হনুমান: পৱন দেৱৰ পুত্ৰ

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

হনুমান (সংস্কৃত: हनुमान) হিন্দু শাস্ত্ৰ গ্ৰন্থত বৰ্ণিত দেৱতা। তেওঁ পৱন দেৱৰ পুত্ৰ। হিন্দু ধৰ্মগ্ৰন্থ ৰামায়ণত হনুমানৰ বিস্তাৰিত বৰ্ণনা পোৱা যায়। এই ধৰ্মগ্ৰন্থত তেওঁক মহাবলশালী, পৰাক্ৰমী, পৰম চতুৰ দেৱতাৰূপে বৰ্ণনা কৰা হৈছে। তেওঁক ভগৱান শ্ৰীবিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰামৰ পৰম ভক্ত বুলি জনা যায়। শৈশৱ কালত তেওঁ ৰক্তিম বৰণীয়া সূৰ্যক ফল বুলি বিবেচনা কৰি ভক্ষণ কৰাৰ বাবে আকাশমাৰ্গত যাত্ৰা কৰিছিল। সূৰ্যদেৱ হনুমানৰ অভিসন্ধি উপলদ্ধি কৰি গদাৰে হনুমানক প্ৰহাৰ কৰি ভূতলশায়ী কৰিছিল।

হনুমান
ভক্তি
হনুমান: পৱন দেৱৰ পুত্ৰ
হনুমানৰ শিলা মূৰ্তি
দেৱনাগৰী हनुमान्
সম্পৰ্ক ৰামভক্ত বৈষ্ণৱ ধৰ্ম
নিবাস কদলীবন
মন্ত্ৰ হং হনুমতে ৰুদ্ৰাত্মকায় হুং ফট্ হনুমতে নমঃ
অস্ত্ৰ গদা
সঙ্গী শুভৰচলা
পিতৃ-মাতৃ পৱন, অঞ্জনা/অঞ্জনি
হিন্দু পাঠ্য ৰামায়ণ, ৰামচৰিতমানস, হনুমান চালিশা

মহাভাৰত গ্ৰন্থত হনুমানৰ বৰ্ণিত কাহিনী

হনুমান: পৱন দেৱৰ পুত্ৰ 
সূৰ্যক ভক্ষণ কৰাৰ অভিলাষত হনুমান

হনুমান অমৰত্ব প্ৰাপ্ত কৰিছিল গতিকে তেওঁ অমৰ। ফলস্বৰূপ মহাভাৰত ধৰ্মগ্ৰন্থত হনুমানৰ উপস্থিতি পৰিলক্ষ্যিত হয়। উল্লেখনীয় যে উক্ত ধৰ্মগ্ৰন্থত হনুমানক শান্ত, জ্ঞানী তথা অভিজ্ঞ বুলি প্ৰকাশ কৰা হৈছে।

ভীম নিজ বাহুবলৰ অত্যন্ত অহংকাৰ কৰিছিল। ভীমৰ অহংকাৰ চূৰ্ণ কৰাটোৱে আছিল হনুমানৰ মূল উদ্দেশ্য। পাণ্ডবৰ অজ্ঞাতবাসৰ সময়ত হনুমান এদিন অসুস্থ তথা বৃদ্ধৰ বেশত ভীমৰ পথৰুদ্ধ কৰি শুই আছিল। ভীম তেওঁক অতিক্ৰম কৰাৰ প্ৰচেষ্টা কৰাৰ সময় হনুমান তেওঁক নেজ আঁতৰাই নিজ গন্তব্য স্থানত যোৱাৰ আদেশ কৰছিল। ভীম নিজ বাহুবল প্ৰয়োগ কৰি হনুমানৰ নেজ বিন্দু পৰিমাণো আতৰাবলৈ অক্ষম হৈছিল। অৱশেষত ভীম নিজ বাহুবলৰ অহংকাৰ পৰিত্যাগ কৰি হনুমানৰ শৰণাপন্ন হৈছিল।

অৰ্জুন নিজ ধনুৰ্ধৰ বিদ্যাৰ অহংকাৰ কৰিছিল। সেতুবন্ধ ৰামশ্বৰমত অৱস্থানৰ সময়ত অৰ্জুন দৰ্পসহকাৰে কৈছিল যে তীৰযোজন বিদ্যাৰ প্ৰয়োগত ভগৱান শ্ৰীৰাম সেতু নিৰ্মাণ কৰছিল। বান্দৰৰ সহায়তা লোৱাৰ প্ৰয়োজন নাছিল। হনুমান ক্ষুদ্ৰ বান্দৰৰ বেশত উপস্থিত থাকি অৰ্জুনক অনুৰূপ সেতু বন্ধনৰ বাবে অনুৰোধ কৰিছিল। অৰ্জুন তীৰযোজন বিদ্যাৰ প্ৰয়োগ কৰিও উক্ত কাৰ্যসমাধা কৰিবলৈ অক্ষম হৈছিল। অৱশেষত হনুমান নিজ বাস্তৱ ৰূপত প্ৰকট হোৱাত অৰ্জুন তেওঁৰ শৰনাপন্ন হৈছিল। অৱশ্যে তেওঁ আশীৰ্বাদ স্বৰূপ অৰ্জুনৰ ৰথশীৰ্ষত অধিষ্ঠিত থকাৰ আশ্বাস প্ৰদান কৰিছিল।

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

লক্ষ্মীধৰ শৰ্মাজন গণ মনকেতেকীসৰ্বশিক্ষা অভিযানশূন্যআর্গন (পোশাক)সাহিত্য অকাডেমি বঁটাবৃন্দাবনী বস্ত্ৰউপভাষাসূৰ্যকুমাৰ ভূঞাদীপৰ বিলঅষ্ট্ৰেলিয়াগগনামহিলাৰ বিৰুদ্ধে হিংসাৰাজনীতিলভিতাৰোমান সাম্ৰাজ্যঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমৰ জিলাসমূহৰাম বিজয়ধানঅসমীয়া সংস্কৃতি আৰু মুছলমানসকলআব্দুছ ছাত্তাৰবাঁহনিৰ্মলপ্ৰভা বৰদলৈঅসমীয়া বৰ্ণমালাশ্ৰীমদ্ভগৱতগীতাশীতল যুদ্ধইয়াণ্ডাবু সন্ধিৰাজস্থানতামোলঅসমীয়া লোক-সংস্কৃতিগমাৰীবট গছযতি-চিনপ্ৰাচীৰ পত্ৰিকাডাকৰ বচনঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅলিম্পিকআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডচিত্ৰ-ভাগৱতঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিলাভলীনা বৰগোহাঁইকামৰূপী প্ৰাকৃতকামাখ্যা মন্দিৰইষ্ট ইণ্ডিয়া কোম্পানীআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিআয়ুৰ্বেদসিংহ (ৰাশি)জোৰোণভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাগামখাৰুলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানদৰং জিলাদন্দুৱা দ্ৰোহসন্ধ্যাৰাগ (চলচ্চিত্ৰ)প্ৰকাশ (আলোচনী)ভূপেন হাজৰিকা সেতুওজাপালিঅসমৰ আৰ্দ্ৰভূমিঅতুলানন্দ গোস্বামীকুমাৰ ভাস্কৰ বৰ্মাবানপানীউদাৰনৈতিকতাবাদঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঘৰআৰ্যভট্টচন্দ্ৰকুমাৰ আগৰৱালা৩০ এপ্ৰিলতুলসীচি (প্ৰগ্ৰামিং লেংগুৱেজ)🡆 More