২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

২০০৪ চনৰ ২০ এপ্ৰিলৰ পৰা ১০ মে'ৰ ভিতৰত চাৰিটা পৰ্যায়ত ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। চতুৰ্দশ লোকসভাৰ ৫৪৩ জন সদস্য নিৰ্বাচিত কৰিবলৈ প্ৰায় ৬৭০ নিযুতৰো অধিক লোকে ভোটদান কৰিছিল। লোকসভা হৈছে পোনপটীয়াকৈ নিৰ্বাচিত হোৱা ভাৰতৰ সংসদৰ নিম্ন সদন।

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০০৪
ভাৰত
১৯৯৯ ←
২০ এপ্ৰিল, ২৬ এপ্ৰিল, ৫ আৰু ১০ মে' ২০০৪
→ ২০০৯

লোক সভাৰ সমস্ত ৫৪৩ খন আসনৰ বাবে
সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৫৮.০৭% (decrease১.৯২%)
  প্ৰথম দল দ্বিতীয় দল
  ২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
নেতা ছোনিয়া গান্ধী অটল বিহাৰী বাজপায়ী
দল কংগ্ৰেছ বিজেপি
মিত্ৰদল ইউ পি এ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
নেতা হৈছে ১৯ মাৰ্চ ১৯৯৮ ১৬ মে' ১৯৯৬
নেতাৰ আসন ৰায় বৰেলি লক্ষ্ণৌ
বিগত নিৰ্বাচন ১১৪ খন আসন, ২৮.৩% ১৮২ খন আসন, ২৩.৭৫%
বিজয়ী আসন ১৪৫ ১৩৮
পৰিৱৰ্তিত আসন বৃদ্ধি৩১ decrease৪৪
জনপ্ৰিয় ভোট ১৩৮,৩১২,৩৩৭ ১২৮,৯৩১,০০১
শতাংশ ২৬.৭০% ২২.১৬%
Swing decrease১.৬% decrease১.৫৯%

২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন


নিৰ্বাচনৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী

অটল বিহাৰী বাজপায়ী
বিজেপি

পৰৱৰ্তী প্ৰধান মন্ত্ৰী

মনমোহন সিং
কংগ্ৰেছ

১৩ মে' ২০০৪ তাৰিখে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ইয়াৰ মিত্ৰজোঁট ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই পৰাজয় স্বীকাৰ কৰে। স্বাধীনতাৰ পৰা ১৯৯৬ চনলৈকে পাঁচ বছৰৰ বাহিৰে সকলো সময় ভাৰতত ক্ষমতাত থকা ভাৰতীয় জাতীয় কংগ্ৰেছে আঠ বছৰ শাসনভাৰৰ পৰা আঁতৰি থকাৰ পিছত পুনৰ ক্ষমতালৈ উভতি আহে। কংগ্ৰেছে তেওঁলোকৰ মিত্ৰশক্তিৰ সহায়ত ৫৪৩ জনৰ ভিতৰত ৩৩৫ জনতকৈ ওপৰৰ সদস্যৰে সহজতে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই ৩৩৫ জন সদস্যৰ ভিতৰত আছিল কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা, নিৰ্বাচনৰ পিছত গঠন কৰা শাসনকাৰী মিত্ৰজোঁট, লগতে বহুজন সমাজ পাৰ্টি (বিএছপি), সমাজবাদী পাৰ্টি (এছপি), কেৰালা কংগ্ৰেছ (কেচি) আৰু বাওঁ মৰ্চাৰ বাহ্যিক সমৰ্থন। (বাহ্যিক সমৰ্থন হৈছে শাসনকাৰী মিত্ৰজোঁটৰ অংশ নোহোৱা দলবোৰৰ সমৰ্থন)।

ফলাফল

সংযুক্ত প্ৰগতিশীল মৰ্চাৰ চৰকাৰ গঠনত সমৰ্থন

চৰকাৰ গঠন কৰা ৰাজনৈতিক দল/মিত্ৰজোঁট
ইউ পি এ (২১৮)
বাওঁ মৰ্চা (৫৯)
সমাজবাদী পাৰ্টি (৩৬)
বহুজন সমাজ পাৰ্টি (১৯)
কেৰালা কংগ্ৰেছ (১)
ইণ্ডিয়ান ফেডাৰেল ডেমোক্ৰেটিক পাৰ্টি (১)
জম্মু এণ্ড কাশ্মীৰ পিপুলছ ডেমোক্ৰেটিক পাৰ্টি (১)
মুঠ: ৩৩৫ খন আসন (৬১.৭%)

