প: অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ

প অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'প'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'প' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ত'ৰ লগত যোগ হ'লে
পা
পি
পী
পু
পূ
পৃ
পে
পৈ
পো
পৌ

যুক্তবৰ্ণ (প যোগ)

প্ + ট = প্ট = কেপ্টেইন
প্ + ত = প্ত = উত্তপ্ত
প্ + ন = প্ন = স্বপ্ন
প্ + য় = প্য = প্ৰাপ্য
প্ + ৰ = প্ৰ = প্ৰাণ
প্ + ল = প্ল = প্লাৱন
প্ + স = প্স = লিপ্সা

'প'ৰে আৰম্ভ শব্দ

  • পাপ
  • পুণ্য
  • পগলা
  • পঢ়া
  • পখিলা
  • পদুম
  • পণ
  • পিঠা
  • পৌণপোনিক
  • পাহাৰ
  • পাঞ্চ্যজন্য
  • পৃথিৱী
  • পণ্ডিত
  • পৌৰাণিক আদি।

তথ্যসংগ্ৰহ

Tags:

প স্বৰবৰ্ণৰ লগত যোগ হলেপ যুক্তবৰ্ণ ( যোগ)প ৰে আৰম্ভ শব্দপ তথ্যসংগ্ৰহব্যঞ্জনবৰ্ণ মালামুখহাওঁফাওঁ

🔥 Trending searches on Wiki অসমীয়া:

ললিত কলা একাডেমীঅসমৰ জনগোষ্ঠীবুৰঞ্জীঅনুৰাধা শৰ্মা পূজাৰীদেওধাই অসম বুৰঞ্জীমোৱামৰীয়া বিদ্ৰোহগোলকীয় নাগৰিকত্বএলবাৰ্ট আইনষ্টাইনপাঁচালীত্ৰিভুজভবেন্দ্ৰ নাথ শইকীয়াফণী শৰ্মাবৰদলৈ ট্ৰফীভাষাবিজ্ঞানWhat is A Dscr Loan?জৱাহৰলাল নেহৰুৱিকিপিডিয়াআজান পীৰৰ দৰগাহজেৰুজালেমকলিতা জনগোষ্ঠীআৰ্লিং হালান্ডসৌৰজগতভূমিদান প্ৰথাঅংগনবাদীবিহুমৌখিক সাহিত্য২৯ মাৰ্চচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াচৰিত পুথিৰীতা গাংগুলীচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাঅসমীয়া গীতি সাহিত্যঅগ্নিগড়অসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহপাল ৰাজবংশসপ্তকাণ্ড ৰামায়ণঅসমৰ শাক-পাচলিৰ তালিকাশাল গছজোনবিৰি (অলংকাৰ)চন্দ্ৰপ্ৰভা শইকীয়ানীশীতল যুদ্ধৰমা দাশদিনবেংক অৱ মহাৰাষ্ট্ৰৰীমা দাসপবিতৰা অভয়াৰণ্যছ'ভিয়েট সংঘসাহিত্য সমালোচনাহস্তমৈথুনসৌৰভ কুমাৰ চলিহামাধৱ কন্দলিঅভিমন্যুপৰিৱেশ তন্ত্ৰম’বাইল ফোনশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসম আন্দোলনভাৰতীয় নাগৰিকত্ব আইনহেম সৰস্বতীআৰ্লিং হালেণ্ডৰংঘৰঅংকীয়া নাটঅসমৰ ছপাশালমাটিপৃথিৱীঅশোক ফুলউটঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবিশ্ব বাণিজ্য সংস্থাহাজং জনগোষ্ঠীবায়ু প্ৰদূষণউত্তৰ-পূব ভাৰতভাৰত-চীন যুদ্ধ🡆 More