Wiki অসমীয়া

বিবৰ্তনমূলক মনোবিজ্ঞান বা ক্ৰমবিকাশশীল মনোবিজ্ঞান (ইংৰাজী: Evolutionary Psychology) হৈছে সামাজিক আৰু প্ৰাকৃতিক বিজ্ঞানৰ এক তাত্ত্বিক দৃষ্টিভঙ্গী যি আধুনিক বিকাশৰ দৃষ্টিকোণৰ পৰা মনস্তাত্বিক গঠন পৰীক্ষা কৰে। প্ৰকৃতিৰ মাজত অহৰহ এটা বাছনি প্ৰক্ৰিয়া চলি থাকে য’ত কেৱল যোগ্যজনহে বাচি থাকিব পাৰে। এয়াই হ’ল প্ৰাকৃতিক নিৰ্বাচন (Natural Selection)। প্ৰাকৃতিক নিৰ্বাচনৰ ধাৰণাটোক যোগ্য ভোগ্য বসুন্ধৰা (Survival of The Fittest) বুলিও কোৱা হয়। বৰ্তমান সময়ত জীয়াই থকা প্ৰাণীসমূহ একেদিনাই সৃষ্টি হোৱা নাই। নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লবলৈ প্ৰাণীসমূহে নতুন নতুন গুণ আৰু আচৰণ বিকশিত কৰে। বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে যুক্তি দিয়ে যে মানুহৰ বেছিভাগ আচৰণ হৈছে মনস্তাত্বিক পৰিৱৰ্তনৰ ফলাফল যি মানৱ বংশানুক্ৰমিক পৰিৱেশত (ancestral environments) বাৰে বাৰে হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে বিকশিত হৈছিল।

নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
বেটুপাত
নোবেল বঁটা বিজয়ী নিকোলাছ টিনবাৰ্গেন (বাওঁফালে) আৰু কনৰাড লৰেঞ্জ (সোঁফালে)৷ তেওঁলোকে দুয়োগৰাকীৰ লগতে কাৰ্ল ভন ফ্ৰিচক প্ৰাণীৰ আচৰণ সন্দৰ্ভত কৰা কামৰ বাবে স্বীকৃতি দিয়া হৈছিল।

(ইয়াত বিতংকৈ পঢ়ক)
আপুনি জানেনে?
আপুনি জানেনে...
বেটুপাত
অপৰূপা কথাছবিৰ এখন পোষ্টাৰ।
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
অসমীয়া সমাজৰ পৰম্পৰাগত জলপান তথা পৰিৱেশন কৰাৰ শৈলী
অসমীয়া সমাজৰ পৰম্পৰাগত জলপান, পিঠা-পনা তথা গামোচা আৰু গুৱাপাণৰে সৈতে পৰিৱেশন কৰাৰ শৈলী
আলোকচিত্ৰ:নৱজ্যোতি

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...

বেটুপাত
পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

বেটুপাত
সহায়
বেটুপাত
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বেটুপাত
বিষয় সূচী
অসম
বেটুপাত

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ . অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত
বেটুপাত

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ
বেটুপাত

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান
বেটুপাত

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি
বেটুপাত

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী
বেটুপাত

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান
বেটুপাত

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন
বেটুপাত

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া
বেটুপাত

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · ৱিকিপত্ৰিকা · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
ভাষা

🔥 Trending searches on Wiki অসমীয়া:

গুৱাহাটী বিশ্ববিদ্যালয়মিৰি জীয়ৰীছাইমন কমিশ্যনবাণীকান্ত কাকতিভাৰতীয় নাগৰিকত্ব আইনফেইচবুকবজালী জিলাআবেগসংস্কৃত সাহিত্যঅসমৰ পুৰণি স্থাপত্যয়আনন্দ চন্দ্ৰ আগৰৱালাঅসমৰ জিলাসমূহপুতলা নাচডাকৰ বচনমামণি ৰয়ছম গোস্বামীঅসম চিকিৎসা মহাবিদ্যালয়মুড়িচিৰ চেনেহী মোৰ ভাষা জননীবিহুঅভিধানসত্ৰকোচ ৰাজবংশীসিন্ধু সভ্যতাবৰদৈচিলাবানপানীতিৱা জনগোষ্ঠীমূলা গাভৰুব্যক্তিত্বসৰ্বপল্লী ৰাধাকৃষ্ণণস্বাধীনতা দিৱস (ভাৰত)হিন্দু ধৰ্মডিব্ৰুগড় (বিধানসভা সমষ্টি)ব্ৰজাৱলী ভাষাশিক্ষাইছলামভাৰতৰ জাতীয় পতাকালুৰিন জ্যোতি গগৈভাৰতীয় সাহিত্যঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপ্ৰযুক্তিসমাৰ্থক শব্দবাঁহ-গোসাঁই উৎসৱবড়ো জনগোষ্ঠীব্যাকৰণবসন্ত ঋতুঅসমীয়া লোক-সংস্কৃতিত পূজা-পাতলভূপেন হাজৰিকাৰ সাহিত্যতোলনি বিয়ানামচিংআন্তৰ্জাতিক শ্ৰমিক দিৱসহলীৰাম ডেকাশকুন্তলাভাৰত ত্যাগ আন্দোলনৰাভা জনগোষ্ঠীচ'মাংকানদিহানামতগৰৰাজনৈতিক দলউপভাষামাৰ্ক্সবাদগৰু বিহুভট্টদেৱযুক্তৰাজ্যনিমাতী কইনাচুটিগল্পপাৰিপাৰ্শ্বিক সংঘাতভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাএ পি জে আব্দুল কালামঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামাধৱদেৱ২১ এপ্ৰিল২০২২ ফিফা বিশ্বকাপ🡆 More