অসমৰ সত্ৰসমূহৰ তালিকা

মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। বৰদোৱাৰ পিছতে শংকৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধুৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰে। তাৰপিছত দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ঠাইলৈ গৈ সত্ৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছতে সমসাময়িকভাৱে শংকৰদেৱে পাটবাউসীত, হৰিদেৱে মানৰিত, দামোদৰদেৱে বৈকুণ্ঠপুৰত আৰু মাধৱদেৱে সুন্দৰীদিয়া, গণককুছি আৰু বৰপেটাত সত্ৰ প্ৰতিষ্ঠা কৰে। শংকৰদেৱে দিয়া দায়িত্ব পালন কৰি গোপালদেৱে পৰৱৰ্ত্তীকালত উজনি অসমৰ ডেবেৰাপাৰত প্ৰথম সত্ৰ প্ৰতিষ্ঠা কৰে। প্ৰথমতে অসমত ৬৬৫খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত ৬৫খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে।

সত্ৰসমূহৰ তালিকা

অসমৰ সত্ৰসমূহৰ তালিকা 
চামগুৰি সত্ৰৰ মুখা শিল্পৰ ফটো
অসমৰ সত্ৰসমূহৰ তালিকা 
চামগুৰি সত্ৰৰ মুখা শিল্পৰ ফটো

