আইজল

আইজল (ইংৰাজী: Aizawl; ইংৰাজী ভাষাউচ্চাৰণ: /aɪˈzɔːl/; মিজো:  ( শুনক)) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁ‌ঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।

আইজল
—  ৰাজধানী  —
Aizawl Montage.pngআইজল চহৰ
ঘড়ীৰ কাঁ‌টাৰ দিশত ওপৰৰ বাওঁ‌ফালৰপৰা: পাচুংগা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ, ছল'ম'নৰ মন্দিৰ, আইজল বজাৰ, নিশাৰ ভাগত আইজল, লেংপুই বিমান বন্দৰৰ ভৱন
দেশ আইজল ভাৰত
ৰাজ্য মিজোৰাম
জিলা আইজল
চৰকাৰ
 - পৰিষদ আইজল পৌৰসভা
 - মেয়ৰ পি.চি. লাহমিংথাঙা (মিজো নেচনেল ফ্ৰ'ণ্ট)
মাটিকালি
 - মুঠ ৪৫৭ কি.মি. 
(১৭৬.৪ বৰ্গ মাইল)
উচ্চতা ১,১৩২ মিটাৰ (৩,৭১৩.৯১ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ২,৯৩,৪১৬ জন
 - জনঘনত্ব ২৩৪ প্ৰতি বৰ্গ কি.মি. 
(৬০৬.১ প্ৰতি বৰ্গ মাইল)
ভাষা
 - চৰকাৰী মিজো ভাষা
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
পিন ৭৯৬০০১
টেলিফোন ০৩৮৯
যানবাহনৰ নম্বৰ MZ-01
লিংগ অনুপাত ১০০০জন পুৰুষৰ বিপৰীতে ১০২৫ গৰাকী মহিলা /
স্বাক্ষৰতা ৯৮.৩৬%

ইতিহাস

ভৌগোলিক বিৱৰণ

জনগাঁ‌ঠনি

তথ্য সংগ্ৰহ

Tags:

আইজল ইতিহাসআইজল ভৌগোলিক বিৱৰণআইজল জনগাঁ‌ঠনিআইজল তথ্য সংগ্ৰহআইজলAizawl.oggen:Help:IPA for Englishইংৰাজী ভাষাচিত্ৰ:Aizawl.oggমিজো ভাষামিজো লোকমিজোৰামৱিকিপিডিয়া:IPAৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ গামোচামাতৃভাষাবিয়া নামভূপেন হাজৰিকাপৰ্যাবৃত্ত তালিকাএডাম স্মিথলোকবিশ্বাসজলবিদ্যুৎঅযোধ্যা (পৌৰাণিক নগৰ)সৰ্বেপল্লী ৰাধাকৃষ্ণণসৌৰভ কুমাৰ চলিহাজিএছটিস্বামী বিবেকানন্দবিত্তীয় ব্যৱস্থাসতী সাধনীভাৰতত মহিলা শিক্ষাঢোলৰাৱণব'হাগ বিহুবৰপেটা (লোকসভা সমষ্টি)বাৰেচহৰীয়া ভাওনা মহোৎসৱআলেকজেণ্ডাৰ গ্ৰাহাম বে'লভাৰতীয় দৰ্শনসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাযোগ দৰ্শনভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাযাদৱ পায়েংভাষাবিজ্ঞানসমবাহু ত্ৰিভুজবুঢ়ী আইৰ সাধুহৰপ্পাকেন্দ্ৰীয় শাসিত অঞ্চলমাৰ্চশীতল যুদ্ধপাইথাগোৰাছৰ উপপাদ্যআধুনিকতাবাদনাৰী সবলীকৰণচিপাহী বিদ্ৰোহ ১৮৫৭চৰাইঅসমৰ সত্ৰসমূহৰ তালিকাশ্ৰীমন্ত শংকৰদেৱঅসীমত যাৰ হেৰাল সীমাবাংলাদেশহনুমানপাৰিপাৰ্শ্বিক সংঘাতহিউমাছকমলা মিৰিসিন্ধু সভ্যতাচাৰ্লছ ডাৰউইনভাৰতীয় শিল্পকলাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহপঞ্চায়তী ৰাজঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাউপেন্দ্ৰনাথ গোস্বামীপদ (ব্যাকৰণ)অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলঅসমৰ ইতিহাসঅসমৰ চলচ্চিত্ৰএইচ টি এম এললভিতানিৰোদ চৌধুৰীঅগ্নিগড়বড়ো ভাষাৰাজ্যসভাঅসম বিধানসভাবিহুৰ বাদ্যযন্ত্ৰকাঠনিবাৰী ঘাটহৰি-হৰ যুদ্ধমোৱামৰীয়া বিদ্ৰোহপুৰাণৰাজনৈতিক দলউত্তৰ গুৱাহাটী🡆 More