ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা

ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। তলৰ উল্লিখিত তালিকা্খনত ৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিপৰীতে বিতং বিৱৰণ সন্নিবিষ্ট কৰা হ’ল।

চিহ্নসমূহ

চিহ্ন অৰ্থ
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল ৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম
প্ৰতিষ্ঠা কৰা বৰ্ষ যি বৰ্ষত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল সৃষ্টি হৈছিল
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা  কেন্দ্ৰীয়শাসিত অঞ্চল প্ৰদৰ্শন
S গ্ৰীষ্ম কালীন
W শীত কালীন
B বাজেট কালীন অধিবেশন

তালিকা

নং. ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনিক ৰাজধানী ৰাজনৈতিক ৰাজধানী ন্যায়িক ৰাজধানী প্ৰতিষ্ঠা কৰা বৰ্ষ পূৰ্বৰ ৰাজধানী
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা  পৰ্ট ব্লেয়াৰ পৰ্ট ব্লেয়াৰ কলকাতা ১৯৫৬ কলকাতা (১৯৪৫–১৯৫৬)
অন্ধ্ৰ প্ৰদেশ হায়দৰাবাদ হায়দৰাবাদ হায়দ্ৰাবাদ (হায়দ্ৰাবাদ ৰাজ্য),
কুৰনুল (অন্ধ্ৰ ৰাজ্য)
১৯৫৬
অৰুণাচল প্ৰদেশ ইটানগৰ ইটানগৰ গুৱাহাটী ১৯৮৭
অসম দিশপুৰ গুৱাহাটী গুৱাহাটী ১৯৭৫ শ্বিলং (১৮৭৪–১৯৭২)
বিহাৰ পাটনা পাটনা পাটনা ১৯৩৫
চণ্ডীগড় ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা  চণ্ডীগড়  — চণ্ডীগড় ১৯৬৬  —
ছত্তীচগড় ৰায়পুৰ ৰায়পুৰ বিলাসপুৰ ২০০০  —
দাদৰা আৰু নগৰ হাৱেলী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা  চিলভাছা  — মুম্বাই ১৯৪৪ মুম্বাই (১৯৫৪–১৯৬১)
পানাজী (১৯৬১–১৯৮৭)
দমন আৰু দিউ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা  দমন  — ১৯৮৭ আহমেদাবাদ (১৯৬১–১৯৬৩)
পানাজী (১৯৬৩–১৯৮৭)
১০ কেন্দ্ৰীয় শাসিত দিল্লীৰ ৰাজধানী অঞ্চল ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা  দিল্লী দিল্লী দিল্লী ১৯৫২  —
১১ গোৱা পানাজী পৰ্ভৰিম মুম্বাই ১৯৬১ পানাজী (১৯৬১–১৯৮৭)
১২ গুজৰাট গান্ধীনগৰ গান্ধীনগৰ আহমেদাবাদ ১৯৬০ আহমেদাবাদ (১৯৬০–১৯৭০)
১৩ হাৰিয়ানা চণ্ডীগড় চণ্ডীগড় চণ্ডীগড় ১৯৬৬  —
১৪ হিমাচল প্ৰদেশ ছিমলা ছিমলা ছিমলা ১৯৭১ বিলাসপুৰ (১৯৫০–১৯৫৬)
১৫ জম্মু আৰু কাশ্মীৰ শ্ৰীনগৰ (S)
জম্মু (W)
শ্ৰীনগৰ (S)
জম্মু (W)
১৯৪৮  —
১৬ ঝাৰখণ্ড ৰাঁছী ৰাঁছী ৰাঁছী ২০০০ পাটনা
১৭ কৰ্ণাটক বাংগালুৰু বাংগালুৰু বাংগালুৰু ১৯৫৬
১৮ কেৰালা তিৰুভন্থাপুৰম তিৰুভন্থাপুৰম কঁচি ১৯৫৬
১৯ লাক্ষাদ্বীপ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা  কভাৰাত্তি কভাৰাত্তি কঁচি
২০ মধ্য প্ৰদেশ ভোপাল ভোপাল জবলপুৰ ১৯৫৬ নাগপুৰ (১৮৬১–১৯৫৬)
২১ মহাৰাষ্ট্ৰ মুম্বাই
নাগপুৰ (W/2nd)
মুম্বাই (S+B)
নাগপুৰ (W)
মুম্বাই ১৮১৮
১৯৬০
 —
২২ মণিপুৰ ইম্ফাল ইম্ফাল গুৱাহাটী ১৯৪৭  —
২৩ মেঘালয় শ্বিলং শ্বিলং গুৱাহাটী ১৯৭০  —
২৪ মিজোৰাম আইজল আইজল গুৱাহাটী ১৯৭২  —
২৫ নাগালেণ্ড কহিমা কহিমা গুৱাহাটী ১৯৬৩  —
২৬ উৰিষ্যা ভূবনেশ্বৰ ভূবনেশ্বৰ কটক ১৯৪৮ কটক (১৯৩৬–১৯৪৮)
২৭ পণ্ডিছেৰী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা  পণ্ডিছেৰী পণ্ডিছেৰী চেনাই ১৯৫৪ মাদ্ৰাছ (১৯৪৮–১৯৫৪)
২৮ পঞ্জাব চণ্ডীগড় চণ্ডীগড় চণ্ডীগড় ১৯৬৬ লাহোৰ (১৯৩৬–১৯৪৭)
ছিমলা (১৯৪৭–১৯৬৬)
২৯ ৰাজস্থান জয়পুৰ জয়পুৰ যোধপুৰ ১৯৪৮  —
৩০ ছিক্কিম গেংটক গেংটক গেংটক ১৯৭৫  —
৩১ তামিল নাডু চেনাই চেনাই চেনাই ১৬৮৮  —
৩২ ত্ৰিপুৰা আগৰতলা আগৰতলা গুৱাহাটী ১৯৫৬  —
৩৩ উত্তৰ প্ৰদেশ লক্ষ্ণৌ লক্ষ্ণৌ এলাহাবাদ ১৯৩৭  —
৩৪ উত্তৰাখণ্ড দেৰাডুন দেৰাডুন নাইনিতাল ২০০০  —
৩৫ পশ্চিম বংগ কলকাতা কলকাতা কলকাতা ১৯৪৭  —

