ত অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'ত'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ত' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ত'ৰ লগত যোগ হ'লে
তা
তি
তী
তু
তূ
তৃ
তে
তৈ
তো
তৌ

যুক্তবৰ্ণ (ত যোগ)

ত্ + ত = ত্ত = বৃত্ত
ত্ + থ = ত্থ = উত্থান
ত্ + ন = ত্ন = ৰত্ন
ত্ + ব = ত্ব = তত্ব
ত্ + ম = ত্ম = আত্মা
ত্ + য = ত্য = সত্য
ত্ + ৰ = ত্ৰ = মিত্ৰ
ত্ + ৰ + উ = ত্ৰু = শত্ৰু

'ত'ৰে আৰম্ভ শব্দ

তথ্যসংগ্ৰহ

Tags:

ত স্বৰবৰ্ণৰ লগ যোগ হলেত যুক্বৰ্ণ ( যোগ)ত ৰে আৰম্ভ শব্দত থ্যসংগ্ৰহব্যঞ্জনবৰ্ণ মালামুখহাওঁফাওঁ

🔥 Trending searches on Wiki অসমীয়া:

প্ৰাগজ্যোতিষপুৰশিশু সাহিত্যউত্তৰ-পূব ভাৰতবিহুগীতঅসমৰ ইতিহাসঈদ-উল-ফিটৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাৰংঘৰসপুষ্পক উদ্ভিদঅসমীয়া ভাষা উন্নতি সাধিনী সভাকাৰ্বি জনগোষ্ঠীগৰু বিহুবিৰিঞ্চি কুমাৰ বৰুৱাঅৰ্কিডউদচাহেবপুৰাৰ বৰষুণভাষাবিজ্ঞান উপক্ৰমণিকাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডতিনিচুকীয়া জিলাগঙ্গা নদীবিয়া নামস্বচ্ছ ভাৰত অভিযানশামুকৰাভা জনগোষ্ঠীক্ষবল্লভভাই পেটেলহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যচন্দ্ৰকুমাৰ আগৰৱালাঅসমীয়া ভাষাৰ শব্দসম্ভাৰসাহিত্য সমালোচনাদূৰবীক্ষণ যন্ত্ৰঅসমীয়া লিপিঅসমৰ মহকুমাসমূহৰ তালিকালোকসভাকমলাবাৰী সত্ৰকনকলতা বৰুৱাগোৱালপাৰা জিলাস্বামী বিবেকানন্দবড়ো চুক্তি ২০২০সংঘাতভূপেন্দ্ৰ সংগীতবিহুৰ বাদ্যযন্ত্ৰবৰপেটাপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যউপেন্দ্ৰনাথ ব্ৰহ্মচিত্ৰলেখা উদ্যানআব্দুছ ছাত্তাৰচকৰি ফেঁটী বুৰঞ্জীঅভয়াপুৰীঅসমীয়া ব্যাকৰণলিংগপাৰ চৰাইআৰ্যভট্টভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাআহোম-মোগলৰ সংঘৰ্ষঅনুবাদসাহিত্যঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিপুৰুষউৎসৱমৰাণ জনগোষ্ঠীদীনবন্ধু (চলচ্চিত্ৰ)গোৱালপাৰাআমেৰিকা (মহাদেশ)মোৰ জীৱন সোঁৱৰণহাজোগুৱাহাটী বিশ্ববিদ্যালয়২ মে'ঋতুভটিমাসিংহ (ৰাশি)অম্বিকাগিৰি ৰায়চৌধুৰীপৰিসীমানেমুবিল গেট্‌ছভাৰীগানসংস্কৃত ভাষা🡆 More