অসম গণ পৰিষদ

অসম গণ পৰিষদ (ইংৰাজী: Asom Gana Parishad) হ'ল অসমৰ এক ৰাজনৈতিক দল। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা অসম আন্দোলনৰ পৰিণতিত অসম গণ পৰিষদ গঠিত হৈছিল। বৰ্তমানলৈকে (২০১২ চন) অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদে দুবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তিৰ পাছত প্ৰফুল্ল কুমাৰ মহন্ত দেশৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় আৰু অগপ প্ৰতিষ্ঠিত হয়। ১৯৮৫-১৯৮৯ আৰু ১৯৯৬-২০০১ কালছোৱাত দুবাৰ অগপই অসমত চৰকাৰ গঠন কৰে। কিন্তু ২০০৫ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত দল বিৰোধী কাৰ্য্যত লিপ্ত হোৱাৰ বাবে দলৰ পৰা বৰ্খাস্ত হ'ব লগীয়া হয়। ২০০৬ চনত তেওঁ নিজ সমৰ্থকসকলৰ সৈতে মিলিত হয় আৰু অসম গণ পৰিষদ (প্ৰগতিশীল) নামৰ এক নতুন দল গঠন কৰে। কিন্তু এই দলটোৱে ৰাইজৰ সমৰ্থন লাভ কৰাত ব্যৰ্থ হয়। ২০০৮ চনৰ ১৪ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত অগপৰ প্ৰতিষ্ঠা দিৱসত দুই দলৰ মিলন ঘটে আৰু অসম গণ পৰিষদ (প্ৰগতিশীল) ভংগ হয়।

অসম গণ পৰিষদ
অসম গণ পৰিষদ
নেতা প্ৰফুল্ল কুমাৰ মহন্ত
সভাপতি অতুল বৰা
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১৯৮৫
মূখ্য কাৰ্যালয় গোপীনাথ বৰদলৈ পথ, আমবাৰী, গুৱাহাটী-৭৮১০০১
ৰাজনৈতিক মতাদৰ্শ আঞ্চলিকতাবাদ
ৱেবছাইট অসম গণ পৰিষধৰ ৱেবচাইট

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দলটোৱে ১২৬খন আসনৰ ভিতৰত ১৪খন আসনত এক ঐতিহাসিক জয়লাভ কৰি ভাৰতীয় জনতা পাৰ্টি আৰু বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ লগত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে। ২০১৬ চনৰ নৱেম্বৰত অতুল বৰা দ্বিতীয় বাৰৰ বাবে সভাপতি নিৰ্বাচিত হয়।

মুখ্যমন্ত্ৰী সকলৰ তালিকা



তথ্য সংগ্ৰহ

Tags:

অসমঅসম আন্দোলনঅসম গণ পৰিষদ (প্ৰগতিশীল)অসম চুক্তিইংৰাজী ভাষাপ্ৰফুল্ল কুমাৰ মহন্তসদৌ অসম ছাত্ৰ সন্থাৰাজনৈতিক দল

🔥 Trending searches on Wiki অসমীয়া:

ৰাষ্ট্ৰসংঘ দিৱসঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমীয়া লিপিৰ বুৰঞ্জীধৰিত্ৰী দিৱসভাৰতকছাৰী ৰাজ্যসুতুলীমিত্ৰদেৱ মহন্তঅব্যয় পদবুৰঞ্জীমাটিগুণাভিৰাম বৰুৱাহেমচন্দ্ৰ গোস্বামীগোলকীকৰণদ্বিতীয় বিশ্বযুদ্ধপিম্পৰা গুচোৱাযুগ্ম সংখ্যাজ'মাট'মানুহনগাঁও জিলাসাহিত্য অকাডেমি বঁটাস্বাস্থ্যৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ সত্ৰসমূহৰ তালিকাভাৰতৰ উচ্চতম ন্যায়ালয়জণ্ডিছমহাসাগৰচকলংহিন্দু ধৰ্মভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাশালস্তম্ভ ৰাজবংশগৰু বিহুসূৰ্যইলন মাস্ক্অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাঅসমৰ ৰাজ্যপালসকলৰ তালিকালোকসভাআহোম ৰাজ্যঢ়ইউনিক’ডটকা (বাদ্য)উদয় শংকৰছোৱাইন ফ্লু২৫ এপ্ৰিলব্ৰহ্মগুপ্তআলেকজেণ্ডাৰ গ্ৰাহাম বে'লচৰাইভীমৰাও ৰামজী আম্বেদকাৰভাৰত-চীন যুদ্ধহাজং জনগোষ্ঠীধানঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাজন গণ মনজল সংৰক্ষণপঞ্চায়তী ৰাজবংগ বিভাজন (১৯০৫)ভাষাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানচন্দ্ৰকুমাৰ আগৰৱালাবিহুগোপীনাথ বৰদলৈৰুক্মিণী হৰণ নাটহেমকোষৰামযোৰহাটঅসম চুক্তিৰাজনৈতিক দলগুৱাহাটী (লোকসভা সমষ্টি)অপভ্ৰংশভিটামিনজাভাঅসম বিধানসভাতাল (বাদ্যযন্ত্ৰ)🡆 More