শালস্তম্ভ ৰাজবংশ

শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে। ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল।

কামৰূপ ৰাজ্য
শালস্তম্ভ বংশ
শালস্তম্ভ ৰাজবংশ
৬৫০ খ্ৰীষ্টাব্দ–৯৯০ খ্ৰীষ্টাব্দ শালস্তম্ভ ৰাজবংশ
ৰাজধানী হাৰুপেশ্বৰ (বৰ্তমানৰ তেজপুৰৰ ওচৰত)
ধৰ্ম হিন্দু ধৰ্ম
চৰকাৰ Monarchy
মহাৰাজধিৰাজ
 - ৬৫০ – ৬৭৫ খ্ৰীষ্টাব্দ শালস্তম্ভ
 - ৮১৫ – ৮৩৫ খ্ৰীষ্টাব্দ হজ্জৰবৰ্মা
 - ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ ত্যাগসিংহ
ইতিহাস
 - স্থাপিত ৬৫০ খ্ৰীষ্টাব্দ
 - পতন ৯৯০ খ্ৰীষ্টাব্দ
Warning: Value specified for "continent" does not comply

কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াচুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰত কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।

ৰজাসকল

ক্ৰম ৰজা কাৰ্য্যকাল
শালস্তম্ভ ৬৫০ – ৬৭০ খ্ৰীষ্টাব্দ
বিজয় বা বিগ্ৰহ স্তম্ভ
হৰ্ষদেৱ বা হৰ্ষবৰ্মন ৭২৫ – ৭৪৫ খ্ৰীষ্টাব্দ
বলবৰ্মন
প্ৰালম্ভ বা শালম্ভ
হৰ্জৰবৰ্মন ৮১৫ – ৮৩২ খ্ৰীষ্টাব্দ
বনমাল বৰ্মাদেৱ ৮৩২ – ৮৫৫ খ্ৰীষ্টাব্দ
জয়মালা বা বীৰ বাহু ৮৫৫ - ৮৬০ খ্ৰীষ্টাব্দ
বলবৰ্মন (তৃতীয়) ৮৬০ - ৮৮০ খ্ৰীষ্টাব্দ
১০ ত্যাগসিংহ ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ

পতন

শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পায়।

তথ্য সংগ্ৰহ

গ্ৰন্থ সংযোগ

Tags:

শালস্তম্ভ ৰাজবংশ ৰজাসকলশালস্তম্ভ ৰাজবংশ পতনশালস্তম্ভ ৰাজবংশ তথ্য সংগ্ৰহশালস্তম্ভ ৰাজবংশ গ্ৰন্থ সংযোগশালস্তম্ভ ৰাজবংশতেজপুৰভগদত্তৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

মধুপুৰ সত্ৰবাঁহী (আলোচনী)বৰাক নদীনিৰ্ম্মল ভকতলখিমপুৰ জিলাআবেগভাৰতীয় ভাষাঅসমৰ তেল শোধনাগাৰগামোচাখেলমা জনগোষ্ঠীনাৰায়ণদেৱমৌলানা আব্দুল হামিদ খান ভাসানীমনকৰচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াচাহেবপুৰাৰ বৰষুণমহাভাৰতবেংক অৱ ইণ্ডিয়াউৰ্দু ভাষাম'হৰ শিঙৰ পেঁপাহেম বৰুৱাদিন২৭ মাৰ্চবাণীকান্ত কাকতিপ্ৰাকৃতিক পৰিৱেশমাইকেলেঞ্জেল'ৰেখাভট্টদেৱৰ গদ্যশৈলীশৰ্মা মন্ত্ৰীসভাজৱাহৰলাল নেহৰুআউনীআটী সত্ৰকৰম পূজাকাৰ্বি ভাষাবিশেষ শিক্ষাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামাজুলীসংগীত নাটক একাডেমী বঁটামিৰি জীয়ৰীব্ৰিটিছ ভাৰতৰ মুদ্ৰাঅসমৰ ইতিহাসভাৰতৰ স্বাধীনতা আন্দোলনচ'তঅভিজ্ঞানম শকুন্তলমলখিমী সবাহম’বাইল ফোননাৰীবাদইমেইলপ্ৰশান্ত মহাসাগৰগোলকীয় নাগৰিকত্বস্বামী বিবেকানন্দঅনুৰাধাৰ দেশজাপিজ্ঞানপীঠ বঁটানৱ-বৈষ্ণৱ ধৰ্মঅৰ্কিডদশম স্কন্ধৰ আদিছোৱাআনন্দৰাম ঢেকিয়াল ফুকনতেজহনুমানকাৰেংঘৰৰোমান সাম্ৰাজ্যভৌতিক সংস্কৃতিনয়নতৰাঅন্তৰীপ (উপন্যাস)ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছদৰং জিলানাটকআন্তৰ্জাতিক নাৰী দিৱসদৰ্শনতিৱা জনগোষ্ঠীকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ ৰাষ্ট্ৰপতিবকুল ফুলৰ দৰেঅসম আৰক্ষীৰাজ্যসভা🡆 More