কমলাবাৰী সত্ৰ

কমলাবাৰী সত্ৰ মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদুলা আতাই প্ৰতিষ্ঠা কৰিছিল। এওঁৰ প্ৰকৃত নাম কমলাকান্ত আতা। মহাপুৰুষ শংকৰদেৱৰ আজ্ঞামৰ্মে মাধৱদেৱৰ গাৰ বদ্বল দি ধৰ্মপ্ৰচাৰৰ অনুমতি দিয়াত বদলা নাম পায়। সেয়ে বদলা পদ্ম আতাৰুপে পৰিচিত হয়।কালক্ৰমত এইখন সত্ৰ মূলতঃ চাৰিভাগ হয়। মূল কমলাবাৰী, উত্তৰ কমলাবাৰী, মধ্য কমলাবাৰী আৰু নতুন কমলাবাৰী। মূল কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী ভৱকান্ত দেৱগোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামী আৰু নতুন কমলাবাৰী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হ'ল শ্ৰীশ্ৰী সত্যজিৎ মহন্ত।

কমলাবাৰী সত্ৰ
কমলাবাৰী সত্ৰ

তথ্য সংগ্ৰহ

  • মাজুলীৰ ঐতিহ্য, সংকলন আৰু সম্পাদনা - জয়ন্ত কুমাৰ বৰা,অনন্ত কলিতা।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

চিংফৌ জনগোষ্ঠীকমলাকান্ত ভট্টাচাৰ্য্যচাৰি কুমাৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅংকীয়া নাটদিল্লীনাটকমৌন ওঁঠ মুখৰ হৃদয়কামৰূপ ৰাজ্যদক্ষিণ আমেৰিকাশব্দ (অভিধান)চিপাহী বিদ্ৰোহ ১৮৫৭কল্প (সময়)জল প্ৰদূষণহেমচন্দ্ৰ গোস্বামীঅসম লোকসেৱা আয়োগশিৱমানস ৰাষ্ট্ৰীয় উদ্যানবিনন্দ চন্দ্ৰ বৰুৱাআলোচনীলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবৰহমথুৰিঅসমীয়া ভাষা আন্দোলনসত্যাগ্ৰহশৰৎচন্দ্ৰ চট্টোপাধ্যায়সেউজ গৃহ প্ৰভাৱইছলামঢ়পূৰবী বৰমুদৈএশিঙীয়া গঁড়নৱ-বৈষ্ণৱ ধৰ্মসিংহহিন্দু ধৰ্মভিটামিনবাবৰগণতন্ত্ৰৰামমোহন ৰায়বাঙালী জাতিভূগোলমহেঞ্জোদাৰোইজৰাইলসাঁথৰলক্ষ্মীনাথ বেজবৰুৱানাগালেণ্ডবিশ্ব বাণিজ্য সংস্থাপাৰিজাত হৰণ নাটআনন্দ চন্দ্ৰ আগৰৱালাপদ্মাৱতী দেৱী ফুকননীনামনি অসমকৃষ্ণনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অসমীয়া খাদ্যাভ্যাসউপনিষদপদাৰ্থৰ অৱস্থাহেমাংগ কুমাৰ দত্তব্ৰাহ্মী লিপিব্যক্তিত্ববৈচাগুভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগযোৰহাট জিলাকাঠৰ জোখ মাপৰংঘৰহিমালয়ভাৰতীয় দৰ্শনঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতভাৰতীয় সাহিত্যবচন (ব্যাকৰণ)সাহিত্যঅশোক স্তম্ভলক্ষ্মীধৰ শৰ্মাকৃষ্ণচূড়াঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীশামুকপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰচ'মাংকানসংখ্যা🡆 More