দৰ উদাহৰণঊ তথ্য সংগ্ৰহঅসমীয়া লিপিব্ৰেইল্মুখ⠳ (braille pattern dots-1256) U+2833

🔥 Trending searches on Wiki অসমীয়া:

কমতা ৰাজ্যহেঙুল আৰু হাইতালপোহৰযোগেশ দাসহুঁচৰিনীলিম কুমাৰঅভিজ্ঞানম শকুন্তলমমৌলিক সংখ্যাযোৰানামপৰ্যটনঅসম দিৱসবকুল ফুলৰ দৰেগামোচাবৃশ্চিক (ৰাশি)ৰাজেন্দ্ৰ প্ৰসাদশৰৎচন্দ্ৰ গোস্বামীগৰু বিহুআহোম জনগোষ্ঠীপাণিনিমিৰি জীয়ৰীবড়োলেণ্ডফুলচিৰ চেনেহী মোৰ ভাষা জননীনতুন দিল্লীডিমাছা ভাষাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅগ্নিগড়অৰ্পণা কোঁৱৰগামখাৰুনিউটনৰ গতিৰ সূত্ৰচিত্ৰ-ভাগৱতপ্ৰাকৃতিক সম্পদ২৮ মাৰ্চকনকলতা বৰুৱাডিম্বেশ্বৰ নেওগঢোলমালিতাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰামচৰণ ঠাকুৰসাত বিহুঅৰ্থনীতিঅন্তৰীপ (উপন্যাস)কোচ ৰাজবংশওজাপালিগুৱাহাটী উচ্চ ন্যায়ালয়শিল্প বিপ্লৱঅভিমন্যুঅসমৰ সাধুকথাপুঁজিবাদপাঠ পৰিকল্পনাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যশকুন্তলা (চলচ্চিত্ৰ)বিবাহসনজীদা খাতুনৱেষ্ট ইণ্ডিজপঞ্জাবী ভাষানেপোলিয়ন বোনাপাৰ্টদেওধনী নৃত্যভিয়েটনামজেৰুজালেমঅসমৰ কুঁহিলা শিল্পফুলগুৰি ধেৱাৰুক্মিণী হৰণ নাটচীনঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিকোচ ৰাজবংশীকলকল্পনা সাহিত্যমুহাম্মাদদিনউষ্ণতাবেদান্তভাৰতৰ নিৰ্বাচন আয়োগসুমিত্ৰা চৰত ৰামমাধৱ কন্দলি🡆 More