ভাৰতীয় নাগৰিকত্ব আইন

ভাৰতীয় সংবিধানৰ বিধান অনুযায়ী ব্যৱস্থাৰূপে গ্ৰহণ কৰা হৈছে। ১৯৫০ চনৰ নাগৰিকত্ব আইন অনুযায়ী এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব, যদিহে-

  1. জন্মসূত্ৰে, ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পিছত ভাৰতত জন্ম হয়।
  2. দ্বিতীয়তে, উত্তৰাধিকাৰীসূত্ৰে অৰ্থাত পিতৃ বা মাতৃ ভাৰতীয় নাগৰিক হ’লে। এই ক্ষেত্ৰত ভাৰতৰ জন্ম ভাৰতৰ বাহিৰত হ’লেও তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।
  3. পাচঁ বছৰ বা তাৰ অধিক ভাৰতত বাস কৰিলে নাগৰিকত্ব সম্বন্ধীয় বিধি-ব্যৱস্থাৰ জৰিয়তে তেওঁ ভাৰতীয় নাগৰিকত্বৰ বাবে অবেদন কৰিব পাৰে (১৯৮৬ চনৰ ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি )।
  4. স্বাভাৱিকৰণৰ মাধ্যমত – কোনো বিদেশীয়ে স্বাভাৱিক প্ৰক্ৰিয়াৰে ভাৰতীয় নাগৰিক হিচাপে নিজকে দাবি কৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন জনালে নাগৰিকত্ব লাভ কৰিব পাৰে।
  5. কোনো নতুন অঞ্চল ভাৰতৰ ভৌগোলিক সীমাৰেখাৰ ভিতৰত অন্তৰ্ভুক্ত হ’লে সেই অঞ্চলৰ বাসিন্দাসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰে।
ভাৰতীয় নাগৰিকত্ব আইন
ভাষ্য Act No. 57 of 1955
সংশোধনী
The Citizenship (Amendment) Act, 1986, the Citizenship (Amendment) Act, 1992, the Citizenship (Amendment) Act, 2003, and the Citizenship (Amendment) Act, 2005
সাৰাংশ
Along with the Constitution of India, the Citizenship Act, 1955 is the exhaustive law relating to citizenship in India.

নাগৰিকত্ব হেৰুৱাব পৰা কাৰণসমূহ হ’ল-

  1. দুখন দেশৰ নাগৰিকত্ব থাকিলে কোনো ব্যক্তিয়ে স্বচ্ছাই ভাৰতৰ নাগৰিকত্ব ত্যাগ কৰিব লাগে।
  2. বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব লগাত পৰে।
  3. জালিয়াতিৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিলে সেয়া হেৰুৱাব লগীয়া হয়।
  4. দেশৰ সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলে।
  5. যদিহে কোনো ব্যক্তিয়ে নিজৰ দেশৰ চৰকাৰৰ অনুমতি নোহোৱাকৈ অন্য দেশৰ সন্মান,পদবী গ্ৰণহ কৰে তেন্তে তেওৰ নাগৰিকত্ব বিলুপ্ত হব পাৰে।
  6. বিবাহসূত্ৰে কোনো ব্যক্তিয়ে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে পূৰ্বৰ নাগৰিকত্ব বিলুপ্ত হয়।



তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ভাৰতীয় সংবিধান

🔥 Trending searches on Wiki অসমীয়া:

নৰকাসুৰদেউৰী জনগোষ্ঠীনামঘোষাকাৰ্বি আংলং জিলালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানউৎসৱঅসমৰ মুখা শিল্পফলৰ তালিকাঢোলপ্ৰাকৃতিক দুৰ্যোগজ্যোতিপ্ৰসাদ আগৰৱালাঅন্নপ্ৰাশনভূমিস্খলনঅংকীয়া নাটহুঁচৰিচিলাৰায়অসমৰ সাহিত্যিকসকলৰ তালিকাতগৰডাকৰ বচনমোগল সাম্ৰাজ্যশিশু সাহিত্যলুৰিন জ্যোতি গগৈসংস্কৃতিনেতাই ধুবুনী ঘাটমাটিহিন্দী ভাষাউপনিষদনিৰ্মলপ্ৰভা বৰদলৈভূৱন মোহন বৰুৱাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগআধুনিকতাবাদবিশেষ্য পদঅসমৰ সত্ৰসমূহৰ তালিকাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাহোমেন বৰগোহাঞিঅসমৰ চলচ্চিত্ৰঅসমীয়া যুক্তাক্ষৰনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯কৰহাজোকাতি বিহুভাৰতযোৰানামঅসমীয়া সাহিত্যনেপালবাণিজ্যআনন্দৰাম বৰুৱাকোণশাল গছবিৰিঞ্চি কুমাৰ বৰুৱাশীতল যুদ্ধভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহশিৱসাগৰ পুখুৰীআকাশবাণী গুৱাহাটীনীলমণি ফুকন (জ্যেষ্ঠ)সিন্ধু সভ্যতাতৎসমকৃত্ৰিম বুদ্ধিমত্তামোহনদাস কৰমচান্দ গান্ধীৰজনীকান্ত বৰদলৈহেম বৰুৱাকৃষ্ণচূড়াউত্তৰ-পূব সীমান্ত ৰেলৱেম'হৰ শিঙৰ পেঁপাকছাৰী ৰাজ্যলেটিন ভাষাপালি ভাষাঅসমৰ জিলাসমূহহিমাংশু প্ৰসাদ দাসভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যবিদ্যুৎগান্ধীবাদমোৱামৰীয়া বিদ্ৰোহঅসমীয়া জাতি🡆 More