হিন্দু ধৰ্ম

হিন্দু ধৰ্ম (সনাতন ধৰ্ম) হৈছে ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ। ই ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম। হিন্দু ধৰ্মাৱলম্বীসকলে নিজস্ব ধৰ্মমতকে সনাতন ধৰ্ম (সংস্কৃত: सनातन धर्म) নামেৰেও অভিহিত কৰে। হিন্দু ধৰ্মৰ সাধাৰণ ধৰণসমূহৰ মাজত লৌকিক আৰু বৈদিক হিন্দু ধৰ্ম ৰ পৰা বৈষ্ণৱধৰ্মৰ অনুৰূপ ভক্তিবাদী ধাৰাৰ নিচিনা একাধিক জটিল মতবাদ সমূহৰ সমন্বয়ৰ এক প্ৰচেষ্টা পৰিলক্ষিত হয়। যোগ, কৰ্মযোগ Archived 2015-05-09 at the Wayback Machine ধাৰণা আৰু হিন্দু বিবাহৰ নিচিনা বিষয়সমূহো হিন্দুধৰ্মৰ সৈতে অঙ্গাঙ্গীভাবে জড়িত। হিন্দু ধৰ্ম একাধিক ধৰ্মীয় ঐতিহ্যৰ সমন্বয়ত গঠিত। এই ধৰ্মৰ কোনো একক প্ৰতিষ্ঠাতা নাই। হিন্দু ধৰ্মক বিশ্বৰ প্ৰাচীনতম জীৱিত ধৰ্মবিশ্বাস বা প্ৰাচীনতম জীৱিত প্ৰধান মতবাদ আখ্যা দিয়া হয়।

হিন্দু ধৰ্ম
হিন্দু ধৰ্মহিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

হিন্দু ধৰ্মৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

নামৰ উৎপত্তি

হিন্দু শব্দটো উচ্ছাৰিত হৈছে সংস্কৃত সিন্ধু শব্দৰ পৰা। সিন্ধু হৈছে ভাৰতীয় উপমহাদেশৰ উত্তৰ-পশ্চিমাঞ্চলৰ এখন ঐতিহাসিক নদীৰ নাম।

হিন্দু দৰ্শন

মধ্যযুগৰ ব্ৰাহ্মণীয়-সংস্কৃতসকলৰ ৰচনাত ছটা ৰক্ষণশীল শাখা দেখা যায়। এইকেইটাক একেলগে "ষড় দৰ্শন" বোলা হয়। "ষড় দৰ্শন"ত 'বেদ'ক সকলো জ্ঞানৰ আকৰ বুলি মনা হয়। আৰু 'বেদ'ৰপৰাই এই শাখাসমূহ উৎপত্তি হোৱা বুলি কোৱা হয়।

  • ন্যায়, তৰ্ক শাখা (the school of logic)
  • বৈশেষিকা, কণা শাখা (the atomist school)
  • সাংখ্য, (the enumeration school)
  • ৰাজ যোগ,( বা যোগ), পতঞ্জলিৰদ্বাৰা স্থাপিত শাখা (পতঞ্জলিয়ে সাংখ্য দৰ্শনৰো পোষকতা কৰিছিল। )
  • পূৰ্ব মীমাংসা (বা মীমাংসা), বৈদিক ৰীতি-নীতি পোষকতা কৰা শাখা
  • বেদান্ত (বা উত্তৰ মীমাংসা), উপনিষদৰ ৰীতি-নীতি পোষকতা কৰা শাখা, বৈদিক দৰ্শনকো সমানে গুৰুত্ব দিয়া শাখা

ঐতিহাসিক আৰু ধাৰণাভিত্তিক মিল থকাৰ বাবে ইয়াক আন তিনিটা গোটত ভাগ কৰা হয়ঃ ন্যায়-বৈশেষিকা, সাংখ্য-যোগ আৰু মীমাংসা-বেদান্ত। বেদান্ত দৰ্শনৰ আকৌ আকৌ ছটা উপ-শাখা আছেঃ অদ্বৈত (অজাতিবেদক সাঙুৰি), বিশিষ্টদ্বৈত, দ্বৈত, দ্বৈতদ্বৈত, শুদ্বদ্বৈত, আৰু অচিন্ত ভেদ-অভেদ।

