ভাৰতৰ কমিউনিষ্ট পাৰ্টি: ভাৰতৰ ৰাজনৈতিক দল

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (ইংৰাজী: Communist Party of India) চমুকৈ CPI হ'ল ভাৰতৰ আটাইতকৈ পুৰণি কমিউনিষ্ট দল আৰু দেশৰ আঠটা জাতীয় দলৰ ভিতৰত অন্যতম। ১৯২৫ চনৰ ২৬ ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত চিপিআই প্ৰতিষ্ঠা কৰা হয়।

বিশিষ্ট নেতৃত্ব

  • বিষ্ণু চট্টোপাধ্যায়, (এপ্ৰিল, ১৯১০ - ১১ এপ্ৰিল, ১৯৭১) জমিদাৰতন্ত্ৰ বিৰোধী কৃষক আন্দোলনৰ ঐতিহাসিক নেতা আৰু সাম্যবাদী ৰাজনীতিবিদ।
  • ভূপেশ গুপ্ত, (২০ অক্টোবৰ, ১৯১৪ - ৬ আগষ্ট, ১৯৮১) কমিউনিষ্ট আন্দোলনৰ অন্যতম নেতা।
  • অজয় ঘোষ, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক আৰু তাত্ত্বিক নেতা।
  • সোমনাথ লাহিড়ী (১ সেপ্টেম্বৰ, ১৯০৯ - ১৯ অক্টোবৰ ১৯৮৪) প্ৰখ্যাত কমিউনিষ্ট নেতা, সুলেখক আৰু সংবিধান ৰচয়িতা গণপৰিষদৰ একমাত্ৰ সাম্যবাদী সদস্য।
  • ভবাণী সেন, ৰাজ্যিক সম্পাদক, পলিটব্যুৰ সদস্য আৰু খ্যাতনামা বামপন্থী বুদ্ধিজীৱী।
  • অৰ্ধেন্দুভূষণ বৰ্ধন, (২৪ সেপ্টেম্বৰ, ১৯২৪) ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ (সি পি আই) প্ৰাক্তন সাধাৰণ সম্পাদক।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কুশান গানম’বাইল ফোনফাট বিহুঅৰ্থনীতিঅমৃতা প্ৰীতমমহামায়া ধামমিটাৰসদৌ অসম ছাত্ৰ সন্থাভাৰতৰ স্বাধীনতা আন্দোলননাটকমালিতাকাকৈজানা সংৰক্ষিত বনাঞ্চলঅসমৰ সাধুকথাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহভাৰত ৰত্নআলেকজেণ্ডাৰ গ্ৰাহাম বে'লসৌৰ শক্তিচাইকেলপ্ৰাকৃতিক পৰিৱেশজৈৱ বৈচিত্ৰ্যতলাতল ঘৰকাছাৰ কংগ্ৰেছদীনেশ চন্দ্ৰ গোস্বামীকনচেং বৰপাত্ৰগোঁহাইএইড্‌ছৱান ডাইৰেকশ্বনকামসূত্ৰশান্তিনিকেতনশামুক২০২৩সালোক সংশ্লেষণভূটানন'বেল বঁটাবায়ু প্ৰদূষণৰেৱতী মোহন দত্তচৌধুৰীগিনিজ ৱৰ্ল্ড ৰেকৰ্ডছগণেশমিচিং জনগোষ্ঠীৰ সাজপাৰঅসমীয়া জলপানইয়াণ্ডাবু সন্ধিযাদৱ পায়েংচক্ৰশিলা অভয়াৰণ্যহাজোবাগ্‌ধ্বনিবেক্টেৰিয়াকৃত্ৰিম উপগ্ৰহবাঁহলক্ষ্মীধৰ শৰ্মালোকাপাৰঢোলফকৰা যোজনানাঙলঅৰ্জুন ভঞ্জনথাই ভাষাসতী সাধনীআন্তৰ্জাতিক শান্তি দিৱসহেমকোষঅসমীয়া গালি-গালাজৰাজনৈতিক দলদিপাংকৰগৱেষণাসীতাপ'লিছ ৱিকিপিডিয়াভগ্নাংশঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানবড়ো ভাষাজেঠঅনুপমা বসুমতাৰীমৌৰ্য সাম্ৰাজ্যনয়নমণি শইকীয়াজ্যোতিপ্ৰসাদ আগৰৱালাএপ্ৰিলচক্ৰধ্বজ সিংহ (নাটক)শিৱসাগৰ পুখুৰীৰাজ্যসভা🡆 More