দলভিত্তিক ফলাফল

ক্ৰমিক নং দল সংক্ষিপ্ত নাম দলৰ স্থিতি লাভ কৰা আসন
ভাৰতীয় জনতা পাৰ্টি BJP ৰাষ্ট্ৰীয় ১৩৮
বহুজন সমাজ পাৰ্টি BSP ৰাষ্ট্ৰীয় ১৯
ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI ৰাষ্ট্ৰীয় ১০
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) CPM ৰাষ্ট্ৰীয় ৪৩
ভাৰতীয় জাতীয় কংগ্ৰেছ INC ৰাষ্ট্ৰীয় ১৪৫
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি NCP ৰাষ্ট্ৰীয়
অসম গণ পৰিষদ AGP ৰাজ্যিক
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক AIFB ৰাজ্যিক
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ AITC ৰাজ্যিক
১০ বিজু জনতা দল BJD ৰাজ্যিক ১১
১১ দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম DMK ৰাজ্যিক ১৬
১২ জনতা দল (চেকুলাৰ) JD(S) ৰাজ্যিক
১৩ জনতা দল (সংযুক্ত) JD(U) ৰাজ্যিক
১৪ জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চ JKN ৰাজ্যিক
১৫ ঝাৰখণ্ড মুক্তি মৰ্চা JMM ৰাজ্যিক
১৬ কেৰালা কংগ্ৰেছ KEC ৰাজ্যিক
১৭ মুৰুমালাৰ্চি দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম MDMK ৰাজ্যিক
১৮ মিজো নেচনেল ফ্ৰণ্ট MNF ৰাজ্যিক
১৯ মুছলিম লীগ কেৰালা ষ্টেট কমিটি MUL ৰাজ্যিক
২০ নাগালেণ্ড পিপ’লছ্ ফ্ৰণ্ট NPF ৰাজ্যিক
২১ পাট্টালি মাক্কাল কাচ্চি PMK ৰাজ্যিক
২২ ৰাষ্ট্ৰীয় জনতা দল RJD ৰাজ্যিক ২৪
২৩ ৰাষ্ট্ৰীয় লোকদল RLD ৰাজ্যিক
২৪ ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টি RSP ৰাজ্যিক
২৫ শিৰোমণি আকালি দল SAD ৰাজ্যিক
২৬ চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্ট SDF ৰাজ্যিক
২৭ শিৱসেনা SHS ৰাজ্যিক ১২
২৮ সমাজবাদী পাৰ্টি SP ৰাজ্যিক ২৩
২৯ তেলেগু দেশম TDP ৰাজ্যিক
৩০ অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন AIMIM পঞ্জীভূক্ত
৩১ ভাৰতীয় নবশক্তি পাৰ্টি BNP পঞ্জীভূক্ত
৩২ ইণ্ডিয়ান ফেডাৰেল ডেমোক্ৰেটিক পাৰ্টি IFDP পঞ্জীভূক্ত
৩৩ লোক জনশক্তি পাৰ্টি LJNSP পঞ্জীভূক্ত
৩৪ নেচনেল লোকতান্ত্ৰিক পাৰ্টি NLP পঞ্জীভূক্ত
৩৫ ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া (এ) RPI(A) পঞ্জীভূক্ত
৩৬ সমাজবাদী জনতা পাৰ্টি (ৰাষ্ট্ৰীয়) SJP(R) পঞ্জীভূক্ত
৩৭ তেলেংগানা ৰাষ্ট্ৰীয় সমিতি TRS পঞ্জীভূক্ত
৩৮ নিৰ্দলীয় IND IND
মুঠ ৫৪৩
উৎস ভাৰতৰ নিৰ্বাচন আয়োগ

তথ্য উৎস

Tags:

২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ফলাফল২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন তথ্য উৎস২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনভাৰতৰ সংসদলোকসভা

🔥 Trending searches on Wiki অসমীয়া:

মিচিং জনগোষ্ঠীহেমচন্দ্ৰ বৰুৱাগোলাঘাট জিলাকাৰ্বি আংলং জিলাইজৰাইলবৃত্তপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰইন্দ্ৰঅপভ্ৰংশব্ৰহ্মগুপ্তচুটিগল্পভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামাতৃভাষাকামৰূপী উপভাষামোগল সাম্ৰাজ্যদশাৱতাৰবিজ্ঞানসমাজবাদমাছতোলনি বিয়াঅসমৰ কুঁহিলা শিল্পগঙ্গা নদীচৰিত পুথিবনঘোষাভূপেন হাজৰিকাঅসমীয়া গালি-গালাজজোৰোণভাৰতৰ শিক্ষাডিগবৈভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামেলেৰিয়াকৰ্কট ক্ৰান্তিসম্ৰাট অশোকগদ্যআনন্দৰাম বৰুৱাজীৱনীমৰাণ জনগোষ্ঠীপোৱামক্কাঅসম আন্দোলনৰূপালীমযোগেশ দাসপালি ভাষাহিন্দী ভাষা২৫ এপ্ৰিলএৰী ৰেচমকম্পিউটাৰহয়গ্ৰীৱ মাধৱ মন্দিৰম’বাইল ফোননিমাতী কইনামৌখিক পৰম্পৰাবংগ বিভাজন (১৯০৫)কেঁচুনৰনাৰায়ণঅসমৰ পুৰণি স্থাপত্যবহুকোষী জীৱসুশোভন সোনু ৰায়বিশ্ব পৰিৱেশ দিৱসশ্ৰী শ্ৰী বটদ্ৰৱা থানঈয়াৰুইঙ্গমলিখন পদ্ধতিআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিমহাকাব্যমই আৰু নেফাসৰ্বেপল্লী ৰাধাকৃষ্ণণবিশেষ্য পদহিন্দু ধৰ্মএকলব্যঅসমীয়া যুক্তাক্ষৰ২৬ এপ্ৰিলছিৰিমাভো বন্দৰনাইকেৰাইমনা ৰাষ্ট্ৰীয় উদ্যানমানস ৰাষ্ট্ৰীয় উদ্যান🡆 More