বেদান্ত

বেদান্ত দৰ্শন : বেদান্ত শব্দৰ অৰ্থ হৈছে বেদৰ অন্ত। উপনিষদ হৈছে বেদৰ শেষ ভাগ গতিকে উপনিষদক বেদান্ত বোলা হয়। বেদান্ত ৰ আন এটা নাম হৈছে উত্তৰ মীমাংসা।বেদান্তৰ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে বদৰায়ণ। বদৰায়ণৰ দ্বাৰা ৰচিত ব্ৰহ্ম সূত্ৰই হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ। শঙ্কৰাচাৰ্য, ৰামানুচাৰ্য, মধ্বাচাৰ্য, বল্লভাচাৰ্য আৰু নিৰ্ম্বাক হৈছে এই সূত্ৰৰ ভাষ্যকাৰ।এই ভাষ্যকাৰসকলৰ নামত আমি মুঠ পাচঁটা সম্প্ৰদায় পাওঁ - অদ্বৈত বেদান্ত (শঙ্কৰাচাৰ্য ),বিশিষ্টাদ্বৈত বেদান্ত (ৰামানুচাৰ্য),দ্বৈত বেদান্ত (মধ্বাচাৰ্য), দ্বৈতাদ্বৈত বেদান্ত (নিৰ্ম্বাক), শুদ্ধাদ্বৈত বেদান্ত (বল্লভাচাৰ্য)।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাসুভাষ চন্দ্ৰ বসুঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাবিহু নৃত্যলালকিল্লাডিম্পু বৰুৱানৰোৱা সত্ৰনেলছন মেণ্ডেলাঅজন্তা গুহাসমূহৰমজানসাঁচিপাত২০২২ ফিফা বিশ্বকাপমাটিৰ হিচাপৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগভাৰতৰ স্বাধীনতা আন্দোলনহনুমানমৃত্যুপঞ্জাৱ নেচনেল বেংকগোলকীয় নাগৰিকত্বশ্ৰী শ্ৰী বটদ্ৰৱা থানপূৰবী বৰমুদৈলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানWhat is A Dscr Loan?অৰুণাচল প্ৰদেশৰাণী গাইডিনলিউপঞ্জাৱ এণ্ড সিন্ধ বেংকধানকপৌ ফুলললিত কলা একাডেমীবাৰেচহৰীয়া ভাওনা মহোৎসৱঅম্বুবাচীশিৱসাগৰপদ্মনাথ গোহাঞি বৰুৱাবেণুধৰ শৰ্মাঅসমৰ চাহ জনগোষ্ঠীবৰষুণপ্ৰশান্ত মহাসাগৰহিমা দাসবৌদ্ধ দৰ্শনভাৰত-ইউৰোপীয় ভাষা পৰিয়ালগুৱাহাটী উচ্চ ন্যায়ালয়গামোচাবাঁহী (আলোচনী)ভাৰতত বাল্য বিবাহজৈৱ বৈচিত্ৰ্যফণী শৰ্মাতিৱা জনগোষ্ঠীঅসমলৈ মুছলমান সকলৰ প্ৰবজনসম্ৰাট অশোককল্পনা সাহিত্যৰেখাঅশোক বনশৰাইঘাটৰ যুদ্ধবৰাক নদীদেউৰী জনগোষ্ঠীমালিতাচৰাইপাঠ পৰিকল্পনানাটকসাহিত্যঅৰুণোদইডিমাছা জনগোষ্ঠীপিয়লি বৰুৱাবাটৰ নাটভাৰত ত্যাগ আন্দোলননিৰুপমা বৰগোহাঞিযোৰহাট জিলাসাত বিহুসমাজবাদমৌখিক সাহিত্যৰম্বাছসন্ধিহাঁচতি🡆 More