কামৰূপ পাল ৰাজবংশ

পাল ৰাজবংশ (ইংৰাজী: Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল। প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল। বংগ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। বংগৰ পাল ৰাজবংশ বৌদ্ধ ধৰ্মী আছিল। আনহাতে কামৰূপ ৰাজ্য ৰাজত্ব কৰা পাল ৰাজবংশ হিন্দু আছিল।

কামৰূপ ৰাজ্য
পাল ৰাজবংশ
কামৰূপ পাল ৰাজবংশ
৯৯০ খ্ৰীষ্টাব্দ–১১৩৮ খ্ৰীষ্টাব্দ কামৰূপ পাল ৰাজবংশ
 
কামৰূপ পাল ৰাজবংশ
 
কামৰূপ পাল ৰাজবংশ
 
কামৰূপ পাল ৰাজবংশ
ৰাজধানী দুৰ্জ্জয়া (বৰ্তমানৰ গুৱাহাটী)
ধৰ্ম হিন্দু ধৰ্ম
চৰকাৰ ৰাজতন্ত্ৰ
মহাৰাজাধিৰাজা ব্ৰহ্মপাল
 - ১০১০ - ১০৪০ খ্ৰীষ্টাব্দ ৰত্নপাল
 - ১০৪০ – ১০৬৫ খ্ৰীষ্টাব্দ ইন্দ্ৰপাল
 - ১০৬৫ - ১০৮০ খ্ৰীষ্টাব্দ গোপাল
 - ১০৮০ – ১০৯৫ খ্ৰীষ্টাব্দ হৰ্ষপাল
 - ১০৯৫ – ১১২০ খ্ৰীষ্টাব্দ ধৰ্মপাল
ইতিহাস
 - স্থাপিত ৯৯০ খ্ৰীষ্টাব্দ
 - পতন ১১৩৮ খ্ৰীষ্টাব্দ
Warning: Value specified for "continent" does not comply

ৰজাসকল

ক্ৰম ৰজা কাৰ্য্যকাল (খ্ৰীষ্টাব্দ)
ব্ৰহ্মপাল ৯৯০ - ১০১০
ৰত্নপাল ১০১০ – ১০৪০
ইন্দ্ৰপাল ১০৪০ - ১০৬৫
গোপাল ১০৬৫ - ‍১০৮০
হৰ্ষপাল ১০৮০ - ১০৯৫
ধৰ্মপাল ১০৯৫ - ১১২০
জয়পাল ১১২০ - ১১৩৮

বৃদ্ধকালত ব্ৰহ্মপালে সন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছা অনুসৰি পুত্ৰ ৰত্নপাল কামৰূপৰ ৰজা হয়। ৰত্নপালৰ পাছত নাতিয়েক ইন্দ্ৰপাল আৰু ক্ৰমে গোপাল, হৰ্ষপাল, ধৰ্মপাল ৰজা হয়। ৰজা হৈ ধৰ্মপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে। ধৰ্মপালৰ পাছত তেওঁৰ পুত্ৰ জয়পাল ৰজা হয়।

পাল বংশৰ পতন

গৌড় ৰজা ৰাম পালে জয়পাল ৰজাৰ দিনত কামৰূপ ৰাজ্য আক্ৰমণ কৰে। ইয়াৰ পিছতেই কামৰূপ ৰাজ্যত পাল ৰাজবংশৰ পতন ঘটে।


তথ্য সংগ্ৰহ

গ্ৰন্থপঞ্জী

  • Sircar, D. C. The Bhauma-Naraka or the Pala Dynasty of Brahmapala, The Comprehensive History of Assam, ed H. K. Barpujari, Guwahati, 1990.

Tags:

কামৰূপ পাল ৰাজবংশ ৰজাসকলকামৰূপ পাল ৰাজবংশ পাল বংশৰ পতনকামৰূপ পাল ৰাজবংশ তথ্য সংগ্ৰহকামৰূপ পাল ৰাজবংশ গ্ৰন্থপঞ্জীকামৰূপ পাল ৰাজবংশইংৰাজী ভাষাকামৰূপ ৰাজ্যশালস্তম্ভ বংশ

🔥 Trending searches on Wiki অসমীয়া:

সত্ৰবতৰগোৱালপৰীয়া লোকগীতএলভিছ আলী হাজৰিকাআলি আঃয়ে লৃগাংতামোলগৰুমৌলিক সংখ্যাআহোম ৰাজবংশঅৰ্থনীতিব্ৰহ্মগুপ্তকেশৱ মহন্তওৰাং ৰাষ্ট্ৰীয় উদ্যানডিব্ৰুগড়সত্যনাথ বৰাবুলু ফিল্মপতঞ্জলিৰ যোগসূত্ৰপাটকাইৰ ইপাৰে মোৰ দেশশিশু সাহিত্যবৰপেটা (লোকসভা সমষ্টি)কমলাকান্ত ভট্টাচাৰ্য্যমোগল সাম্ৰাজ্যআমআৰৱ সাগৰউমানন্দজ্যোতি সংগীতঅসমৰ কাঁহ শিল্পজল সংৰক্ষণখনিকৰ (নাট)গণৰাজ্য দিৱস (ভাৰত)স্বামী বিবেকানন্দঅনাভেদী যৌনক্ৰিয়াঅংকীয়া নাটলুই পেষ্ট'ৰএডল্ফ হিটলাৰজৰ্জ বেকাৰমহাসাগৰমেজিজয় দৌলগৱেষণাজামুগুৰিহাটৰজনীকান্ত বৰদলৈৰামমোহন ৰায়কনকলতা বৰুৱামাধৱী লতাশক্তিলক্ষ্মীনাথ বেজবৰুৱাঅসমৰ ইতিহাসঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলভূমি প্ৰদূষণঘৰচিৰিকাএইচ টি এম এলবৰ্ণালী কলিতাগুণাভিৰাম বৰুৱাভাৰতীয় ভাষাইউক্লিডৰফিকুল হুছেইনপৰ্যটনপ্ৰাকৃতিক পৰিৱেশকোণকিতাপকাঞ্চন (উপন্যাস)মুহাম্মাদমিৰি জীয়ৰীমহাভাৰতনীলমণি ফুকন (জ্যেষ্ঠ)উপেন্দ্ৰনাথ গোস্বামীপ্ৰাক-ইতিহাসচৰাইদেউ জিলালাচিত বৰফুকনহিন্দু পদ্ধতিত সময়ৰ এককবৰপেটা সত্ৰযোগাসনহাতীগাঁও পঞ্চায়তফলৰ তালিকা🡆 More