খেৰাই

খেৰাই অসমবড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্‌যাপন কৰা হয়। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে।

খেৰাই
খেৰাই
খেৰাই
ঠাই অসম

নামৰ অৰ্থ

খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল ’খাৰ’ + ’আই’, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু "আই" মানে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য। কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য।

বিৱৰণ

বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে। সেইসময়তে খেৰাই নৃত্য চলি থাকে। পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

খেৰাই নামৰ অৰ্থখেৰাই বিৱৰণখেৰাই লগতে চাওকখেৰাই তথ্য সংগ্ৰহখেৰাই বাহ্যিক সংযোগখেৰাই

🔥 Trending searches on Wiki অসমীয়া:

পাচন তন্ত্ৰফ্ৰান্সনগাঁও কুইজ ফ'ৰামসাঁথৰলক্ষ্মীধৰ শৰ্মাসৌৰজগতকেন্দ্ৰীয় শাসিত অঞ্চলমোৱামৰীয়া বিদ্ৰোহপাণিনিঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাজয়মতী কুঁৱৰীবাইখো পূজাদ্বিতীয় বিশ্বযুদ্ধসাহিত্য অকাডেমি বঁটাপোহৰৰ বেগজেৰুজালেমবিহুগীতঅশোকৰ অনুশাসনফিফা বিশ্বকাপভিয়েটনামপ্ৰদূষণশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯প্ৰাকৃতিক দুৰ্যোগমৃত্যুঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাশিৱসাগৰ জিলাবাল্য বিবাহনাৰী সবলীকৰণৰাম সৰস্বতীবৌদ্ধ ধৰ্মভিটামিনসংস্কৃতিইটো সিটো বহুতোপঞ্জাৱ এণ্ড সিন্ধ বেংকলং ৱাক টু ফ্ৰীডমস্বদেশী আন্দোলনছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)চিপাহী বিদ্ৰোহ ১৮৫৭যতি-চিনভাৰতীয় ৰেলৰাজেন্দ্ৰ প্ৰসাদব্ৰহ্মপুত্ৰ উপত্যকাঅসমৰ বনৌষধিমণিৰাম দেৱানবৰাক নদীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাভূপেন হাজৰিকাৰ সাহিত্যকুমাৰ ভাস্কৰ বৰ্মাবিহুইণ্ডিয়ান বেংকউদ্বিগ্নতাটকা (বাদ্য)প্ৰথম বিশ্বযুদ্ধহিমন্ত বিশ্ব শৰ্মাঅসমৰ ছপাশালস্বচ্ছ ভাৰত অভিযানভাৰত ৰত্নমধুপুৰ সত্ৰপীতাম্বৰ কবিভাৰতীয় জাতীয় কংগ্ৰেছধাতুকলিতা জনগোষ্ঠীভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধানভূগোলঅসমলখিমী সবাহবৰপেটা জিলাপাঠ্যক্ৰমবেণুধৰ শৰ্মাগামখাৰু২০২২ ফিফা বিশ্বকাপবুলু ফিল্মমৌখিক সাহিত্য🡆 More