অটল বিহাৰী বাজপায়ী: ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী

অটল বিহাৰী বাজপেয়ী (হিন্দী: अटल बिहारी वाजपायी; ইংৰাজী: Atal Bihari Vajpayee; জন্ম ২৫ ডিচেম্বৰ ১৯২৪) স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ - ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮ , দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা-২২ মে' ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৬ আগষ্ট ২০১৮ তাৰিখে সন্ধিয়া ৫-০৫ বজাত দিল্লীৰ এইমছত (অখিল ভাৰতীয় আয়ুৰ্বি়জ্ঞান সংস্থান, নতুন দিল্লী) তেখেতৰ মৃত্যু হয়।

অটল বিহাৰী বাজপায়ী
অটল বিহাৰী বাজপায়ী: সন্মান আৰু পুৰস্কাৰ, কৰ্মাৱলী, মৃত্যু
১০ম ভাৰতৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
১৯ মাৰ্চ ১৯৯৮ (1998-03-19) – ২২ মে' ২০০৪ (2004-05-22)
ৰাষ্ট্ৰপতি
পূৰ্বসূৰী ইন্দৰ কুমাৰ গুজৰাল
উত্তৰসূৰী মনমোহন সিং
কাৰ্যকাল
১৬ মে' ১৯৯৬ (1996-05-16) – ১ জুন ১৯৯৬ (1996-06-01)
ৰাষ্ট্ৰপতি শঙ্কৰ দয়াল শৰ্মা
পূৰ্বসূৰী পি ভি নৰসিংহ ৰাও
উত্তৰসূৰী এইচ ডি দেব গৌড়া
বিদেশ মন্ত্ৰী
কাৰ্যকাল
২৬ মাৰ্চ ১৯৭৭ (1977-03-26) – ২৮ জুলাই ১৯৭৯ (1979-07-28)
প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই
পূৰ্বসূৰী য়শৱন্তৰাৱ চৱন
উত্তৰসূৰী শ্যাম নন্দন প্ৰসাদ মিশ্ৰ
লোকসভাৰ সদস্য
কাৰ্যকাল
১৯৯১ চন – ২০০৯ চন
পূৰ্বসূৰী মান্ধাতা সিং
উত্তৰসূৰী লালজী টাণ্ডন
সমষ্টি লক্ষ্ণৌ
কাৰ্যকাল
১৯৭৭ চন – ১৯৮৪ চন
পূৰ্বসূৰী মুকুল বেনাৰ্জী
উত্তৰসূৰী কে চি পন্ট
সমষ্টি নতুন দিল্লী
কাৰ্যকাল
১৯৭১ – ১৯৭৭
পূৰ্বসূৰী ৰাম অৱতাৰ শৰ্মা
উত্তৰসূৰী এন কে শ্বেজৱালকাৰ
সমষ্টি গোৱালিয়ৰ
কাৰ্যকাল
১৯৬৭ – ১৯৭১
পূৰ্বসূৰী সুভদ্ৰা যোশী
উত্তৰসূৰী চন্দ্ৰ ভালমণি তিৱাৰী
সমষ্টি বলৰামপুৰ
কাৰ্যকাল
১৯৫৭ – ১৯৬২
উত্তৰসূৰী সুভদ্ৰা যোশি
সমষ্টি বলৰামপুৰ
ৰাজ্যসভাৰ সদস্য
কাৰ্যকাল
১৯৮৬ – ১৯৯১
সমষ্টি মধ্যপ্ৰদেশ
কাৰ্যকাল
১৯৬২ – ১৯৬৭
সমষ্টি উত্তৰ প্ৰদেশ
ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক – সভাপতি
কাৰ্যকাল
১৯৮০ চন – ১৯৮৬
পূৰ্বসূৰী কাৰ্য্যালয় প্ৰতিষ্ঠা
উত্তৰসূৰী এল কে আদৱানী
১১ম অখিল ভাৰত জনসংঘৰ সভাপতি
কাৰ্যকাল
১৯৬৮ – ১৯৭২
পূৰ্বসূৰী দীনদয়াল উপাধ্যায়
উত্তৰসূৰী এল কে আদৱানি
ব্যক্তিগত তথ্য
জন্ম ২৫ ডিচেম্বৰ, ১৯২৪
গোৱালিয়ৰ, গোৱালিয়ৰ ৰাজ্য, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ মধ্য প্ৰদেশ, ভাৰত)
মৃত্যু ১৬ আগষ্ট, ২০১৮ (৯৩ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি (১৯৮০–২০১৮)
আন ৰাজনৈতিক
সম্পৰ্ক
জনতা পাৰ্টি (১৯৭৭–১৯৮০)
ভাৰতীয় জন সংঘ (১৯৭৭ৰ পূৰ্বে)
শিক্ষানুষ্ঠান ডি এ ভি কলেজ, কানপুৰ
জীৱিকা ৰাজনীতিবিদ, লেখক, কবি
পুৰস্কাৰ ভাৰত ৰত্ন ২০১৫
পদ্মবিভূষণ ১৯৯২
স্বাক্ষৰ অটল বিহাৰী বাজপায়ী: সন্মান আৰু পুৰস্কাৰ, কৰ্মাৱলী, মৃত্যু

