অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা

ৰাষ্ট্ৰীয় উদ্যানসমূহ

ক্ৰমিক নং চিত্ৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি মাটিকালি (বৰ্গ কিঃমিঃ) প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট জিলা, নগাঁও ১০৯০km² গঁড়, বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, হাতী, বৰা, শিহু
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া জিলা, ডিব্ৰুগড় ৩৪০km² অন্য ঘৰচীয়া ঘোঁৰা, বনৰীয়া ম'হ
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং জিলা, শোণিতপুৰ জিলা ২৯৯.১৪km² গঁড়, বাঘ, হাতী
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলা ৯৫০km² বাঘ, বনৰীয়া ম'হ, সোণালী বান্দৰ, নল গাহৰি
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলা ২০০km² বাঘ, ধনেশ, দেওহাঁহ, সোণালী মহাচিৰ (মাছ)
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ২৩৪.২৬km² হাতী, বাঘ, হলৌ বান্দৰ, দেওহাঁহ, ধনেশ
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ ৪২২km² সোণালী বান্দৰ, হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, ফুটুকী হৰিণ, ধনেশ

অভয়াৰণ্যসমূহ

ক্ৰমিক নং চিত্ৰ অভয়াৰণ্য অৱস্থিতি মাটিকালি (বৰ্গ কিঃমিঃ) প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলা ৩৮.৮০ গঁড়, নাহৰ ফুটুকী, হুগৰি পহু, বিভিন্ন প্ৰকাৰৰ মাছ
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য তিনিচুকীয়া জিলা ৭.২২ হলৌ বান্দৰ, নাহৰ ফুটুকী, টুপীয়া বান্দৰ
পানী দিহিং অভয়াৰণ্য শিৱসাগৰ জিলা ৩৩.৯৩ হাতী, পৰিভ্ৰমী চৰাই
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
হোলোঙাপাৰ গিবন অভয়াৰণ্য যোৰহাট জিলা ২০.৯৮ হলৌ বান্দৰ, হাতী, বান্দৰ
নামবৰ অভয়াৰণ্য গোলাঘাট জিলা, কাৰ্বি আংলং জিলা ৩৭ শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
গৰমপানী অভয়াৰণ্য গোলাঘাট জিলা, কাৰ্বি আংলং জিলা ৬.৩৫ হাতী, অৰ্কিড, গৰম পানীৰ উঁহ (উষ্ণ প্ৰস্ৰৱন)
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য গোলাঘাট জিলা, কাৰ্বি আংলং জিলা ৯৭.১৫ শৰপহু, হাতী, হলৌ বান্দৰ
পূব কাৰ্বি আংলং অভয়াৰণ্য কাৰ্বি আংলং জিলা ২২২ শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ
সোণাই-ৰূপাই অভয়াৰণ্য শোণিতপুৰ জিলা ২৩০ শৰপহু, হাতী, দেওঁহাঁহ, বাঘ
১০ বৰনদী অভয়াৰণ্য বাক্সা জিলা, ওদালগুৰি জিলা ২৬.২২ নল গাহৰি, বনৰৌ, হাতী, কেটেলা পহু
১১ চক্ৰশিলা অভয়াৰণ্য ধুবুৰী জিলা ৪৫.৫০ সোণালী বান্দৰ, শৰ, হৰিণা
১২ আমচোং অভয়াৰণ্য কামৰূপ মহানগৰ জিলা ৭৮.৬৪ হাতী, শৰ, হলৌ বান্দৰ, নাহৰ ফুটুকী
১৩ লাওখোৱা অভয়াৰণ্য নগাঁও জিলা ৭০.১৩ হাতী, বাঘ, বনৰীয়া ম'হ
১৪
অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা 
বুঢ়া চাপৰি অভয়াৰণ্য শোণিতপুৰ জিলা ৪৪.০৬ হাতী, বাঘ, বনৰীয়া ম'হ
১৫ মাৰাট লংৰি অভয়াৰণ্য কাৰ্বি আংলং জিলা ৪৫১.০০ বাঘ, নাহৰ ফুটুকী, হাতী, হলৌ বান্দৰ, জহামল, হুগৰি পহু, শৰপহু
১৬ বৰাইল অভয়াৰণ্য ডিমা হাছাও জিলা ৩২৬.২৫ ভালুক, হলৌ বান্দৰ, অৰ্কিড

