ভাৰতৰ প্ৰধানমন্ত্ৰী

ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধানমন্ত্ৰী। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। একে সময়তে প্ৰধানমন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধানমন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব। যদিহে প্ৰথম অৱস্থাত তেওঁৰ এই যোগ্যতা নাথাকে, পৰৱৰ্তী ছমাহৰ ভিতৰত সাংসদৰ যোগ্যতা অৰ্জন কৰি সংসদলৈ নিৰ্বাচিত হ’ব লাগিব। যদিহে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰে তেন্তে মন্ত্ৰী পৰিষদৰো পতন ঘটে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ প্ৰথম কাম হৈছে মন্ত্ৰী পৰিষদ গঠন কৰা। দ্বিতীয়তে, মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ কৰা। তৃতীয়তে শাসনাধিষ্ট দলৰ নেতা হোৱাৰ লগতে লোকসভাৰ নেতা হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰা। প্ৰধানমন্ত্ৰীয়ে সদায় দলৰ নীতিক সমৰ্থন কৰি বিৰদধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও দেশৰ প্ৰধান হিচাপে প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতি গ্ৰহণ আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ জাতীয় প্ৰতীক
ভাৰতৰ প্ৰধানমন্ত্ৰী
ভাৰতৰ জাতীয় পতাকা
ভাৰতৰ প্ৰধানমন্ত্ৰী
বৰ্তমান পদাধিকাৰী
নৰেন্দ্ৰ মোদী

২৬ মে' ২০১৪ (2014-05-26) -ৰ পৰা
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সম্বোধন মাননীয় প্ৰধানমন্ত্ৰী (অনানুষ্ঠানিক)
The Honourable (আনুষ্ঠানিক)
স্থিতি কাৰ্যবাহী শাসক
চমুনাম পি এম
সদস্য হয় ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভা
ভাৰতীয় সংসদ
প্ৰতিবেদন দিয়ে
চৰকাৰী বাসগৃহ ৭, লোক কল্যাণ মাৰ্গ, নতুন দিল্লী
আসন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, চাউথ ব্লক, নতুন দিল্লী
নিয়োগকৰ্তা ভাৰতৰ ৰাষ্ট্ৰপতি
by convention, based on appointee's ability to command confidence in the Lok Sabha
কাৰ্যকাল At the pleasure of the president
লোকসভাৰ কাৰ্যকাল ৫ বছৰ unless dissolved sooner
No term limits specified
প্ৰথম পদাধিকাৰী জৱাহৰলাল নেহৰু
১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৬ বছৰ পূৰ্বে)
গঠন ১৫ আগষ্ট ১৯৪৭ (1947-08-15) (৭৬ বছৰ পূৰ্বে)
সহকাৰী ভাৰতৰ উপপ্ৰধানমন্ত্ৰী (যদি থাকে)
দৰমহা ২০ লাখ (বছৰেকীয়া, য'ত সাংসদৰ বছৰেকীয়া দৰমহা ৯.৬ লাখ অন্তৰ্ভুক্ত হৈ আছে)
ৱেবচাইট pmindia.gov.in

ভাৰতৰ প্ৰধানমন্ত্ৰীসকল

তথ্য সংগ্ৰহ

Tags:

ভাৰতৰ ৰাষ্ট্ৰপতিলোকসভা

🔥 Trending searches on Wiki অসমীয়া:

গুণাৰাম খনিকৰলখিমী সবাহকাৰ্বি জনগোষ্ঠীনগাঁও জিলাঅসমীয়া পুৰণি সাহিত্যভ্ৰাম্যমাণ থিয়েটাৰচন্দ্ৰগুপ্ত মৌৰ্যআইজাক নিউটনমায়ামৰা সত্ৰফ্ৰান্সঅসমীয়া কবিতাইউক্লিডঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাবায়ু প্ৰদূষণনৰনাৰায়ণৱিকিমিডিয়া ফাউণ্ডেশ্যনঅসমৰ পৰম্পৰাগত খেল-ধেমালিমাটিবিশেষ্য পদগৰু বিহুস্বাভাৱিক সংখ্যাঅসমীয়া ভাষা উন্নতি সাধিনী সভাপুঁজিবাদসাহিত্য সমালোচনাশব্দ (অভিধান)কানাই বৰশী বোৱা শিলালিপিগণেশসেউজ গৃহ প্ৰভাৱকবিতাজালিয়ানৱালাবাগৰ হত্যাকাণ্ডভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকামিচিং জনগোষ্ঠীৰ সাজপাৰগৌড়ীয় বৈষ্ণৱবাদপাৰ্ৱতি প্ৰসাদ বৰুৱাচিৰ চেনেহী মোৰ ভাষা জননীআইৰিন পাৰ্লবিভূপেন্দ্ৰ সংগীতমহেশ্বৰ নেওগমল্লিকা ফুলকাঞ্চন (উপন্যাস)মিত্ৰদেৱ মহন্তমহা মৃত্যুঞ্জয় মন্দিৰআন্তৰ্জাতিক নাৰী দিৱসজয়মতী (২০০৬ চলচ্চিত্ৰ)যতি-চিনপাইথাগোৰাছৰ উপপাদ্যঅসমৰ বাঁহ-বেতৰ শিল্পগোলাঘাট জিলাছক্ৰেটিছঅসমৰ পৰম্পৰাগত সাজ-পাৰমাজুলীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাৰাষ্ট্ৰসংঘকৃষ্ণচৰ্যাপদচাবোনমহাভাৰতযৌৱনে আমনি কৰে (চলচ্চিত্ৰ)মাৰ্ক্সবাদৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাসিন্ধু সভ্যতাশোণিতপুৰ জিলাকুমাৰীত্বশ্ৰীমদ্ভগৱতগীতাহেম বৰুৱাকমলাবাৰী সত্ৰসমাসভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰাম বিজয়ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য🡆 More