টোকা

উদ্ধৃতি

তথ্য সংগ্ৰহ

লগতে চাওক

বাহ্যিক সংযোগ

This article uses material from the Wikipedia অসমীয়া article ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.

Tags:

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা চিহ্নসমূহভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা তালিকাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা টোকাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা উদ্ধৃতিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা তথ্য সংগ্ৰহভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা লগতে চাওকভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা বাহ্যিক সংযোগভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাStates and territories of Indiaগণতন্ত্ৰভাৰত

🔥 Trending searches on Wiki অসমীয়া:

ৰুক্মিণী হৰণ নাটকলাবৃত্তনামচিংগণতন্ত্ৰস্বদেশী আন্দোলনঅশোকৰ অনুশাসনইলন মাস্ক্আইদেউ সন্দিকৈশচীন তেণ্ডুলকাৰবহল ব্যাকৰণইয়াত এখন অৰণ্য আছিলমে ডাম মে ফিকনকলতা বৰুৱাচ্যু-কা-ফাসাহিত্য অকাডেমি বঁটাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅন্নপ্ৰাশনখামটি জনগোষ্ঠীকামৰূপী উপভাষাসম্পাদনাঅসমীয়া সাহিত্যমৈদামফাকুৱাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনগুমৰাগমাছদশাৱতাৰকলকালিদাসমোৱামৰীয়া বিদ্ৰোহবাঁহঅনাভেদী যৌনক্ৰিয়ামালিনী থানভবেন্দ্ৰ নাথ শইকীয়াবিশেষ্য পদঅৰুণাচল প্ৰদেশহনুমানমৌ-মাখিআহোম জনগোষ্ঠীমেঘালয়ঋণাত্মক অখণ্ড সংখ্যাএকচেটীয়া বজাৰকৃষিসংশয় ব্যৱস্থাপনাঅণুবীক্ষণ যন্ত্ৰযতীন্দ্ৰ নাথ দুৱৰাজেং বিহুব্ৰহ্মপুত্ৰ উপত্যকাবিপন্ন প্ৰজাতিশিক্ষক দিৱসকোচ ৰাজবংশীবাঁহী (আলোচনী)পদ্মনাথ গোহাঞি বৰুৱাঅসমীয়া কবিতাকামৰূপ জিলাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰঅসমৰ সমস্যাপদ (ব্যাকৰণ)ৰুক্মিণীচাচনি মেৰবিলমণিৰাম দেৱানভাৰত ত্যাগ আন্দোলনব্যৱস্থাপনাকৰ্কট ক্ৰান্তিমনালিছাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)বেণুধৰ শৰ্মাঅসমসাহিত্য সমালোচনাপথেৰ পাঁচালীবিহুৰ বাদ্যযন্ত্ৰদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰৰাজনীতি🡆 More