ডিম্পু বৰুৱা: অসমীয়া ইউ টিউবাৰ

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

ডিম্পু বৰুৱা (ইংৰাজী: Dimpu Baruah) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এজন ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড কৰা তেওঁৰ ডিম্পু বৰুৱা (Dimpu Baruah) আৰু ডিম্পুছ ভ্লগ্‌ছ (Dimpu's Vlogs) ইউটিউব চেনেলদুটাই ইতিমধ্যে ২ মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে। বৰ্তমান তেওঁৰ দ্বিতীয়টো চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ’ল ২৮,৮০০০০৷[ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

ডিম্পু বৰুৱা
ডিম্পু বৰুৱা: ব্যক্তিগত জীৱন, শিক্ষা, কৰ্মজীৱন
ব্যক্তিগত তথ্য
জন্ম ৬ আগষ্ট, ১৯৯৫ (২৮ বছৰ)
পাঠশালা
জাতীয়তা ভাৰতীয়
বাসস্থান নলবাৰী, অসম
ইউটিউবৰ তথ্য
চেনেলসমূহ
সক্ৰিয় হৈ থকা সময় ২০১৭ ৰ পৰা বৰ্তমানলৈ
চাবস্ক্ৰাইবাৰৰ সংখ্যা Dimpu Baruah (২ মিলিয়নতকৈ অধিক), Dimpu's Vlogs (২ মিলিয়নতকৈ অধিক)
ক্ৰিয়েটৰৰ বঁটা
ডিম্পু বৰুৱা: ব্যক্তিগত জীৱন, শিক্ষা, কৰ্মজীৱন ১,০০,০০০ চাবস্ক্ৰাইবাৰ Dimpu Baruah (২০১৮) Dimpu's Vlogs (২০১৮)
ডিম্পু বৰুৱা: ব্যক্তিগত জীৱন, শিক্ষা, কৰ্মজীৱন ১০,০০,০০০ চাবস্ক্ৰাইবাৰ Dimpu's Vlogs (২০২০), Dimpu Baruah (২০২১)

ব্যক্তিগত জীৱন

তেওঁৰ পিতৃৰ নাম পিতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা। তেওঁ ঘৰৰ একমাত্ৰ সন্তান। মোমায়েকৰ ঘৰত ডিম্পুৱে শৈশৱ অতিবাহিত কৰিছিল। তেওঁ সৰুৰে পৰা লাজুক স্বভাৱৰ আছিল৷ ইউটিউবত অসমীয়া ভাষাত ভ্লগিং কৰাটো বৰ্তমান তেওঁৰ পেচা।

শিক্ষা

দেবীৰাম পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিম্পু বৰুৱা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত উত্তীৰ্ণ হৈ ইংৰাজী বিষয়ত নলবাৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ D.El.Ed.-ও সম্পন্ন কৰে।

কৰ্মজীৱন

প্ৰথম অৱস্থাত তেওঁ নলবাৰীৰ এখন বিদ্যালয়ত অংশকালীনভাৱে শিক্ষকতা কৰিছিল। বৰ্তমান ইউটিউবকে পেছা হিচাপে লৈছে৷

সামাজিক কাম

বৰুৱাই ২০২০ চনৰ অসম বানপীড়িতসকলৰ বাবে ৪৩,০০০ টকা সংগ্ৰহ কৰি গৃহহীন বানপীড়িতৰ মাজত বিতৰণ কৰিছিল৷ ইয়াৰোপৰি বৰ্তমান তেওঁ অসমীয়া সংস্কৃতিৰ বিভিন্ন বিষয়ত ইউটিউবত জনমত গঠন বা জনাজাতৰ বাবে কাম কৰি আহিছে৷

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ডিম্পু বৰুৱা ব্যক্তিগত জীৱনডিম্পু বৰুৱা শিক্ষাডিম্পু বৰুৱা কৰ্মজীৱনডিম্পু বৰুৱা সামাজিক কামডিম্পু বৰুৱা তথ্য সংগ্ৰহডিম্পু বৰুৱা বাহ্যিক সংযোগডিম্পু বৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

কামৰূপী উপভাষাবিশ্বনাথ ঘাট২৭ এপ্ৰিলৰাজনৈতিক দলপাইথেগাৰাছনাৰী সবলীকৰণভাষাবিজ্ঞানৰেখাখনিকৰ (নাট)নাট্য শাস্ত্ৰবিবাহশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকামৰিগাঁও জিলাসাহিত্যৱিকিমিডিয়া ফাউণ্ডেশ্যনসিন্ধু সভ্যতাহিমন্ত বিশ্ব শৰ্মাচি++ভাৰতীয় ৰেললক্ষ্যধৰ চৌধুৰীভাইটি (চলচ্চিত্ৰ)পুৰাণলক্ষ্মীনাথ বেজবৰুৱাদিনঅসমীয়া ভাষাঘৰ শালিকাপ্ৰকৃতিনিমাতী কইনাবিশেষ্য পদঅলিম্পিকবিজ্ঞাপনভঠেলিজাপিমিচিং জনগোষ্ঠীহিউৱেন-চাংবহল ব্যাকৰণবতৰলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানভাৰত-চীন যুদ্ধসৰ্বেপল্লী ৰাধাকৃষ্ণণকাল সংহতিমহশকুন্তলা (চলচ্চিত্ৰ)পিঠাসাঁচিপাতঢ়কাৰ্বি ভাষাশকুন্তলাশ্ৰীমন্ত শংকৰদেৱআলেকজেণ্ডাৰ গ্ৰাহাম বে'লহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)পালি ভাষাগুৱাহাটী বিশ্ববিদ্যালয়ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভূমি প্ৰদূষণমানুহভাৰতপ্ৰাক-ইতিহাসভাৰতৰ উপৰাষ্ট্ৰপতিঅসমীয়া খাদ্যাভ্যাসজীৱনীখেৰাইঅনুবাদইয়াণ্ডাবু সন্ধিবৰাক উপত্যকাৰামভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাকামৰূপ ৰাজ্যমুগা (ৰেচম)🡆 More