পৰিৱেশ বিজ্ঞান

পৰিৱেশ বিজ্ঞান ( ইংৰাজী: Environmental science ) হৈছে, ভৌতিক, জীৱবৈজ্ঞানিক আৰু তথ্য-প্ৰযুক্তিৰ সমন্বয়ত পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন তথা সমাধানৰ সৈতে জড়িত বিজ্ঞানৰ এটা বহুবিভক্ত শাখা। বৰ্তমান এই শাখাই পৰিস্থিতিক তন্ত্ৰসমূহৰ সম্পৰ্কে সম্পূৰ্ণ, গুণগত আৰু বহুবিভক্ত মাৰ্গ প্ৰদৰ্শন কৰে।

পৰিৱেশ বিজ্ঞানৰ সৈতে সম্পৰ্কৃত ক্ষেত্ৰবোৰ হৈছে- পৰিৱেশ অধ্যয়ন আৰু পৰিস্থিতিক অভিযান্ত্ৰিকী। পৰিৱেশ অধ্যয়নে বিশেষকৈ পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক, জ্ঞান আৰু নীতিসমূহৰ অধ্যয়ন কৰে আৰু পৰিস্থিতিক অভিযান্ত্ৰিকীয়ে প্ৰতিটো দিশতে পৰিৱেশৰ গুণগত উৎকৰ্ষ সাধনৰ বাবে আৰ্হি আৰু প্ৰযুক্তি সম্পৰ্কত মনোনিৱেশ কৰে। পৰিৱেশ বিজ্ঞানী সকলে ভূ-প্ৰক্ৰিয়া, বিকল্প শক্তিৰ সন্ধান, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, আৰু গোলকীয় জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ, ভৌতিক, ৰাসায়নিক আৰু জীৱবৈজ্ঞানিক প্ৰক্ৰিয়াসমূহৰ পাৰস্পৰিক ক্ৰিয়া আদি বিষয়সমূহ অধ্যয়ন কৰে।

নামাকৰণ

সাধাৰণতে পৰিৱেশ বিজ্ঞান আৰু পৰিস্থিতিবিদ্যা এটাক আনটোৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু কৌশলগতভাৱে পৰিৱেশবিদ্যাই কেৱল জীৱ আৰু জীৱসমূহৰ পাৰস্পৰিক ক্ৰিয়া আৰু পৰিৱেশৰ সৈতে থকা সমন্ধৰ আধ্যয়নকহে সূচায। পৰিস্থিতিবিদ্যাক পৰিৱেশ বিজ্ঞানৰ এটা উপবিভাগ হিচাপে বিবেচনা কৰিব পাৰি।

উপাদান

  • বায়ুমণ্ডল বিজ্ঞান
  • পৰিস্থিতিবিদ্যা
  • পৰিৱেশ ৰসায়ন
  • ভূবিজ্ঞান

তথ্য সংগ্ৰহ

Tags:

en:Environmental scienceইংৰাজী

🔥 Trending searches on Wiki অসমীয়া:

দৌল গোবিন্দ মন্দিৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাশিক্ষক দিৱসঅসম চুক্তিভাৰতঋতুমেলেৰিয়াশকুন্তলা (চলচ্চিত্ৰ)মূৰাৰা, ৰঙিয়াজাতিসংঘসেউজ গৃহ প্ৰভাৱমিচিং জনগোষ্ঠীৰ সাজপাৰবহনক্ষম ভূমি ব্যৱস্থাপনাবধকাব্যমানৱ উন্নয়ন সূচকঅসমৰ মাছখোলহিন্দী ভাষামামণি ৰয়ছম গোস্বামীশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমযুগ্ম সংখ্যাহেম সৰস্বতীঅসমৰ পৰম্পৰাগত খেল-ধেমালিমালিনী থানৱিকিপিডিয়াশিক্ষা মনোবিজ্ঞানমিচিং ভাষাঅসম বিধানসভাশিক্ষাবিহুৰ খাদ্যসত্যাগ্ৰহতোলনি বিয়ানিমাতী কইনাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাসংগীত নাটকফাকুৱাফাকে জনগোষ্ঠীশ্ৰীনিবাস ৰামানুজনলীলা গগৈঅসমত দেখা চৰাইবোৰভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫দীনেশ চন্দ্ৰ গোস্বামীগাঁও পঞ্চায়তঅসম চাহযতীন্দ্ৰ নাথ দুৱৰাজৱাহৰলাল নেহৰুমুদ্ৰাঅসমীয়া উপন্যাসএকচেটীয়া বজাৰৰামমোহন ৰায়দিহানাম২০২১ৰ অসম বিধানসভা নিৰ্বাচনভাৰতৰ জাতীয় পতাকাবেটুপাতবড়ো জনগোষ্ঠীসিন্ধু সভ্যতাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যচৰিত পুথিঅসমৰ ৰাজ্যপালসকলৰ তালিকাসাত বিহুমুগা (ৰেচম)মাজুলীনাৰীভগদত্তযতি-চিনভাৰত ৰত্নদৰং জিলামিয়া খলিফাম'হৰ শিঙৰ পেঁপাবাজেটব্ৰহ্মগুপ্তকনকলতা বৰুৱাশিক্ষাৰ অধিকাৰ🡆 More