ৰাজ্যসভা: ভাৰতীয় সংসদৰ উচ্চ সদন

ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।

ৰাজ্যসভা
ৰাজ্যসভা: সদস্য সংখ্যা, সদস্য হোৱাৰ যোগ্যতা, কাৰ্যকাল
ধৰন
ধৰন ভাৰতৰ সংসদৰ উচ্চ সদন
নেতা
সভাপতি
এম ভেঙ্কায়াহ নাইডু, ভাৰতীয় জনতা পাৰ্টী
১১ আগষ্ট, ২০০১৭
ডেপুটি চেয়াৰমেন পি জে কুৰিয়েন, কংগ্ৰেছ
২১ আগষ্ট, ২০১২
সভাৰ নেতা অৰুণ জেটলী, বি জে পি
বিৰোধী নেতা গোলাম নবী আজাদ, কংগ্ৰেছ
৮ জুন ২০১৪
গঠন
সদস্য ২৫০ জন (২৩৮ নিৰ্বাচিত + ১২ জন মনোনীত)
ৰাজনৈতিক দলসমূহ সংযুক্ত প্ৰগতিশীল মৰ্চা
জাতীয় গণতান্ত্ৰিক মৰ্চা
বামফ্ৰণ্ট
সভাৰ স্থান
ৰাজ্যসভা কক্ষ, সংসদ ভৱন, সংসদ মাৰ্গ, নতুন দিল্লী
ৱেবছাইট
rajyasabha.nic.in

সদস্য সংখ্যা

ৰাজ্যসভাৰ সদস্যৰ সংখ্যা হৈছে ২৫০ জন, ইয়াৰে ১২ জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, বাকীসকলক ৰাজ্যবোৰৰ বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ৰাজ্যসভালৈ প্ৰধান মন্ত্ৰীৰ পৰামৰ্শ মতে মনোনীত কৰে।

সদস্য হোৱাৰ যোগ্যতা

সংবিধানৰ ৮৩ নং অনুচ্ছেদত সংসদৰ দুই কক্ষৰ সদস্য হোৱাৰৰ যোগ্যতা উল্লেখ কৰা হৈছে। ৰাজ্যসভাৰ সদস্যসকলৰ ভাৰতীয় প্ৰজাতন্ত্ৰৰ নাগৰিক হ’ব লাগে– যিজনৰ বয়স ৩০ বছৰৰ কম নহয় আৰু লগতে কোনো ধৰণৰ ফৌজদাৰি গোচৰৰ লগত জড়িত নহয়। অনাগৰিক, আদালত দ্বাৰা বিকৃত মস্তিষ্ক বা দেউলিয়া ঘোষিত বা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লাভজনক কোনো পদত চাকৰিত নিয়োজিত ব্যক্তিসকল ৰাজ্যসভাৰ সদস্যৰ প্ৰাৰ্থী হ’ব নোৱাৰে।

কাৰ্যকাল

ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল ৬ বছৰ, প্ৰত্যেক ৬ বছৰৰ পিছত সদনৰ তিনিভাগৰ এভাগ সদস্যৰ ম্যাদ শেষ হয়, আৰৃ এই ধৰণে খালি হোৱা আসনসমূহ পুৰণ কৰাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। যিহেতু এবাৰত তিনিভাগৰ এভাগ সদস্যৰহে ম্যাদ শেষ হয়, সেইবাবে ৰাজ্যসভা কেতিয়াও ভঙ্গ্ নহয়।

ক্ষমতা আৰু দায়িত্ব

ৰাজ্যসভাৰ বেচিভাগ ক্ষমতা লোকসভাৰ দৰেই। অৱশ্যে বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। চৰকাৰৰ বিপক্ষে অনাস্থা প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰি।

