উত্তৰাখণ্ড

উত্তৰাখণ্ড (হিন্দী: उत्तराखंड) ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত (চীনৰ অংশ), পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত। ২০০০ চনলৈকে এইখন উত্তৰপ্ৰদেশৰ অন্তৰ্গত আছিল। পুৰাণ আৰু ভাৰতৰ প্ৰাচীন ঐতিহাসিক দলিলসমূহে এই অঞ্চলৰ প্ৰাচীন নাম "উত্তৰাখণ্ড" হিচাপেই বৰ্ণিত - যাৰ আক্ষৰিক অৰ্থ ভাৰতৰ উত্তৰৰ ভূখণ্ড। স্থানীয় জনগণৰ অধিকাংশৰ ইচ্ছাৰে ২০০৭ চনৰ জানুৱাৰী মাহৰ পৰা ইয়াৰ নাম উত্তৰাঞ্চলৰ সলনি উত্তৰাখণ্ড কৰা হয়। উত্তৰাখণ্ডৰ অস্থায়ী ৰাজধানী ডেৰাদুন। ৰাজ্যৰ উচ্চতম আদালত (হাইকোৰ্ট) নৈনিতালত অৱস্থিত।

Uttarakhand

उत्तराखण्डम् उत्तराखण्ड

—  state  —
উত্তৰাখণ্ডSeal
উত্তৰাখণ্ড
উত্তৰাখণ্ড
উত্তৰাখণ্ড
ডেৰাদুন
Uttarakhandৰ অৱস্থান  ভিতৰত ভাৰত
স্থানাঙ্ক 30°20′N 78°04′E / 30.33°N 78.06°E / 30.33; 78.06
দেশ উত্তৰাখণ্ড ভাৰত
জিলাৰ সংখ্যা 13
Established ৯ নৱেম্বৰ ২০০০
ৰাজধানী ডেৰাদুন
মহানগৰ ডেৰাদুন
ৰাজ্যপাল
Speaker
মুখ্যমন্ত্ৰী
বিধানসভা (আসন) Unicameral (71)
জনসংখ্যা

• ঘনত্ব

8,479,562 (19th)

158 /কিমি (409 /বৰ্গ মাইল)

স্বাক্ষৰতা 72%
চৰকাৰী ভাষা হিন্দী, সংস্কৃত, গাড়ৱালী
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি >53,566 km (33,284 mi)> (18th)>
ISO 3166-2 IN-UL
পাদটিকা
  • Dehradun is the provisional capital of the state. The new capital has not yet been chosen.
    70 (elected) + 1 (nominated Anglo-Indian)
ৱেবছাইট ua.nic.in


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫গঙ্গা নদীচ'মাংকানঅসমৰ ৰাজ্যিক প্ৰতীকসমূহমনোবিজ্ঞানমৰুভূমিকুলধৰ শইকীয়াঘৰ শালিকাজাতনামবৌদ্ধ ধৰ্মঢোলচুটিগল্পচৰকাৰঅসমৰ নদীসমূহৰ তালিকাখোলঅসমৰ পৰম্পৰাগত সাজ- পাৰনুৰ জাহানঅসমৰ পৰম্পৰাগত সাজ-পাৰবাল্য বিবাহগৱেষণাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)সাম্যবাদী সমাজগান্ধাৰীযতীন্দ্ৰ নাথ দুৱৰাউদ্ভিদছুনামিভাৰতৰ ৰাষ্ট্ৰপতিপাণিনিযৌগিক সংখ্যাঅসমত দেখা পোৱা সাপবোৰডিগবৈ তেল শোধনাগাৰখ্ৰীষ্টান ধৰ্মভবেন্দ্ৰ নাথ শইকীয়াআত্মজীৱনীকোচ ৰাজবংশীঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰডাকৰ বচনঅপাৰেটিং চিষ্টেমআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডযতি-চিনশব্দ (অভিধান)শিক্ষা মনোবিজ্ঞাননৰকাসুৰমণিকৰ্ণেশ্বৰ দেৱালয়পাৰিজাত হৰণ নাটমই আৰু নেফানিৰুপমা বৰগোহাঞিচৰাইদেউ জিলাঅসমৰ ৰেচম শিল্পনেপোলিয়ন বোনাপাৰ্টশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘআনন্দৰাম বৰুৱাউমানন্দশদিয়াতাল (বাদ্যযন্ত্ৰ)আউনীআটী সত্ৰপালি ভাষাশাল গছলখিমপুৰ জিলাঅসম আন্দোলনঅসমীয়া ভাষাঅসমৰ শাক-পাচলিৰ তালিকাঅসমৰ তেল শোধনাগাৰমিৰি জীয়ৰীগোলকীকৰণঋতুসিন্ধু সভ্যতাআন্তৰ্জাতিক শ্ৰমিক দিৱসম’বাইল ফোনৰজনীকান্ত বৰদলৈপৰিয়ালছ'ভিয়েট সংঘ🡆 More