ৰঞ্জি ট্ৰফী

ৰঞ্জি ট্ৰফী ভাৰতৰ এক ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ আৰু সংস্থাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইংলেণ্ডৰ কাউণ্টি চেম্পিয়নশ্বিপ বা অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ এই প্ৰতিযোগিতাটিৰ নামকৰণ হৈছে নৱানগৰৰ জাম চাহিব শ্ৰী ৰঞ্জিতসিংজিৰ নামেৰে, যি ৰনজি নামে পৰিচিত আছিল। প্ৰতিযোগিতাটিত বৰ্তমান ৩৮টা দলে অংশ গ্ৰহণ কৰে।

ৰঞ্জি ট্ৰফী
ৰঞ্জি ট্ৰফী
দেশ ভাৰত ভাৰত
প্ৰসাশক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড
ধৰণ প্ৰথম শ্ৰেণী ক্ৰিকেট
প্ৰথম প্ৰতিযোগিতা ১৯৩৪
প্ৰতিযোগিতাৰ ধৰণ ৰাউণ্ড ৰবীন তাৰ পিছত নকআউট
দল সংখ্যা ৩৮
বৰ্তমানৰ চেম্পিয়ন সৌৰাষ্ট্ৰ (১)
সৰ্বাধিক সফল মুম্বাই (৪১)
সৰ্বাধিক ৰাণ ৱাছিম জাফৰ (১২,০৩৮)
১৯৯৬-২০২০
সৰ্বাধিক ৱিকেট ৰাজিন্দৰ গয়েল (৬৪০)
১৯৫৮-১৯৮৫

ইতিহাস

প্ৰতিযোগিতাখন প্ৰথম অনুষ্ঠিত হৈছিল ১৯৩৪ চনত দ্য ক্ৰিকেট চেম্পিয়নশ্বিপ অব ইণ্ডিয়া নামেৰে। ৰঞ্জি ট্ৰফীৰ ইতিহাসৰ প্ৰথম মেচখন ১৯৩৪ চনৰ ৪ নৱেম্বৰত মাদ্ৰাজ আৰু মাইচুৰৰ মাজত চীপকত অনুষ্ঠিত হৈছিল।প্ৰতিযোগিতাখনৰ প্ৰথম চেম্পিয়ন হৈছিল বোম্বাই যিয়ে চূ্ড়ান্ত মেচ খনত উত্তৰ ভাৰতক পৰাজিত কৰিছিল। প্ৰতিযোগিতাৰ সৰ্বাধিক সফল দলো মুম্বাই (পূৰ্বৰ বোম্বাই)। মুম্বাইয়ে বৰ্তমানলৈকে ৪১ বাৰ খিতাপ দখল কৰিছে।

ৰঞ্জি ট্ৰফী 
ৰঞ্জিতসিংজি, যাৰ নামেৰে ৰঞ্জি ট্ৰফী প্ৰতিযোগিতাৰ নামকৰণ কৰা হৈছিল।

বৰ্তমানৰ দলসমূহ

বৰ্তমানৰ ৩৮টা দল হৈছে:

বহিঃসংযোগ

Tags:

অষ্ট্ৰেলিয়াইংলেণ্ডক্ৰিকেটভাৰত

🔥 Trending searches on Wiki অসমীয়া:

গড়গাঁওওডিছীৰংঘৰকমলাকান্ত ভট্টাচাৰ্য্যদ্য টাইমছ অৱ ইণ্ডিয়াভগ্নাংশ (গণিত)নগাঁও জিলাশৰাইঘাটৰ যুদ্ধজয়মতী কুঁৱৰীউপনিষদমোৰ জীৱন সোঁৱৰণচাচনি মেৰবিলমুদ্ৰাঅসীমত যাৰ হেৰাল সীমাগুণাভিৰাম বৰুৱাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাআহোম-মোগলৰ সংঘৰ্ষভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামিঠু বৰুৱাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনইলিয়াডমিয়া খলিফাশিৱহৰিবৰ বিপ্ৰনিমাতী কইনা২৩ এপ্ৰিলসংক্ৰমণবাগ্‌ধ্বনিভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপলাশীৰ যুদ্ধনৱগ্ৰহ মন্দিৰ, গুৱাহাটীসত্যাগ্ৰহটকা (বাদ্য)নৱবিধা ভক্তিশোণিত কুঁৱৰীভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহভটিমাবিবাহমিচিং নৃত্য আৰু গীত মাতভাৰতৰ স্বাধীনতা আন্দোলনঅসমৰ জাতীয় গীতঅপাৰেটিং চিষ্টেমসংস্কৃতিসন্ধ্যাৰাগ (চলচ্চিত্ৰ)চন্দ্ৰকান্ত অভিধানযৌন নিৰ্যাতনদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰছক্ৰেটিছসমোচ্চাৰিত শব্দপদ্মধৰ চলিহাএডৱাৰ্ড জেনাৰৰাসোৎসৱপদ (ব্যাকৰণ)ৰজনীকান্ত বৰদলৈমাটিৰ হিচাপঅসমৰ মহকুমাসমূহৰ তালিকাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাজিএছটিবিজ্ঞাপনশালস্তম্ভ ৰাজবংশগড়মূৰ সত্ৰপানীনীলমণি ফুকন (কনিষ্ঠ)পথেৰ পাঁচালীখামটি ভাষাভৃগু কুমাৰ ফুকনযোৰহাটহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)দুৰ্গা পূজাবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণকলিতা জনগোষ্ঠীনিৰুপমা বৰগোহাঞিপ্ৰাক-ইতিহাস🡆 More