ওপৰত উল্লিখিত ছটা শাখাৰ বাহিৰেও আৰু শাখা বিদ্যমান। কিন্তু প্ৰধান শাখা এই ছটায়েই। ইয়াৰ বাহিৰেও 'ব্যাকৰণীয়' আন এটা ৰক্ষণশীল দৰ্শনৰ বিভাগ। এই সমূহ দৰ্শনে 'বেদ'ৰ অস্তিত্বক স্বীকাৰ কৰে। 'বেদ'ৰ অস্তিত্বক অস্বীকাৰ কৰা দৰ্শন শাখাসমূহক ব্ৰাহ্মণসকলে অৰক্ষণশীল ('নাস্তিক' ) আখ্যা দিছিল।অৰক্ষণশীল শাখাসমূহৰ ভিতৰত বৌদ্ধ, জৈন আৰু চাৰ্বাক দৰ্শনেই প্ৰধান।

তথ্য সংগ্ৰহ

লগতে চাওক

বাহ্যিক সংযোগ

|publisher=www.oneworld-publications.com |accessdate=2008-07-06 |author=Prof. Klaus K. Klostermaier]

শ্ৰৱণ সংযোগ


তথ্যসূত্ৰ



হিন্দু ধৰ্ম ৱিকিচ'ৰা



Tags:

হিন্দু ধৰ্ম নামৰ উৎপত্তিহিন্দু ধৰ্ম তথ্য সংগ্ৰহহিন্দু ধৰ্ম লগতে চাওকহিন্দু ধৰ্ম বাহ্যিক সংযোগহিন্দু ধৰ্ম শ্ৰৱণ সংযোগহিন্দু ধৰ্ম তথ্যসূত্ৰহিন্দু ধৰ্মভাৰতভাৰতীয় উপমহাদেশসংস্কৃত ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ মুখা শিল্পপৰিৱেশ তন্ত্ৰমিচিং ভাষাফাকে জনগোষ্ঠীৰাষ্ট্ৰসংঘ দিৱসফুলহেম বৰুৱাআন্তৰ্জাতিক শ্ৰমিক দিৱসচিপাহী বিদ্ৰোহ ১৮৫৭অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাএশিঙীয়া গঁড়ৰাষ্ট্ৰসংঘগড়মূৰ সত্ৰৰেখাঢ়ম’বাইল ফোননেপালী জনগোষ্ঠীঅভিযাত্ৰীসংবিধান দিৱস (ভাৰত)হোমেন বৰগোহাঞিবৃহস্পতি গ্ৰহসমাজবাল্মীকিধৰিত্ৰী দিৱসমূৰাৰা, ৰঙিয়ামিচিং জনগোষ্ঠীমামৰে ধৰা তৰোৱালমামণি ৰয়ছম গোস্বামীৰ উপন্যাসসংখ্যাচামগুৰি সত্ৰচৈয়দ আব্দুল মালিকভাৰতৰ ইতিহাসমৰিগাঁও জিলাৰামসংক্ৰমণআৰ্যভট্টপোৱামক্কাঅসমীয়া লিপিৰ বুৰঞ্জীঢোলএহাত ডাবাহিমন্ত বিশ্ব শৰ্মাপথৰুঘাটৰ ৰণৰংঘৰকাৰ্ল মাৰ্ক্সনাৰীবাদইলন মাস্ক্ডিমাছা জনগোষ্ঠীব্ৰিটিছ ৰাজগোলকীকৰণঅনাভেদী যৌনক্ৰিয়াউদয় শংকৰঅযোধ্যা (পৌৰাণিক নগৰ)পদ্মনাথ গোহাঞি বৰুৱামামণি ৰয়ছম গোস্বামীফুলগুৰি ধেৱাআলোচনীভাষাবিজ্ঞানহোমাৰবিপন্ন প্ৰজাতিঅসীমত যাৰ হেৰাল সীমালীলা গগৈলোকবিশ্বাসফাকুৱাকৰ্কট ৰোগকৃষিজলবায়ুপৃথিৱীজোনাকী (আলোচনী)সন্ধ্যাৰাগ (চলচ্চিত্ৰ)কোচ ৰাজবংশসমোচ্চাৰিত শব্দভাৰতৰ নিৰ্বাচন আয়োগউত্তৰ-পূব ভাৰতমৃণাল কলিতা🡆 More