ভাৰতৰ নিৰ্বাচন আয়োগ

ভাৰতৰ নিৰ্বাচন আয়োগ (ইংৰাজী: Election Commission of India) দেশত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰাৰ বাবে ভাৰতৰ সংবিধানে পোনপটীয়াকৈ প্ৰতিষ্ঠা কৰা এক স্থায়ী আৰু স্বতন্ত্ৰ সংস্থা। সংবিধানৰ ৩২৪ নং অনুচ্ছেদ অনুসৰি সংসদ, ৰাজ্যিক বিধানসভা, ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয় আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰিদৰ্শন, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণৰ ক্ষমতা নিৰ্বাচন আয়োগত ন্যস্ত কৰা হৈছে। সেয়েহে নিৰ্বাচন আয়োগ হৈছে এক সৰ্বভাৰতীয় সংস্থা অৰ্থাৎ ই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োৰে বাবে সাধাৰণ সংস্থা।

ভাৰতৰ নিৰ্বাচন আয়োগ
আয়োগৰ ৰূপৰেখা
গঠন ২৫ জানুৱাৰী ১৯৫০; ৭৪ বছৰ আগত (1950-01-25)
(পিছলৈ ৰাষ্ট্ৰীয় মতদাতা দিৱস হিচাপে পালন কৰা হয়)
ক্ষেত্ৰাধিকাৰ আইন আৰু ন্যায় মন্ত্ৰালয়, ভাৰত চৰকাৰ
মুখ্য কাৰ্যালয় নিৰ্বাচন সদন, অশোক ৰোড, নতুন দিল্লী
কৰ্মচাৰী প্ৰায় ৩০০ গৰাকী
আয়োগৰ কাৰ্যবাহী সুশীল চন্দ্ৰ, ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত
ৰাজীৱ কুমাৰ, ভাৰতৰ নিৰ্বাচনী আয়ুক্ত
ৱেবছাইট eci.gov.in

ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা, ৰাজ্যিক বিধানপৰিষদ আৰু দেশৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন পৰিচালনা কৰে। নিৰ্বাচন আয়োগে সংবিধানৰ ৩২৪ নং অনুচ্ছেদৰ অধীনত ক্ষমতা লাভ কৰে আৰু পৰৱৰ্তী সময়ত জনপ্ৰতিনিধিত্ব আইন প্ৰণয়ন কৰে৷ যেতিয়া প্ৰণয়ন কৰা আইনসমূহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা নকৰে তেতিয়া নিৰ্বাচন আয়োগে উপযুক্ত ধৰণে কাম কৰাৰ সাংবিধানিক ক্ষমতা আছে। এক সাংবিধানিক নিকায় হোৱাৰ বাবে নিৰ্বাচন আয়োগে দেশৰ উচ্চ ন্যায়পালিকা, সংঘ লোকসেৱা আয়োগ আৰু ভাৰতৰ মহাগাণনিকৰ সৈতে সম্পূৰ্ণ স্বাধীনতা আৰু স্বায়ত্বতা লাভ কৰে। ই এক স্থায়ী সাংবিধানিক সংস্থা।

গঠন


তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অংকীয়া নাটৰাসোৎসৱভীমৰাও ৰামজী আম্বেদকাৰহলায়ুধপৰিস্থিতি বিজ্ঞানপদ (ব্যাকৰণ)জৱাহৰলাল নেহৰুগাঁও পঞ্চায়তসাহিত্যৰ সমাজতত্ত্ববুঢ়ী আইৰ সাধুবিহু নৃত্যখামটি জনগোষ্ঠী২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনইয়াণ্ডাবু সন্ধিমালিনী থানপৃথিৱীমাধৱদেৱফুলগুৰি ধেৱাপৰিয়ালফলৰ তালিকাঅসমীয়া প্ৰতিদিনসোণোৱাল কছাৰীসৌৰভ কুমাৰ চলিহাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামৌখিক ইতিহাসজাভাবিষ্ণুহেপাটাইটিছ বিভাৰতৰ প্ৰধানমন্ত্ৰীভাৰতৰ উপৰাষ্ট্ৰপতিবিহুৰ বাদ্যযন্ত্ৰসূৰ্যলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীৰাজহুৱা ক্ষেত্ৰপানীপাকস্থলীদেওপাহাৰসংস্কৃতিদিখৌ নদীতিনিচুকীয়া জিলাভাৰত-চীন যুদ্ধকাতি বিহুদৰং জিলাবেলি ফুলঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাভগদত্তদুৰ্গাকৃষিয়ভাৰতীয় ৰিজাৰ্ভ বেংকহুঁচৰিমানস ৰাষ্ট্ৰীয় উদ্যানচলচ্চিত্ৰৰূপালীমঅপভ্ৰংশবাণীকান্ত কাকতিকোচ ৰাজবংশীসতীমানৱ শৰীৰচৰকাৰভাৰত ৰত্ননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯স্বাভাৱিক সংখ্যাধতুৰাশব্দ (অভিধান)ডিমাছা জনগোষ্ঠীশৰৎচন্দ্ৰ চট্টোপাধ্যায়কেতেকী ফুলনিৰুপমা বৰগোহাঞিৰামছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)হৃদযন্ত্ৰবুঢ়া চাপৰি অভয়াৰণ্য🡆 More