ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য

ঝাৰখণ্ড (হিন্দী: झारखंड), (চাঁওতালি: ᱡᱷᱟᱨᱠᱷᱚᱸᱰ) বা পূৰ্বৰ  ঝাড়খণ্ড (সহায়·তথ্য) পূৰ্ৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানীৰ নাম ৰাঁচী। ই বিহাৰৰ দক্ষিণাংশৰ পৰা পৃথক হৈ ২০০০ চনৰ ১৫ নভেম্বৰত গঠিত হৈছিল। এই ৰাজ্য নানা খনিজ সম্পদেৰে পূৰ্ণ। ঝাৰখণ্ডৰ পৰ্যটনকেন্দ্ৰবিলাকৰ ভিতৰত বিখ্যাত কেইটামান হ'ল : হলুদপুকুৰ, ৰাজমহল, নেতাৰহাট, হাজাৰীবাগ, মন্দাৰগিৰি ইত্যাদি।

ঝাৰখণ্ড
झारखण्ड
ᱡᱷᱟᱨᱠᱷᱚᱸᱰ
—  ভাৰতৰ ৰাজ্য  —
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
Clockwise from top left: Dalma Wildlife Sanctuary, Birla Institute of Technology, Panchet Dam at Damodar river, Dassam Falls, Samet Shikharji Jain Mahatirth, Mata Chhinnamasta Devi Temple at Rajrappa, Baidyanath Temple
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
ভাৰতৰ মানচিত্ৰত ঝাৰখণ্ডৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত ঝাৰখণ্ডৰ অৱস্থান
ঝাৰখণ্ড: ভাৰতৰ এখন ৰাজ্য
ঝাৰখণ্ডৰ মানচিত্ৰ
ঝাৰখণ্ডৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (ৰাঁচী): 23°21′N 85°20′E / 23.35°N 85.33°E / 23.35; 85.33 85°20′E / 23.35°N 85.33°E / 23.35; 85.33
দেশ ভাৰত
অঞ্চল পূৰ্ব ভাৰত
প্ৰতিষ্ঠা ১৫ নৱেম্বৰ ২০০০
ৰাজধানী ৰাঁচী
চৰকাৰ
 - ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু
 - মুখ্যমন্ত্ৰী হেমন্ত সোৰেন
 - বিধানসভা এককক্ষীয় (৮১ আসন)
 - লোকসভা কেন্দ্ৰ ১৪
 - হাইকোৰ্ট ঝাৰখণ্ড হাইকোৰ্ট
মাটিকালি
 - মুঠ ৭৯,৭১৪ কি.মি. 
(৩০,৭৭৭.৭ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ১৫শ
জনসংখ্যা (২০১১)
 - মুঠ ৩,২৯,৮৮,১৩৪ জন
 - স্থান ১৩শতম
 - জনঘনত্ব ৪১৪ প্ৰতি বৰ্গ কি.মি. 
(এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৪" প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভা,প্ৰ,স (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-JH
মানৱ উন্নয়ন সূচক বৃদ্ধি ০.৫১৩ (medium)
মানৱ উন্নয়ন সূচক অনুসৰি স্থান ২৪শ (২০০৫)
সাক্ষৰতা ৬৭.৬% (২৫শ)
চৰকাৰী ভাষা হিন্দী, ইংৰাজী (দ্বিতীয় ভাষা হিসেবে)
ৱেবছাইট http://www.jharkhand.gov.in/

ঝাৰখণ্ডৰ মাটিকালি ৭৯,৭১৪ বৰ্গ কিঃমিঃ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা হ'ল ৩২৯৮৮১৩৪ জন। সাক্ষৰতাৰ হাৰ ৬৭.৬%। ঝাৰখণ্ডৰ চৰকাৰী ভাষা : হিন্দী আৰু চাঁওতালি ভাষা।

তথ্য সংগ্ৰহ

Tags:

Jharkhand.oggএই শব্দটোৰ বিষয়েচাঁওতালি ভাষাচিত্ৰ:Jharkhand.oggভাৰতহিন্দী ভাষাৰাঁচীৱিকিপিডিয়া:Media help

🔥 Trending searches on Wiki অসমীয়া:

বড়ো ভাষাহনুমানঅসম আন্দোলনবসন্ত ৰোগবৈচাগুকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকিতাপভাষাবিজ্ঞাননিৰ্মলপ্ৰভা বৰদলৈকেঁচুবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণবিজ্ঞানসঁফুৰা (শিশু আলোচনী)২০২৩ জি-২০ নতুন দিল্লী সন্মিলনঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমীয়া ভাষা উন্নতি সাধিনী সভাইয়াত এখন অৰণ্য আছিলৰূপালীমঅসমৰ সত্ৰসমূহৰ তালিকাপাৰিজাত হৰণ নাটআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিমাছমোগল সাম্ৰাজ্যৰঙিয়া ৰেলৱে সংমণ্ডলচৰক সংহিতাবৃত্তঅগ্নিগড়সংযুক্ত মুক্তি বাহিনী, অসমস্বাভাৱিক সংখ্যানাৰীবাদতেজপুৰব’হাগস্বামী বিবেকানন্দহীৰেন গোহাঁইউদ্ভিদঁ (চন্দ্ৰবিন্দু)এৰিষ্ট'টলমৌলিক সংখ্যাআয়ুৰ্বেদৰাসোৎসৱঅসম গণ পৰিষদমানস ৰাষ্ট্ৰীয় উদ্যানউৎসৱঅপৰিমেয় সংখ্যাআফগানিস্তানবৌদ্ধ ধৰ্মপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰভিটামিনতৎসমকৃষ্ণকান্ত সন্দিকৈ২৫ এপ্ৰিলআপংমণিৰাম দেৱানউত্তৰ-পূব সীমান্ত ৰেলৱেবৰপেটা সত্ৰধুবুৰী (লোকসভা সমষ্টি)বিশ্ব পৰিৱেশ দিৱসঅসমৰ সমস্যাপঞ্চভুজআলেকজেণ্ডাৰ গ্ৰাহাম বে'লইয়াণ্ডাবু সন্ধিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰাতি বিহুডুবি তাম্ৰলিপি আৰু ছীলউপভাষাদৰ্শননেলছন মেণ্ডেলাঅসমসন্ধ্যাৰাগ (চলচ্চিত্ৰ)আজান পীৰমৰিগাঁও জিলাঅসমীয়া গালি-গালাজনগাঁও (লোকসভা সমষ্টি)মহেন্দ্ৰ বৰাকামদেৱ🡆 More