দল অনুযায়ী সদস্যপদ

ৰাজ্যসভাৰ দল অনুযায়ী সদস্যসংখ্যাৰ তালিকা দিয়া হ’ল।

মিত্ৰ-গোষ্ঠী (২০১০ চনৰ নিৰ্বাচনৰ পৰ) দল সাংসদ
সংযুক্ত গণতান্ত্ৰিক মৰ্চা
আসন: ৯১
ভাৰতীয় জাতীয় কংগ্ৰেছ ৭১
জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টী
দ্ৰাবিড় মুন্নেত্ৰা কড়গম
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
জম্মু আৰু কাশ্মীৰ নেশ্যনেল কনফাৰেন্স
বড়োলেণ্ড পিপল’ছ ফ্ৰণ্ট
জাতীয় গণতান্ত্ৰিক মৰ্চা
আসন: ৬৯
ভাৰতীয় জনতা পাৰ্টি ৫১
জনতা দল (সংযুক্ত)
শিৱসেনা
শিৰোমণি অকালি দল
অসম গণ পৰিষদ
ৰাষ্ট্ৰীয় লোক দল
ভাৰতীয় জাতীয় লোক দল
তৃতীয় ফ্ৰণ্ট
আসন: ৩৪
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ১৩
বিজু জনতা দল
ভাৰতৰ কমিউনিষ্ট পাৰ্টি
অল ইণ্ডিয়া আন্না দ্ৰাবিড় মুন্নেত্ৰা কড়গম
তেলুগু দেশম পাৰ্টি
সাৰা ভাৰত ফৰৱাৰ্ড ব্লক
অন্যান্য
আসন: ৩২
সমাজবাদী পাৰ্টি
বহুজন সমাজ পাৰ্টি ১৮
ৰাষ্ট্ৰীয় জনতা দল
লোক জনশক্তি পাৰ্টি
মিজো নেশ্যনেল ফ্ৰণ্ট
ছিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্ট
নাগালেণ্ড পিপল’ছ ফ্ৰণ্ট
মনোনীত
অন্যান্য দল আৰু নিৰ্দলীয়
খালি আসন
সৰ্বমুঠ ২৪৫

আৰু চাওক

  • ৰাজ্যসভা সদস্য
  • লোকসভা
  • ভাৰতৰ ৰাজনীতি
  • ভাৰতীয় সংসদ
  • ভাৰতত আইন প্ৰণয়ন প্ৰক্ৰিয়া

তথ্য সংগ্ৰহ

আৰু পঢ়ক

বাহ্যিক সংযোগ


Tags:

ৰাজ্যসভা সদস্য সংখ্যাৰাজ্যসভা সদস্য হোৱাৰ যোগ্যতাৰাজ্যসভা কাৰ্যকালৰাজ্যসভা ক্ষমতা আৰু দায়িত্বৰাজ্যসভা আৰু চাওকৰাজ্যসভা তথ্য সংগ্ৰহৰাজ্যসভা আৰু পঢ়কৰাজ্যসভা বাহ্যিক সংযোগৰাজ্যসভাভাৰতৰ উপ-ৰাষ্ট্ৰপতি

🔥 Trending searches on Wiki অসমীয়া:

পথৰুঘাটৰ ৰণৰজনীকান্ত বৰদলৈধৰিত্ৰী দিৱসৰোমাণ্টিক কবিতাঅসমৰ শাক-পাচলিৰ তালিকাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাউমানন্দঢোলঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫হোমেন বৰগোহাঞিটুক্ৰেশ্বৰী দেৱালয়দ্বিতীয় বিশ্বযুদ্ধআনন্দ চন্দ্ৰ আগৰৱালাঅপভ্ৰংশড়ব’হাগচাইকেল২৬ এপ্ৰিলৰাষ্ট্ৰসংঘ দিৱসছক্ৰেটিছশেলাইবুৰঞ্জী সাহিত্যনৰনাৰায়ণশূন্যজোনাকী (আলোচনী)হীৰেন ভট্টাচাৰ্যআওৰাপৰিয়ালকেঁচুসাৰসৰ্বেপল্লী ৰাধাকৃষ্ণণঅসমীয়া লোক-সংস্কৃতিবিত্তীয় ব্যৱস্থামৰিগাঁও জিলাঅম্বুবাচীডিগবৈ তেল শোধনাগাৰকনকলতা বৰুৱাজৱাহৰলাল নেহৰুসম্ৰাট অশোকচৰ্যাপদভট্টদেৱআগ্নেয়গিৰিমাধৱ কন্দলিভাৰতৰ ইতিহাসলখিমপুৰ (লোকসভা সমষ্টি)পৰিসংখ্যানামঘৰকবিতাৰবীন্দ্ৰনাথ ঠাকুৰঘৰ শালিকাডাকৰ বচনপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যঅন্তৰীপ (উপন্যাস)বহুকোষী জীৱভাৰতীয় জাতীয় কংগ্ৰেছকেশৱ মহন্তগণতন্ত্ৰঅসমৰ তেল শোধনাগাৰভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনপাঁচালীৰুদ্ৰেশ্বৰ দেৱালয়আধুনিকতাবাদসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাকামৰূপী লোকগীতআহোম ৰাজবংশমৃত্যুঞ্জয়মহেশ্বৰ নেওগভূমিস্খলনমেলেৰিয়ামৌ-মাখিঅসমীয়া কবিতাপাঠ পৰিকল্পনাঅসমৰ কাঁহ শিল্পকোষ (জীৱবিজ্ঞান)🡆 More