উত্তৰ-পূব ভাৰত: ৰ ৰাজ্যসমূহৰ গোট

উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বংগৰ কিছু অংশক (দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক। পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ লগত ইয়াৰ জাতিগত আৰু সাংস্কৃতিক মিল আছে, আৰু সংস্কৃতকৰণৰ পৰা আঁতৰত থকা কুকি বা অন্যান্য কিছুমান জনগোষ্ঠীও দেখিবলৈ পোৱা যায়। ভাষাতাত্ত্বিক দিশৰ পৰা এই অঞ্চলত তিব্বতীয়-বাৰ্মীয় ভাষাৰ প্ৰভাৱ দেখা যায়। এই আঠখন ৰাজ্যক অধিকাৰিকভাৱে এটা সুকীয়া শ্ৰেণীৰ স্বীকৃতি দিয়া হৈছে: উত্তৰ পূব পৰিষদ (North Eastern Council-NEC) ১৯৭১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ বাবে গঠন কৰা হয়; North Eastern Development Finance Corporation Ltd (NEDFi) গঠন কৰা হয় ১৯৯৫ চনৰ ৯ আগষ্টত, আৰু ২০০১ চনৰ চেপ্টেম্বৰত Ministry of Development of Northeastern Region (DoNER) গঠন কৰা হয়।

উত্তৰ-পূব ভাৰত
Location of Northeast India
ভাৰতত উত্তৰ-পূৰ্বাঞ্চলৰ স্থিতি
জনসংখ্যা 38,857,769
মাটিকালি 2,62,230 বৰ্গ কি.মি. (2.6223×1011 বৰ্গ মিটাৰ)
ঘনবসতি ১৪৮  /বৰ্গ কিমি
সময় স্থান IST (UTC+5:30)
ৰাজ্য আৰু অঞ্চল অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম, ত্ৰিপুৰা
বৃহৎ নগৰসমূহ (২০০৮) গুৱাহাটী, ডিমাপুৰ, আগৰতলা, ছিলং, আইজল,
ধৰ্ম খ্ৰীষ্টান, বৌদ্ধ, হিন্দু, ইছলাম
উত্তৰ-পূব ভাৰত: ৰ ৰাজ্যসমূহৰ গোট
১৯৫০ চনত অসম ৰাজ্যৰ মানচিত্ৰ

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ছিক্কিমে ১৯৪৭ চনত ভাৰতৰ অধীনস্থ ৰাজ্য আৰু ১৯৭৫ চনৰ পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পায়। ২১-৪০ কি:মি: গড় প্ৰস্থতাৰ পশ্চিম বংগৰ শিলিগুৰি ক'ৰিডৰে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰক ২০০০তকৈও অধিক কি:মি: দৈৰ্ঘ্যৰ সীমাই আন দেশ যেনে- নেপাল, চীন, ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ পৰা পৃথক কৰিছে।

উত্তৰ-পূব ভাৰত: ৰ ৰাজ্যসমূহৰ গোট
উত্তৰ-পূব ভাৰতৰ সাতভনী ৰাজ্যসমূহ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

শিৱসাগৰশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমীয়া লোক কবিতাদুৰ্গা পূজাঅসমৰ নদীসমূহৰ তালিকাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকানলবাৰী জিলাবুলু ফিল্মদৌল গোবিন্দ মন্দিৰকৃষ্ণলোক-সংগীতপাৰিজাত হৰণ নাটএশিঙীয়া গঁড়ভাৰতৰ সংৰক্ষণ ব্যৱস্থালক্ষ্মীধৰ শৰ্মামে ডাম মে ফিঅসমব্ৰিটিছ ৰাজভাৰতৰ নিৰ্বাচন আয়োগগোৱালপাৰাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাগায়ন-বায়নচামগুৰি সত্ৰচিৰ চেনেহী মোৰ ভাষা জননীমাৰ্ক্সবাদপুৰুষোত্তম দাসঅম্বুবাচীভূপেন হাজৰিকাৰ সাহিত্যমিজোৰামজয় দৌলভিটামিনহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)শকুন্তলা (চলচ্চিত্ৰ)যতীন বৰাবাণীকান্ত কাকতিঅন্তৰীপ (উপন্যাস)পৰ্যটনমোৰ জীৱন সোঁৱৰণকমলাবাৰী সত্ৰঅশ্বিনী কুমাৰ বৰুৱাব্ৰহ্মপুত্ৰ নদজীৱনীআলি আঃয়ে লৃগাংবিজ্ঞানমিত্ৰদেৱ মহন্তসৌৰভ কুমাৰ চলিহাজিকিৰঅনুবাদসৌৰজগতশিৱসাগৰৰ শিৱদৌললিংগ বৈষম্য আৰু ভাৰতীয় নাৰীখামটি জনগোষ্ঠীপিম্পৰা গুচোৱাগঙ্গা নদীভগদত্তমাধৱদেৱমামণি ৰয়ছম গোস্বামীৰ উপন্যাসসাহিত্য অকাডেমি বঁটাঅম্বিকাগিৰি ৰায়চৌধুৰীঢ়অংগৰাগ মহন্তগৱেষণাসমোচ্চাৰিত শব্দদীনেশ চন্দ্ৰ গোস্বামীৰঘুনাথ চৌধাৰীমানস ৰাষ্ট্ৰীয় উদ্যানবিত্তীয় ব্যৱস্থাঘৰ শালিকাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)প্ৰাকৃতিক পৰিৱেশযুধিষ্ঠিৰপৰিস্থিতি বিজ্ঞানমোহনদাস কৰমচান্দ গান্ধীকাকৈজানা সংৰক্ষিত বনাঞ্চল🡆 More