বাণিজ্য

বাণিজ্য (ইংৰাজী: Commerce) হৈছে ব্যাপকভাৱে কৰা পণ্য সামগ্ৰী আৰু সেৱাৰ বিনিময়। যি প্ৰক্ৰিয়াৰ দ্বাৰা পণ্য বা দ্ৰব্যৰ ক্ৰয়-বিক্ৰয়ৰ পৰা আৰম্ভ কৰি, দ্ৰব্যসমূহৰ পৰিবহণ, বীমাকৰণ, সঞ্চয়কৰণ, বিত্তীয়কৰণ, শ্ৰেণীকৰণ ইত্যাদি কাৰ্যবিলাক সম্পন্ন কৰি ভোক্তাক সন্তুষ্ট প্ৰদান কৰা হয়, সেই ব্যৱস্থাৱলী সমষ্টিটোক বাণিজ্য বোলা হয়।

বাণিজ্য
১৬ শতিকাৰ বণিক জৰ্জি গিজৰ ছবি

সংজ্ঞা

অধ্যাপক ষ্টিফেনচনৰ মতে বাণিজ্য হৈছে- “পণ্য বিনিময়ৰ ক্ষেত্ৰত সন্মুখীন হোৱা ব্যক্তি, স্থান, আৰু কাল সংক্ৰান্তিয় অসুবিধাসমূহ দূৰ কৰাৰ বাবে লোৱা প্ৰক্ৰিয়াৰ সমষ্টি।” (“Commerce is the sum total of all those processes, which are engaged in the removal of hindrance of persons (trade), place (transport and insurance) and time (warehousing) in the exchange (banking) of commodities.”)

ব্যুৎপত্তি

ইংৰাজী ভাষাৰ “commerce” (অসমীয়াত “বাণিজ্য”) শব্দটো লেটিন শব্দ “commercium” ৰ পৰা লোৱা হৈছে। যাৰ ইংৰাজী অৰ্থ হৈছে- com মানে "together" আৰু merx মানে "merchandise।"

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

এৰী ৰেচমডিমাছা জনগোষ্ঠীশালস্তম্ভ ৰাজবংশপ্ৰদূষণগোলোকচন্দ্ৰ গোস্বামীঅখণ্ড সংখ্যাসংঘাতধানঅষ্ট্ৰেলিয়াজীৱবৈজ্ঞানিক বৰ্গীকৰণচিত্ৰলেখা উদ্যানৰাজনীতিহুঁচৰিনৱকান্ত বৰুৱামেদবহুলতামাৰিয়া মণ্টেছৰীকৃষ্ণচকলংসিংহ (ৰাশি)হনুমানঅম্বিকাগিৰি ৰায়চৌধুৰীবিৰাট কোহলিগণতন্ত্ৰস্বৰাজমূলা গাভৰুকোকৰাঝাৰ জিলাতিনিচুকীয়া জিলাশব্দ (অভিধান)দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানসমোচ্চাৰিত শব্দ৩০ এপ্ৰিলবাৰেচহৰীয়া ভাওনা মহোৎসৱবৰপেটা জিলাহেমকোষপৰিৱেশ তন্ত্ৰবড়ো সাহিত্য সভাক্ষঅংকীয়া নাটবেদমহাভৈৰৱ মন্দিৰমামৰে ধৰা তৰোৱালকাঠৰ জোখ মাপপ্ৰাগজ্যোতিষপুৰবল্লভভাই পেটেলত্ৰৈলোক্য নাথ গোস্বামীজল প্ৰদূষণভূপেন হাজৰিকাৰুক্মিণী হৰণ নাটঅসমৰ চাহ জনগোষ্ঠীঅৰ্কিডঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাচিলাৰায়বিহু নৃত্যজীৱনীঅসমীয়া ভাষা উন্নতি সাধিনী সভাঅসম সাহিত্য সভাভেঁকুৰবহুভাষাবাদটাই জাতিকিৰাটগামখাৰুহোমি জাহাঙ্গীৰ ভাবাউত্তৰ-পূব ভাৰতচিৰিং ফুকনঅসমীয়া সাহিত্যত মালিতাখোলগোলকীয় উষ্ণতা বৃদ্ধিদূৰবীক্ষণ যন্ত্ৰবৈচাগুপ্ৰাচীৰ পত্ৰিকা🡆 More