অসমৰ চাৰিখন ৰাজ সত্ৰ হ'ল: আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ আৰু কুৰুৱাবাহী সত্ৰ। ইয়াৰোপৰি অসমৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা সত্ৰসমূহৰ এখন তালিকা দিয়া হ’ল ১১৬।। শ্ৰীশ্ৰী বিষ্ণু সত্ৰ ।। কামৰূপ গ্ৰাম্য মিৰ্জা, লোহাৰঘাট (গাওঁ বৰঝাৰ সন্ধ্যাপাৰা) অসম এই সত্ৰখন স্থাপন কৰা হয়,১৯৭২চনত আৰু এই সত্ৰখন ৰাভা জনগোষ্ঠীৰ লোকসকলে পৰিচালনা কৰা সত্ৰ , এই সত্ৰখনৰ বৰ্তমান সত্ৰাধিকাৰ শ্ৰীযুত বনজিৎ ৰাভাদেৱ, অসমৰ ৰাভা জনগোষ্ঠীৰ দ্বিতীয়জনা সত্ৰাধিকাৰ।। ! সত্ৰৰ নাম ! ঠিকনা |- | ১ || অকযা সত্ৰ || বৰপেটা |- | ২ || অগ্নিশালা সত্ৰ || বাঁহজানী, নলবাৰী |- | ৩ || অনন্তগোসাঁই সত্ৰ || নলবাৰী |- | ৪ || অভয়পুৰী সত্ৰ || নলবাৰী |- | ৫ || আইভেটী ন সত্ৰ || নগাঁও |- | ৬ || আউনীআটী সত্ৰ || মাজুলী |- | ৭ || আগতোলা সত্ৰ || কামৰূপ |- | ৮ || আদি এলেঙী সত্ৰ || লালুক, লখিমপুৰ |- | ৯ || আধাৰ সত্ৰ || যোৰহাট |- | ১০ || আন সত্ৰ || ডিব্ৰুগড় |- | ১১ || আনন্দপুৰ সত্ৰ || বৰপেটা |- | ১২ || আমগুৰি সত্ৰ || লখিমপুৰ, নগাওঁ |- | ১৩ || আমৰাঙা সত্ৰ || কামৰূপ, বৰিহাট, দক্ষিণ কামৰূপ |- | ১৪ || আম্ৰিখোৱা সত্ৰ || বৰপেটা |- | ১৫ || আলগা সত্ৰ || কামৰূপ |- | ১৬ || আল্লিবাৰী সত্ৰ || নলবাৰী |- | ১৭ || আঁহতগুৰি সত্ৰ || যোৰহাট |- | ১৮ || বগাবুঢ়া সত্ৰ || শোণিতপুৰ |- | ১৯ || ইকৰাজান সত্ৰ || শিৱসাগৰ |- | ২০ || ইটাখুলি সত্ৰ || মৰিগাওঁ |- | ২১ || উজনিয়াল সত্ৰ || শিৱসাগৰ |- | ২২ || উপবাপু সত্ৰ || কামৰূপ |- | ২৩ || উৰপোত সত্ৰ || কামৰূপ |- | ২৪ || উলাবাৰী সত্ৰ || নলবাৰী |- | ২৫ || উল্কাবাৰী সত্ৰ || নলবাৰী |- | ২৬ || উলুতলী সত্ৰ || শিৱসাগৰ, গোলাঘাট |- | ২৭ || উলুতলীয়া সত্ৰ || যোৰহাট |- | ২৮ || উলুবডি সত্ৰ || কামৰূপ |- | ২৯ || উল্টা পানী সত্ৰ || গোৱালপাৰা |- | ৩০ || এৰা সত্ৰ || নলবাৰী |- | ৩১ || এলেঙি সত্ৰ || যোৰহাট, নগাওঁ, গোলাঘাট |- | ৩২ || ঔগুৰি সত্ৰ || শিৱসগৰ, গোলাঘাট |- | ৩৩ || ঔতলা সত্ৰ || দৰং |- | ৩৪ || ঔৱা সত্ৰ || যোৰহাট |- | ৩৫ || কচুৱা সত্ৰ || নলবাৰী |- | ৩৬ || কছাৰিপাৰ সত্ৰ || শিৱসাাগৰ |- | ৩৭ || কটাহ সত্ৰ || নলবাৰী |- | ৩৮ || কটাহবাৰী সত্ৰ || নলবাৰী |- | ৩৯ || কঠালমুৰি সত্ৰ || গোৱালপাৰা |- | ৪০ || কঠীয়াতলি সত্ৰ || যোৰহাট |- | ৪১ || কণৰাপাৰা সত্ৰ || বৰপেটা |- | ৪২ || কন্দলি সত্ৰ || গোলাঘাট |- | ৪৩ || কপাহনৰা সত্ৰ || নগাওঁ |- | ৪৪ || কপিলী সত্ৰ || দৰং |- | ৪৫ || কমলাবাৰী সত্ৰ (তিনিখন) || যোৰহাট |- | ৪৬ || কৰতিপাৰ সত্ৰ || যোৰহাট, শোণিতপুৰ |- | ৪৭ || কমাৰ সত্ৰ || যোৰহাট |- | ৪৮ || কৰদৈগুৰি সত্ৰ || যোৰহাট |- | ৪৯ || কৰুবাহা সত্ৰ || কামৰূপ |- | ৫০ || কলাকটা সত্ৰ || যোৰহাট, নগাওঁ |- | ৫১ || কলাখোৱা সত্ৰ || কামৰূপ |- | ৫২ || ক’লাচুপহা সত্ৰ || কাকজান (যোৰহাট) |- | ৫৩ || কলাবাৰী সত্ৰ || শোণিতপুৰ, যোৰহাট |- | ৫৪ || ক’লিয়া গোসাঁই সত্ৰ || শোণিতপুৰ, যোৰহাট |- | ৫৫ || সৰুভগীয়া সত্ৰ || নগাঁও |- | ৫৬ || কহৰা সত্ৰ || কামৰূপ |- | ৫৭ || কহিনা