কেন্দ্ৰীয় শাসিত অঞ্চল

কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে। চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুডুছেৰী (পণ্ডিছেৰী)ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰীমণ্ডল আদি আছে যদিও সিহঁতৰ শক্তি সীমিত।

ভাৰতীয় কেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা

বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হৈছে ৮টা। সেই কেইটা হ'ল-

  1. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  2. চণ্ডীগড়
  3. দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ
  4. লাক্ষাদ্বীপ
  5. পুডুছেৰী
  6. দিল্লী
  7. জম্মু আৰু কাশ্মীৰ
  8. লাদাখ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নতুন দিল্লীপুডুছেৰীভাৰতভাৰত চৰকাৰভাৰতৰ ৰাষ্ট্ৰপতি

🔥 Trending searches on Wiki অসমীয়া:

সম্পাদনাভৃগু কুমাৰ ফুকনজোৰোণকলিমাত্ৰিপুৰানিৰুপমা বৰগোহাঞিশ্ৰীমন্ত শংকৰদেৱথাই ভাষাকুলিঅৰুণ শৰ্মাৰঘুনাথ চৌধাৰীব্ৰিটিছ ৰাজঅসমৰ ধান খেতিৰ সঁজুলিসমূহকথা-ভাগৱতবাথৌ পূজাত্ৰিভুজভাৰতীয় ভাষাজীৱনীসমাজতত্ত্ব২৫ এপ্ৰিলঅসমীয়া বৰ্ণমালাদৌল গোবিন্দ মন্দিৰমৰুদ্যানবিজ্ঞানকোচ ৰাজবংশভট্টদেৱৰ গদ্যশৈলীধানপুতলা নাচপথৰুঘাটৰ ৰণধৰ্মমিজোৰামভাৰত-ইউৰোপীয় ভাষা পৰিয়ালমধ্যাহ্ন ভোজন আঁচনিহেমচন্দ্ৰ গোস্বামীভাৰতএহাত ডাবাঅৰ্জুন ভঞ্জনপ্ৰবীণা শইকীয়াঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তমুগা (ৰেচম)মহা মৃত্যুঞ্জয় মন্দিৰআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডশিক্ষক দিৱসকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলআত্মসহায়ক গোটচুটিগল্পউইলিয়াম শ্বেইকছপীয়েৰযতীন বৰাআহোম-মোগলৰ সংঘৰ্ষঅংগনবাদীসমাজবাদপ্ৰাকৃতিক দুৰ্যোগগণতন্ত্ৰলক্ষ্মীনাথ বেজবৰুৱাস্বামী বিবেকানন্দহিন্দী ভাষামানৱ ভূগোলকুলধৰ শইকীয়াখামটি ভাষালিমাৰিক (কবিতা)মহিলাৰ বিৰুদ্ধে হিংসাজোনাকী (আলোচনী)বিজ্ঞাপনজৈৱ বৈচিত্ৰ্যচাচনি মেৰবিলৰামধেনু (আলোচনী)হাবুংপদ (ব্যাকৰণ)চৈয়দ আব্দুল মালিকজোনবিল মেলাকাৰেংঘৰলোকাচাৰমৈদাম🡆 More