যতি-চিন: অসমীয়া ব্যাকৰণ।

আমি মনৰ ভাব স্পষ্টকৈ প্ৰকাশ কৰিবলৈ কথা কওঁতে শব্দ বা বাক্যৰ মাজত কিছু সময় বিৰতি লওঁ বা অৰ্থ প্ৰকাশ কৰিবলৈ শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ভিন্নতা প্ৰকাশ কৰোঁ। এই দৰে প্ৰকাশ কৰা মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন, যেনে: কমা (,), দাৰি (।), আদি ব্যৱহাৰ কৰোঁ। এই চিনবোৰকে 'যতি-চিহ্ন' বোলা হয়।

বিভিন্ন যতি-চিন

  • কমা (,)
  • চেমিকোলন (;)
  • দাৰি (। )
  • সন্দেহবোধক চিন (?)
  • ভাববোধক চিন (!)
  • প্ৰশ্নবোধক চিন (?)
  • ডেচ্ চিন (_)
  • কোলন ডেচ্ চিন (:-)
  • হাইফেন (-)
  • ঊৰ্ধ্ব কমা (“__”)
  • বন্ধনী চিন
    • চন্দ্ৰ বন্ধনী ( )
    • কুটিল বন্ধনী { }
    • বৰ বন্ধনী [ ]
  • কাপ পো চি (^)
  • লুপ্ত চিন (***)
  • পাদটীকা বা ফুট নোট (*, +)

চিনবোৰৰ ব্যৱহাৰ


তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

পাৰিপাৰ্শ্বিক সংঘাতনৱ-বৈষ্ণৱ ধৰ্মবুঢ়া চাপৰি অভয়াৰণ্যহিউৱেন-চাংভাৰতীয় দৰ্শনমহিলাৰ বিৰুদ্ধে হিংসামোপিন উত্‍সৱঅশ্বিনী কুমাৰ বৰুৱাভাৰতৰ উপৰাষ্ট্ৰপতিহেম সৰস্বতীআগ্নেয়গিৰিচলচ্চিত্ৰসূৰ্যপোৱামক্কাফাকে জনগোষ্ঠীছক্ৰেটিছমিচিং জনগোষ্ঠীকীৰ্তন-ঘোষাঅসমীয়া গালি-গালাজমালিনী থানঅসমৰ চলচ্চিত্ৰবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণঅভিযাত্ৰীমানুহৰাভা জনগোষ্ঠীগমধৰ কোঁৱৰহীৰেন্দ্ৰ নাথ দত্তকামৰূপী উপভাষাঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসম বৈভৱ বঁটাব-দ্বীপৰামমোহন ৰায়অসমৰ লোকবাদ্যপৰ্যাবৃত্ত তালিকাপিম্পৰা গুচোৱাস্বাস্থ্যছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)মেঘালয়বুৰঞ্জী সাহিত্যসাম্যবাদমহিম বৰামাছধৰ্মসংগীত নাটকসুতুলীবাঁহী (আলোচনী)জয় দৌলস্বাভাৱিক সংখ্যাজ'মাট'মিকী মাউছআনন্দৰাম বৰুৱাব্যষ্টিবাদী অৰ্থনীতিকথা কবিতাপথৰুঘাটৰ ৰণবিহুগীতদিনঅসমৰ কাঁহ শিল্পভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅসমৰ পোক - পৰুৱাশিক্ষা মনোবিজ্ঞানভিটামিনজেং বিহুবহনক্ষম উন্নয়নৰ লক্ষ্যআৰ্যভট্টওৰাং ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)অসমৰ বাঁহ-বেতৰ শিল্পবতৰউপভাষাকাল সংহতিজৈৱ বৈচিত্ৰ্যঅসমৰ বনৌষধিজেতুকাএৰিষ্ট'টলঅসমৰ মুখা শিল্পভাৰতৰ স্বাধীনতা আন্দোলন🡆 More