সন্মান আৰু পুৰস্কাৰ

  • ২০১৫, ভাৰত ৰত্ন
  • ১৯৯২, পদ্মবিভূষণ
  • ১৯৯৩, কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি. লিট্.
  • ১৯৯৪, লোকমান্য তিলক বঁটা
  • ১৯৯৪, শ্ৰেষ্ঠ সাংসদৰ বঁটা
  • ১৯৯৪, ভাৰত ৰত্ন পণ্ডিত গোৱিন্দ বল্লভ পন্ত বঁটা

কৰ্মাৱলী

সামাজিক আৰু ৰাজনৈতিক

  • National integration. (1961).
  • Dynamics of an open society. (1977).
  • New Dimensions of India's Foreign Policy. (1979).
  • Heal the wounds: Vajpayee's appeal on Assam tragedy to the parliament. (1983).
  • When will atrocities on Harijans stop?: A.B. Vajpayee's speech in Rajya Sabha. (1988).
  • Kucha lekha, kucha bhashana. (1996).
  • Sekyularavada: Bharatiya parikalpana (Da. Rajendra Prasada Smaraka vyakhyanamala). (1996).
  • Bindu-bindu vicara. (1997).
  • Rajaniti ki rapatili rahem. (1997).
  • Na dainyam na palayanam (Hindi Edition). (1998).
  • Back to square one. (1998).
  • Decisive days. (1999).
  • Sakti se santi. (1999).
  • Vicara-bindu (Hindi Edition). (2000). ISBN 978-81-7016-475-3.
  • Nayi chunauti, naya avasara (Hindi Edition). (2002). ISBN 978-81-7016-501-8.
  • India's Perspectives on ASEAN and the Asia-Pacific Region. (2003). ISBN 978-981-230-172-7.

জীৱনীমূলক

  • Atal Bihari Vaj mem tina dasaka. (1992).
  • Pradhanamantri Atala Bihari Vajapeyi, chune hue bhashana. (2000).
  • Values, vision & verses of Vajpayee: India's man of destiny. (2001).
  • India's foreign policy: New dimensions. (1977).
  • Assam problem: Repression no solution. (1981).

কবিতা

  • Twenty-One Poems. (2003). ISBN 978-0-670-04917-2.
  • Kya khoya kya paya: Atal Bihari Vajapeyi, vyaktitva aura kavitaem (Hindi Edition). (1999). ISBN 978-81-7028-335-5.
  • Meri ikyavana kavitaem. (1995).
  • Meri ikyavana kavitaem (Hindi Edition). (1995).
  • Sreshtha kabita. (1997).
  • Nayi Disha – an album with Jagjit Singh (1999)
  • Samvedna – an album with Jagjit Singh (2002)

বক্তৃতা

  • Prime Minister Atal Bihari Vajpayee, selected speeches. (2000). ISBN 978-81-230-0834-9.
  • President's addresses, 1980–1986. (2000).
  • Presidential address. (1986).
  • Presidential address: Bharatiya Pratinidhi Sabha session, Bhagalpur (Bihar), 5 6 & 7 May 1972. (1972).
  • Atal Bihari Vajpayee and Pokhran

মৃত্যু

বাজপায়ীৰ ২০০১ চনত মুম্বাইৰ ব্ৰিচকেণ্ডী হাস্পাতালত আঠুৰ অস্ত্ৰোপচাৰ হৈছিল। ২০০৯ চনত হোৱা ষ্ট্ৰোকৰ ফলত তেখেতৰ মাত বহি গৈছিল। বাজপায়ীয়ে বিভিন্ন স্বাস্থ্যজনিত সমস্যা, স্মৃতিভ্ৰংশ, বৃক্কৰ ৰোগ, মধুমেহ আদিত দীৰ্ঘদিন ধৰি ভূগি আছিল। শেহতীয়া বছৰকেইটাত তেখেতে কোনো ৰাজহুৱা অনুষ্ঠানত অংশ লোৱা নাছিল আৰু চিকিৎসা সংক্ৰান্তীয় কামতহে ঘৰৰ বাহিৰ ওলাইছিল। স্মৃতিভ্ৰংশ ৰোগৰ ফলত তেখেতে অতি ঘনিষ্ঠ মানুহখিনিৰো চিন পাহৰি গৈছিল। ২০১৮ৰ ১১ জুনৰ দিনা অতি সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈছিল।

১৬ আগষ্ট ২০১৮ তাৰিখে সন্ধিয়া ৫-০৫ বজাত তেখেতৰ নতুন দিল্লীৰ এইমচ হাস্পাতালত বয়সজনিত ৰোগত মৃত্যু হয়।

