ভাৰতীয় মান সময়

ভাৰতীয় মান সময় (IST) হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰীনউইছৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০। ভাৰতে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ নকৰে। ১৯৬২ আৰু ১৯৬৫ চনত যুদ্ধৰ সময়ত অৱশ্যে কিছু সময়ৰ বাবে দিবালোক সংৰক্ষণ সময়‎‎ ব্যৱহাৰ কৰিছিল।

ভাৰতীয় মান সময়
চুবুৰীয়া দেশৰ সৈতে ভাৰতীয় মান সময়ৰ সম্পৰ্ক

ভাৰতৰ মান সময় গ্ৰীনউইছৰ পৰা ৮২.৫° পূৰ্ব দ্ৰাঘিমাংশ ধৰি হিচাপ কৰা হয়, এই ৰেখাডাল উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদৰ নইনিৰ ওপৰেদি পাৰ হৈ গৈছে।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অৰ্থনীতিশাল গছ১৭ এপ্ৰিলঅসমৰ চলচ্চিত্ৰআজান পীৰনৰেন্দ্ৰ মোদীঅসমীয়া লোকসাহিত্যচৰাইম’বাইল ফোনভাৰতৰ উপৰাষ্ট্ৰপতিমনআঙুলি সঞ্চালনদৰ্শনপীযুষ হাজৰিকামৃত্যুনেমু১৯ এপ্ৰিলসৰ্বপল্লী ৰাধাকৃষ্ণণবিল্বেশ্বৰ দেৱালয়নেপালী জনগোষ্ঠীকৃষিডিম্বেশ্বৰ নেওগজীৱনীপৰিমেয় সংখ্যাসমাজঅসম আৰক্ষীচিলাৰায়বসন্ত ঋতুনিৰ্মলপ্ৰভা বৰদলৈযোৰহাটফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাটিকেন্দ্ৰজিৎপালি ভাষাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যকুটিল লিপিতলাতল ঘৰঅনুবাদমৈৰামৰা দৌলপদ (ব্যাকৰণ)কলশ্ৰীমন্ত শংকৰদেৱমানৱ উন্নয়ন সূচকঅব্যয় পদউত্তৰ গুৱাহাটীউমানন্দনগাঁও জিলাবেংকঅসমৰ পৰম্পৰাগত সাজ- পাৰপাটবাউসী সত্ৰজল সংৰক্ষণঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাকীৰ্তন ঘোষা সংকলনকলানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯সতী সাধনীভাৰতীয় জাতীয় কংগ্ৰেছকুকুৰাদেওহাঁহউইলিয়াম শ্বেইকছপীয়েৰঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাৰাজ্যসভাউৎপাদন (অৰ্থনীতি)বুলু ফিল্মমিয়া খলিফাশোণিতপুৰ জিলাবাঁহ-গোসাঁই উৎসৱডিমাছা জনগোষ্ঠীনলবাৰী জিলাদেওপাহাৰপূৰবী বৰমুদৈআবেগভেঁকুৰবেটুপাত🡆 More