নেতাই ধুবুনী ঘাট: ধুবুৰী নগৰৰ এটা অঞ্চল

নেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ আৰু গুৰু টেগ বাহাদুৰ পথেৰে ১৫ মিনিটৰ কম সময়ত পোৱা যায়।

নেতাই ধুবুনী ঘাট
নেতাই ধুবুনী ঘাট: ধুবুৰী নগৰৰ এটা অঞ্চল
নেতাই ধুবুনী ঘাট, ধুবুৰী
নেতাই ধুবুনী ঘাট is located in Assam
নেতাই ধুবুনী ঘাট: ধুবুৰী নগৰৰ এটা অঞ্চল
নেতাই ধুবুনী ঘাট
অসম মানচিত্ৰত নেতাই ধুবুনী ঘাটৰ অৱস্থান
ভূ-স্থানাংক 26°01′21″N 89°59′35″E / 26.0224777°N 89.9930051°E / 26.0224777; 89.9930051
নাম
অন্য নাম নেতাই ধুবুনীৰ ঘাট
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা ধুবুৰী
এলেকা ধুবুৰী
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী নেতাই ধুবুনী, মনসা দেৱী
প্ৰধান উৎসৱ অষ্টমী মেলা
স্থাপত্য শৈলী অসমীয়া, বঙালী
ইতিহাস
প্ৰতিস্থাপক প্ৰবাদ অনুসৰি বেউলা লক্ষিন্দৰ, ইতিহাস অনুসৰি পদ্মা পুৰাণ মনসা দেৱী

নামৰ উৎপত্তি

সুকবি নাৰায়ণদেৱৰ পদ্মা পুৰাণৰ আখ্যান মতে চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰক সাপে খুঁটাৰ পাছত পত্নী বেউলাই তেওঁৰ মৃত স্বামীক লৈ নেতাই ধুবুনী ঘাট পাইছিল, আৰু ইয়াতে তেওঁৰ স্বামীক জীয়াই তুলিবৰ মন্ত্ৰ লাভ কৰিছিল। আখ্যান মতে নেতাই ধুবুনীক পৌৰাণিক কন্যা হিচাপে বিবেচনা কৰা হয় যি ব্ৰহ্মপুত্ৰৰ পাৰত দেৱদেৱীসকলৰ কাপোৰ ধুইছিল। এখন বৃহৎ ৰঙা কাঠামোৰ প্ৰৱেশপথে আঞ্চলিক ভাষাত লোকক স্বাগতম জনায়। স্থানীয় লোক আৰু পৰ্যটকৰ সুবিধাৰ্থে ঘাটৰ উদ্যানৰ চাৰিওফালে ৰক্ষণাবেক্ষণ দিয়া হৈছে।

বিশেষত্ব

নেতাই ধুবুনী ঘাটৰ আশেপাশে চিলাৰায়ৰ মূৰ্ত্তি আৰু অষ্টমী মেলা ময়দান অৱস্থিত। ২০১৮ চনত নগৰৰ ইতিহাস সম্পৰ্কে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে অসম পৰ্যটন বিকাশ কৰ্পোৰেচনৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰই নেতাই ধুবুনীৰ এটা মূৰ্তিৰ উদ্বোধন কৰিছে


তথ্য সংগ্ৰহ

Tags:

ধুবুৰী জিলাব্ৰহ্মপুত্ৰ নদ

🔥 Trending searches on Wiki অসমীয়া:

চিলাৰায়অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাআহোম জনগোষ্ঠীবাল্য বিবাহ নিষেধ আইন, ২০০৬কম্পিউটাৰবিশ্ব থিয়েটাৰ দিৱসবৃত্তনাথ-যোগী সম্প্ৰদায়শাল গছঅসমীয়া যুক্তাক্ষৰগামোচাগৌতম বুদ্ধশিৱসাগৰ জিলাআনন্দৰাম বৰুৱাইণ্ডিয়ান অভাৰচিজ বেংকলাভলীনা বৰগোহাঁইৰঘুনাথ চৌধাৰীলোকসভাৰ অধ্যক্ষঅনুৰাধা শৰ্মা পূজাৰীউমাচল শিলালিপিদীপলিনা ডেকাবৰদৈচিলাহাবুংভৌতিক সংস্কৃতিআধুনিকতাবাদবধকাব্যঅশোক বনমাৰিয়া মণ্টেছৰীশিৱমহাকাব্যবাগ্‌ধ্বনিঝুমুৰৰাম গগৈনীলমণি ফুকন (কনিষ্ঠ)জ্যোতিপ্ৰসাদ আগৰৱালালোকচিকিৎসাভাষাবিজ্ঞানসামাজিক উপভাষানৱকান্ত বৰুৱাভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাদৈনিক অসমবীৰবলঋতুএলবাৰ্ট আইনষ্টাইনভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ইণ্ডিয়ান বেংককলিতা জনগোষ্ঠীজেৰুজালেমহস্তমৈথুনফুটবলকামৰূপ ৰাজ্যপুথিভঁৰালউদ্বিগ্নতাৰূপনাথ ব্ৰহ্মৰাভা জনগোষ্ঠীৱাশ্বিংটন ডি.চি.নাটকস্বাধীনতা দিৱস (ভাৰত)ৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগৰংঘৰব্যাকৰণকাঞ্চন (উপন্যাস)পৰিৱেশ তন্ত্ৰবুৰঞ্জী সাহিত্যখিলঞ্জীয়া লোকউপেন্দ্ৰনাথ ব্ৰহ্মপাল ৰাজবংশড়পঞ্জাৱ নেচনেল বেংকধানউদাৰনৈতিকতাবাদএ পি জে আব্দুল কালামপোহৰৰ বেগজয়মতী (২০০৬ চলচ্চিত্ৰ)অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা🡆 More