সত্ৰ || গোৱালপাৰা |- | ৫৮ || কহুৱাতলী সত্ৰ || নগাঁও |- | ৫৯ || কাকৰি কটা সত্ৰ || যোৰহাট |- | ৬০ || কাটনী নমাটি সত্ৰ || শিৱসাগৰ |- | ৬১ || কাঠনিপাৰ সত্ৰ || যোৰহাট, শিৱসাগৰ |- | ৬২ || কাঠপাৰ সত্ৰ || লখিমপুৰ, শিৱসাগৰ |- | ৬৩ || কাঠমহন্ত ন সত্ৰ || নগাওঁ |- | ৬৪ || কাথবাপু সত্ৰ || গোলাঘাট, শিৱসাগৰ |- | ৬৫ || কানুআতাৰ সত্ৰ || তিনিচুকীয়া |- | ৬৬ || কান্দুপুৰ সত্ৰ || কামৰূপ |- | ৬৭ || কান্ধূলিমাৰ সত্ৰ || নগাওঁ |- | ৬৮ || কাপলা সত্ৰ || কামৰূপ, বৰপেটা |- | ৬৯ || কামজনীয়া সত্ৰ || শিৱসাগৰ |- | ৭০ || কামদেৱাল সত্ৰ || শোণিতপুৰ |- | ৭১ || কামপুৰ সত্ৰ || নগাওঁ |- | ৭২ || কাৰসাত্নী সত্ৰ || কামৰূপ |- | ৭৩ || কাৰাকুছি সত্ৰ || নলবাৰী |- | ৭৪ || কোদোবাহী সত্ৰ || যোৰহাট |- | ৭৫ || কোৰেখন্দা সত্ৰ || যোৰহাট |- | ৭৬ || কালজাৰ সত্ৰ || বৰপেটা |- | ৭৭ || কালজিৰা সত্ৰ || মৰাণ, নগাওঁ |- | ৭৮ || কালশিলা সত্ৰ || মৰাণ, নগাওঁ |- | ৭৯ || কালশিলীয়া সত্ৰ || নগাওঁ |- | ৮০ || কাহিকুছি সত্ৰ || কামৰূপ, লখিমপুৰ |- | ৮১ || কাৱৈমাৰি সত্ৰ || শোণিতপুৰ, শিৱসাগৰ |- | ৮২ || কাংসপাৰ সত্ৰ || লখিমপুৰ, যোৰহাট, শিৱসাগৰ |- | ৮৩ || কুচিমাৰি সত্ৰ || বৰপেটা |- | ৮৪ || কুজী সত্ৰ || নগাওঁ |- | ৮৫ || কুঠিবাৰী সত্ৰ || উত্তৰবংগ |- | ৮৬ || কুণ্ডাৰবাৰী সত্ৰ || তেজপুৰ |- | ৮৭ || কুমতি সত্ৰ || নলবাৰী |- | ৮৮ || কুৰচোং সত্ৰ || নগাওঁ, যোৰহাট |- | ৮৯ || কুৰুৱাবাহী সত্ৰ || গোলাঘাট, নগাওঁ |- | ৯০ || কুৰোৱাহা সত্ৰ || বৰপেটা |- | ৯১ || কুলবিল সত্ৰ || নলবাৰী |- | ৯২ || কুশাকাটি সত্ৰ || গোৱালপাৰা |- | ৯৩ || কুঢ়িমাৰি সত্ৰ || নগাওঁ |- | ৯৪ || কেওঁটকুছি সত্ৰ || বৰপেটা |- | ৯৫ || কেঁচাপতীয়া সত্ৰ || যোৰহাট |- | ৯৬ || কেন্দুকুছি সত্ৰ || নলবাৰী |- | ৯৭ || কেৱলীয়াহাটী সত্ৰ || দৰং |- | ৯৮ || কৈচুঙীয়া সত্ৰ || যোৰহাট |- | ৯৯ || কৈমাৰী সত্ৰ || কামৰূপ, ছয়গাঁও, দক্ষিণ কামৰূপ |- | ১০০ || কৈৰাৰা সত্ৰ || নলবাৰী |- | ১০১ || কৈহাটী সত্ৰ || নলবাৰী |- | ১০২ || কোৱামৰা সত্ৰ || শিৱসাগৰ |- | ১০৩ || খকৰা সত্ৰ || নলবাৰী |- | ১০৪ || খটৰা সত্ৰ || মঙলদৈ, শিৱসাগৰ |- | ১০৫ || খটিয়ামাৰি সত্ৰ || কামৰূপ |- | ১০৬ || খনা সত্ৰ || নলবাৰী |- | ১০৭ || খৰঙিয়াল সত্ৰ || গোলাঘাট |- | ১০৮ || খৰমুজা সত্ৰ || গোৱালপাৰা |- | ১০৯ || খলামবাৰী সত্ৰ || কোচবিহাৰ |- | ১১০ || গজলা সত্ৰ || যোৰহাট, নগাঁও |- | ১১১ || তলপিঝাৰ সত্ৰ || পাত্ৰপুৰ, কামৰূপ (গ্ৰাম্য) |- | ১১২ || শ্ৰীশ্ৰীনাচনিপাৰ সত্ৰ || লখিমপুৰ,অসম, মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱ গুৰুজনাৰ নাতি শ্ৰীশ্ৰীপদ্মনাভদেৱে কালসংহতিৰ অন্তৰ্গত এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল। |- | ১১৩ || বৰহেৰামদো সত্ৰ || দক্ষিণ কামৰূপৰ এখন ঐতিহাসিক সত্ৰ। এই সত্ৰখন মধ্যযুগত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। অসমৰ নৱবৈষ্ণৱ আন্দোলনত এই সত্ৰৰ ভূমিকা উল্লেখযোগ্য। মাধৱদেৱৰ প্ৰিয় শিষ্য পঢ়িয়া মাধৱ আতা এই সত্ৰৰ প্ৰথম ধৰ্মাচাৰ্য্য।

