ভাৰতৰ প্ৰধানমন্ত্ৰী

ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধানমন্ত্ৰী। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। একে সময়তে প্ৰধানমন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধানমন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব। যদিহে প্ৰথম অৱস্থাত তেওঁৰ এই যোগ্যতা নাথাকে, পৰৱৰ্তী ছমাহৰ ভিতৰত সাংসদৰ যোগ্যতা অৰ্জন কৰি সংসদলৈ নিৰ্বাচিত হ’ব লাগিব। যদিহে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰে তেন্তে মন্ত্ৰী পৰিষদৰো পতন ঘটে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ প্ৰথম কাম হৈছে মন্ত্ৰী পৰিষদ গঠন কৰা। দ্বিতীয়তে, মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ কৰা। তৃতীয়তে শাসনাধিষ্ট দলৰ নেতা হোৱাৰ লগতে লোকসভাৰ নেতা হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰা। প্ৰধানমন্ত্ৰীয়ে সদায় দলৰ নীতিক সমৰ্থন কৰি বিৰদধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও দেশৰ প্ৰধান হিচাপে প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতি গ্ৰহণ আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ জাতীয় প্ৰতীক
ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ জাতীয় পতাকা
ভাৰতৰ প্ৰধানমন্ত্ৰী
বৰ্তমান পদাধিকাৰী
নৰেন্দ্ৰ মোদী

২৬ মে' ২০১৪ (2014-05-26) -ৰ পৰা
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সম্বোধন মাননীয় প্ৰধানমন্ত্ৰী (অনানুষ্ঠানিক)
The Honourable (আনুষ্ঠানিক)
স্থিতি কাৰ্যবাহী শাসক
চমুনাম পি এম
সদস্য হয় ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভা
ভাৰতীয় সংসদ
প্ৰতিবেদন দিয়ে
চৰকাৰী বাসগৃহ ৭, লোক কল্যাণ মাৰ্গ, নতুন দিল্লী
আসন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, চাউথ ব্লক, নতুন দিল্লী
নিয়োগকৰ্তা ভাৰতৰ ৰাষ্ট্ৰপতি
by convention, based on appointee's ability to command confidence in the Lok Sabha
কাৰ্যকাল At the pleasure of the president
লোকসভাৰ কাৰ্যকাল ৫ বছৰ unless dissolved sooner
No term limits specified
প্ৰথম পদাধিকাৰী জৱাহৰলাল নেহৰু
১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৬ বছৰ পূৰ্বে)
গঠন ১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৬ বছৰ পূৰ্বে)
সহকাৰী ভাৰতৰ উপপ্ৰধানমন্ত্ৰী (যদি থাকে)
দৰমহা ২০ লাখ (বছৰেকীয়া, য'ত সাংসদৰ বছৰেকীয়া দৰমহা ৯.৬ লাখ অন্তৰ্ভুক্ত হৈ আছে)
ৱেবচাইট pmindia.gov.in

ভাৰতৰ প্ৰধানমন্ত্ৰীসকল

তথ্য সংগ্ৰহ

Tags:

ভাৰতৰ ৰাষ্ট্ৰপতিলোকসভা

🔥 Trending searches on Wiki অসমীয়া:

চীনা-তিব্বতীয় ভাষাফকৰা যোজনাবৰাইল পৰ্বতৰামহীৰেন গোহাঁইভাৰত ৰত্নএচিদ বৰষুণমৃণাল কলিতাপাইথেগাৰাছমূৰাৰা, ৰঙিয়াভাওনাঅৰ্থব্যৱস্থাউপনিষদসংখ্যাআনন্দৰাম ঢেকিয়াল ফুকনঅসমীয়া জাতিযোগাসনফাকে জনগোষ্ঠীভাস্কৰ (প্ৰথম)যতীন বৰাদৰ্শনব'হাগ বিহুখেৰাইনামেৰি ৰাষ্ট্ৰীয় উদ্যানঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকামুগা (ৰেচম)ভাৰতীয় নাগৰিকত্ব আইনদশাৱতাৰজলবায়ুশিক্ষাৰ অধিকাৰশ্ৰী সূৰ্য পাহাৰৰংশক্তিমোৰ জীৱন সোঁৱৰণসপ্তকাণ্ড ৰামায়ণশ্ৰীমদ্ভগৱতগীতাভাৰতীয় ৰেলজাভামে ডাম মে ফিসত্যনাথ বৰামাছঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসাগৰজিকিৰভক্তি ৰত্নাৱলীপাচনপৰিয়ালবৰ্মণ ৰাজবংশহিন্দু ধৰ্মমেঘালয়গোৱালপাৰাজেং বিহুন'বেল বঁটাহিমবাহমোহনদাস কৰমচান্দ গান্ধীঅসম আন্দোলনদাঁতগদ্যগগনাপুঁজিবাদৰমন্যাসবাদনৱগ্ৰহ মন্দিৰ, গুৱাহাটীভগদত্তঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাবিহু নৃত্যদুৰ্গা পূজাজয়মতী কুঁৱৰীহেম বৰুৱাহৰিবৰ বিপ্ৰনিচুকনি গীতজোনাকী (আলোচনী)ব্ৰহ্মগুপ্তশিৱসাগৰৰ শিৱদৌলনৱবিধা ভক্তিত্ৰিভুজসাঁচিপাতব্ৰিটিছ ৰাজ🡆 More