প্ৰস্তাৱিত অভয়াৰণ্যসমূহ

ক্ৰমিক নং চিত্ৰ ৰাষ্ট্ৰীয় উদ্যান/অভয়াৰণ্য অৱস্থিতি মাটিকালি (বৰ্গ কিঃমিঃ) প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ
বৰদৈবাম বিলমুখ লখিমপুৰ ১১.২৫ পৰিভ্ৰমী চৰাই, স্থানীয় জলচৰ চৰাই
দিপৰ বিল কামৰূপ মহানগৰ জিলা ৪.১৪ পৰিভ্ৰমী চৰাই, হাতী
উত্তৰ কাৰ্বি আংলং কাৰ্বি আংলং ৯৬.০০ হলৌ বান্দৰ, বাঘ, হাতী

পক্ষী উদ্যানসমূহ

  • বৰদৈবাম বিলমুখ পক্ষী উদ্যান

তথ্য সংগ্ৰহ

  • A Glimpse of National Parks...... Director, Forest Communnication, Forest Dept. Assam 2006

বাহ্যিক সংযোগ

🔥 Trending searches on Wiki অসমীয়া:

সংগীতৰাষ্ট্ৰসংঘ দিৱসপানীনাগাৰা নামএশিঙীয়া গঁড়মোৰো এটা সপোন আছেঅসমীয়া উপন্যাসভাৰতৰ চৰকাৰী ভাষাসমূহঅসমত দেখা চৰাইবোৰউদ্ভিদকল্প (সময়)শব্দ (অভিধান)বিহু নৃত্যউত্তৰ-পূব ভাৰতগণৰাজ্য দিৱস (ভাৰত)ভাৰতীয় ভাষাঘৰহোৱাৎছএপতেজপুৰনীলমণি ফুকন (কনিষ্ঠ)অংকীয়া নাটশকুন্তলাঢুলীয়া ভাওনাঋতুস্ৰাৱমামণি ৰয়ছম গোস্বামীপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যকৰ্কট ক্ৰান্তিপিম্পৰা গুচোৱাঅসমীয়া বান্দৰনতুন দিল্লীচীনপৰিয়ালএইচ টি এম এলমাটিৰ হিচাপবাংলাদেশসাপঘৰচিৰিকাআৱাহন (আলোচনী)অসম আৰক্ষীহেমচন্দ্ৰ বৰুৱাবিশ্বনাথ চাৰিআলিব্যক্তিত্বশৰাইঘাটৰ যুদ্ধবাণীকান্ত ৰচনাৱলীমিত্ৰদেৱ মহন্তম’বাইল ফোনসমাৰ্থক শব্দঅসমৰ মুখা শিল্পভাৰতীয় দৰ্শনউমাচল শিলালিপিবিহুৰ বাদ্যযন্ত্ৰকৃষ্ণচূড়াশূন্যমাটিপ্ৰাকৃতিক সম্পদৰংঘৰকমলা মিৰিৰোমাণ্টিক কবিতামৌখিক ইতিহাসসংঘাতউইলিয়াম শ্বেইকছপীয়েৰনদীভগ্নাংশ (গণিত)জীৱনীমিচিং জনগোষ্ঠীবেণুধৰ শৰ্মাডিমা হাছাও জিলাজোৰোণতেজীমলাকাঠৰ জোখ মাপজুইস্বাস্থ্যদেওপাহাৰহাবুংলোকসভাকোচ ৰাজবংশী🡆 More