তথ্য সংগ্ৰহ

অধিক পঢ়ক

  • L.K. Advani. My Country My Life. (2008). ISBN 978-81-291-1363-4.
  • M.P. Kamal. Bateshwar to Prime Minister House – An Interesting Description of Different Aspects of Atalji's . (2003). ISBN 978-81-7604-600-8.
  • G.N.S. Raghavan. New Era in the Indian Polity, A Study of Atal Bihari Vajpayee and the BJP. (1996). ISBN 978-81-212-0539-9.
  • P. R Trivedi. Atal Bihari Vajpayee: The man India needs : the most appropriate leader for the twentyfirst century. (2000). ISBN 978-81-7696-001-4.
  • Sujata K. Dass. " prem k jain ". (2004). ISBN 978-81-7835-277-0.
  • Chandrika Prasad Sharma. Poet politician Atal Bihari Vajpayee: A biography. (1998). ASIN: B0006FD11E.
  • Sheila Vazirani. Atal Bihari Vajpayee; profile & personal views (Know thy leaders). (1967). ASIN: B0006FFBV2.
  • Dr. C.P. Thakur. India Under Atal Behari Vajpayee: The BJP Era.(1999). ISBN 978-81-7476-250-4
  • Sita Ram Sharma. Prime Minister Atal Behari Vajpayee: Commitment to power. (1998). ISBN 978-81-85809-24-3.
  • Bhagwat S. Goyal Values, Vision & Verses of Vajpayee: India's Man of Destiny 2001 Srijan Prakashan R-6/233 Rajnagar Ghaziabad 201002 ISBN 81-87996-00-5.
  • Darshan Singh. Atal Behari Vajpayee: The arch of India. (2001). ISBN 978-81-86405-25-3.
  • Yogesh Atal. Mandate for political transition: Reemergence of Vaypayee. (2000). ASIN: B0006FEIHA.
  • Sujata K. Das. Atal Bihari Vajpayee. (2004). ISBN 978-81-7835-2

বাহ্যিক সংযোগ

Tags:

অটল বিহাৰী বাজপায়ী সন্মান আৰু পুৰস্কাৰঅটল বিহাৰী বাজপায়ী কৰ্মাৱলীঅটল বিহাৰী বাজপায়ী মৃত্যুঅটল বিহাৰী বাজপায়ী তথ্য সংগ্ৰহঅটল বিহাৰী বাজপায়ী অধিক পঢ়কঅটল বিহাৰী বাজপায়ী বাহ্যিক সংযোগঅটল বিহাৰী বাজপায়ী

🔥 Trending searches on Wiki অসমীয়া:

সাহিত্যমিচিং ভাষানাৰীবাদলীলা গগৈৰংপুৰাণকৃষ্ণচূড়াসাম্যবাদী সমাজৰাতি বিহুসৰ্বেপল্লী ৰাধাকৃষ্ণণশালস্তম্ভ ৰাজবংশব্যৱস্থাপনামানুহৰ কংকালছাইমন কমিশ্যনসুতুলীবসন্ত ঋতুআহোম বিবাহ পৰম্পৰাঅসমৰ পৰম্পৰাগত সাজ-পাৰঅপভ্ৰংশঅসমীয়া ভাষা আন্দোলনভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰুক্মিণী হৰণ নাটব্ৰহ্মপুত্ৰ নদঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ত্ৰিপুৰাকলাবতৰনৱ-বৈষ্ণৱ ধৰ্মজুবিন গাৰ্গহনুমানআকবৰপ্ৰাকৃতিক পৰিৱেশহয়গ্ৰীৱ মাধৱ মন্দিৰভটিমাইংৰাজী ভাষাযতীন্দ্ৰ নাথ দুৱৰাবায়ু প্ৰদূষণশৰৎচন্দ্ৰ চট্টোপাধ্যায়দেওপাহাৰএহাত ডাবাএইচ.আই.ভি/এইড্‌ছএৰিষ্ট'টলভট্টদেৱভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানশৰাইঘাটৰ যুদ্ধকাৰ্বি জনগোষ্ঠীসংবিধান দিৱস (ভাৰত)জোনবিল মেলামেঘালয়অসমৰ মহকুমাসমূহৰ তালিকানামঘোষাব্ৰহ্মপুত্ৰ উপত্যকাজাতি লাউলক্ষ্মীধৰ শৰ্মাডিব্ৰুগড় জিলাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহশিক্ষাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবাণীকান্ত কাকতিঅসমৰ তেল শোধনাগাৰআন্তৰ্জাতিক শ্ৰমিক দিৱসশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমপাঠ পৰিকল্পনাজেং বিহুচৰকাৰশোণিত কুঁৱৰীমহনৱকান্ত বৰুৱা🡆 More