ঞ: অসমীয়া ব্য্জনবৰ্ণ মালাৰ দশম আখৰ

ঞ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ 'ঞ'ৰ লগত যোগ হ'লে
ঞা
ঞি
ঞী
ঞু
ঞূ
ঞৃ
ঞে
ঞৈ
ঞো
ঞৌ

যুক্তবৰ্ণ (ঞ যোগ)

ঞ্ + চ = ঞ্চ = অঞ্চল
ঞ্ + ছ = ঞ্ছ = বাঞ্ছা
ঞ্ + জ = ঞ্জ = আঞ্জা
ঞ্ + ঝ = ঞ্ঝ = ঝঞ্ঝা

'ঞ'ৰে আৰম্ভ শব্দ

  • জিঞা
  • ঝিঞা
  • চিঞা
  • চিঞৰ
  • মঞি আদি।

তথ্যসংগ্ৰহ

Tags:

ঞ স্বৰবৰ্ণৰ লগত যোগ হলেঞ যুক্তবৰ্ণ ( যোগ)ঞ ৰে আৰম্ভ শব্দঞ তথ্যসংগ্ৰহব্যঞ্জনবৰ্ণ মালামুখহাওঁফাওঁ

🔥 Trending searches on Wiki অসমীয়া:

সাত বিহুবচন (ব্যাকৰণ)কৃষ্ণগোলাঘাটযৌন নিৰ্যাতনচৰ্যাপদশ্ৰী সূৰ্য পাহাৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহউমাচল শিলালিপিব্ৰিটিছ ৰাজমহিলাৰ বিৰুদ্ধে হিংসাপূৰবী বৰমুদৈভাৰতৰ স্বাধীনতা আন্দোলনচৰকাৰনাগালেণ্ডকামৰূপী লিপিজন গণ মনগণেশজৱাহৰলাল নেহৰুশৰাইঘাটৰ যুদ্ধভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাখনিকৰ (নাট)কোচ ৰাজবংশীভাৰতত মহিলা শিক্ষাব্যৱস্থাপনানীলপৱন বৰুৱাকীৰ্তন-ঘোষাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমিয়া খলিফা২৫ এপ্ৰিলমোহনদাস কৰমচান্দ গান্ধীতগৰমিচিং নৃত্য আৰু গীত মাতকালিদাসজাভাকামৰূপী উপভাষামোৰ জীৱন সোঁৱৰণঅসমীয়া ভাষাৰ শব্দসম্ভাৰবেটুপাতডিগবৈ তেল শোধনাগাৰঅসমৰ মন্ত্ৰ-সাহিত্যকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলচন্দ্ৰকুমাৰ আগৰৱালাকাৰেংঘৰহেমচন্দ্ৰ বৰুৱাসুতুলীকথা কবিতাআগ্নেয়গিৰিপৰিৱেশ বিজ্ঞানকানাই বৰশী বোৱা শিলালিপিহৰপ্পাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ভূপেন হাজৰিকাঅসমৰ শাক-পাচলিৰ তালিকাভাওনাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিহুঁচৰি২৬ এপ্ৰিলশ্ৰীনিবাস ৰামানুজনশকুন্তলাৰুবুল মাউতবিজ্ঞানৰাসোৎসৱসাপভূমি প্ৰদূষণশিৱসাগৰৰ শিৱদৌলইয়াণ্ডাবু সন্ধিবৰ্মণ ৰাজবংশঅসমৰ পুৰণি স্থাপত্যবৰাইল পৰ্বতঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ সত্ৰসমূহৰ তালিকা🡆 More