|-  

|১১৪ ।। শ্ৰী শ্ৰী বঁটাৰ গঞা সত্ৰ ।। এই সত্ৰ খনি উত্তৰ লক্ষীমপুৰৰ ধেনুধৰীয়া গাঁও স্থিত এখন ঐতিহাসিক স‌এ । সএ খনি শ্ৰী শ্ৰী জয়কৃষ্ণ দেৱে 1771 শকত প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰ খনিৰ বৰ্তমান সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱদেৱ গোস্বামী।

|- 

| ১১৫ || শ্ৰীশ্ৰীপোহাৰদিয়া সত্ৰ || মাজুলী,যোৰহাট (দুলিয়া গাঁও),অসম । |- ।১১৬।। শ্ৰীশ্ৰী বিষ্ণু সত্ৰ ।। কামৰূপ গ্ৰাম্য মিৰ্জা, লোহাৰঘাট (গাওঁ বৰঝাৰ সন্ধ্যাপাৰা) অসম এই সত্ৰখন স্থাপন কৰা হয়,১৯৭২চনত আৰু এই সত্ৰখন ৰাভা জনগোষ্ঠীৰ লোকসকলে পৰিচালনা কৰা সত্ৰ , এই সত্ৰখনৰ বৰ্তমান সত্ৰাধিকাৰ শ্ৰীযুত বনজিৎ ৰাভাদেৱ, অসমৰ ৰাভা জনগোষ্ঠীৰ দ্বিতীয়জনা সত্ৰাধিকাৰ।।

তথ্যউৎস

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নাটকঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিসাম্যবাদআপংসমাৰ্থক শব্দকানাই বৰশী বোৱা শিলালিপিআহোম-মোগলৰ সংঘৰ্ষঢোলভূৱন মোহন বৰুৱাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰঙিয়া ৰেলৱে সংমণ্ডলচামেলি মেমচা'বকীৰ্তন-ঘোষাএহাত ডাবাভাৰতত মহিলাৰ স্বাস্থ্যপদ (ব্যাকৰণ)ভাৰত-চীন যুদ্ধবাংলাদেশলীলা গগৈঅসমৰ জাতীয় গীতমাজুলীবাইখো পূজাহৰণ (গণিত)নিৰুপমা বৰগোহাঞিপ্ৰাকৃতিক সম্পদসাপমৰুভূমিপৰিৱেশ অধ্যয়নসালোক সংশ্লেষণউইলিয়াম শ্বেইকছপীয়েৰঅসমৰ মহকুমাসমূহৰ তালিকানৱ-বৈষ্ণৱ ধৰ্মবায়ু প্ৰদূষণশব্দঅসমৰ চিত্ৰকলাৰ ইতিহাসমণিকৰ্ণেশ্বৰ দেৱালয়চৰ্যাপদশ্বিলংঅষ্ট্ৰেলিয়াপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগকাৰেঙৰ লিগিৰীলভিতাকম্পিউটাৰসংস্কৃতিতুলসীনেপোলিয়ন বোনাপাৰ্টহিন্দু ধৰ্মদেউৰী জনগোষ্ঠীসৰ্বেপল্লী ৰাধাকৃষ্ণণআজান পীৰৰোমাণ্টিক কবিতাব্যষ্টিবাদী অৰ্থনীতিপ্ৰথম বিশ্বযুদ্ধড়গঙ্গা নদীনগেন শইকীয়াআমেৰিকা যুক্তৰাষ্ট্ৰদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ সংবিধানলুই পেষ্ট'ৰনামনি অসমকেঁচুসাৰচিলাৰায়মাইলছ ব্ৰনছনহেমকোষবৰপেটাজল সংৰক্ষণপৰিৱেশ বিজ্ঞানধুবুৰী (লোকসভা সমষ্টি)গগৈশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমীয়া ভাষা উন্নতি সাধিনী সভাক্ৰিকেট🡆 More